Shuru
Apke Nagar Ki App…
মিচিং সম্প্ৰদায়ৰ ওপৰত কৰা নিন্দা একেবাৰে গ্ৰহণযোগ্য নহয়? প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ সংস্কৃতি, পৰিচয় আৰু গৌৰৱ আছে? মিচিং সম্প্ৰদায়ৰ ওপৰত কৰা নিন্দা একেবাৰে গ্ৰহণযোগ্য নহয়? প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ সংস্কৃতি, পৰিচয় আৰু গৌৰৱ আছে?
Chiranjan pegu
মিচিং সম্প্ৰদায়ৰ ওপৰত কৰা নিন্দা একেবাৰে গ্ৰহণযোগ্য নহয়? প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ সংস্কৃতি, পৰিচয় আৰু গৌৰৱ আছে? মিচিং সম্প্ৰদায়ৰ ওপৰত কৰা নিন্দা একেবাৰে গ্ৰহণযোগ্য নহয়? প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ সংস্কৃতি, পৰিচয় আৰু গৌৰৱ আছে?
More news from অসম and nearby areas
- আদি সুতি গাঁৱৰ পৰা bondhu Gori গাওলৈ ৰাস্তা1
- Post by CREATIVE DIBYA1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।1
- আজি শিৱসাগৰত ৰাজ্যসভাৰ নৱ-নিৰ্ৱাচিত সাংসদ যোগেন মহনৰ বিশেষ উপস্থিতিত শিৱসাগৰ সমষ্টিৰ NDA ৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি ৪০০ৰো অধিক লোকৰ গেৰুৱা দলত যোগদান ৷ শিৱসাগৰ সমষ্টিত বিজেপি দিনক দিনে অধিক শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে ৷ এইয়া সম্ভৱ জনতাৰ বিশ্বাস, বিজেপিৰ নেতৃত্বত দ্ৰুত বিকাশ ৷ উল্লেখ যে, ৰংপুৰ মণ্ডলৰ ৰূদ্ৰসাগৰ পঞ্চায়ত, চাৰিং মণ্ডল, গেলেকী আৰু নগৰ মণ্ডলৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দল, অগপ, কংগ্ৰেছ দলৰ বিশাল যোগদান কাৰ্যসূচীয়ে স্পষ্টকৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজে সমৃদ্ধি আৰু সুশাসনৰ পথ বাছি লৈছে বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷4
- মাহমৰাত বিৰোধী ঐক্য মঞ্চৰ বৃহৎ নিৰ্বাচন প্ৰচাৰ শোভাযাত্ৰা । মাহমৰা সমষ্টিৰ মৰাণৰ পৰা মথুৰাপুৰলৈ প্ৰাৰ্থী জ্ঞানদ্বীপ মহনক লৈ এই শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিৰোধী ঐক্য মঞ্চৰ সহযোগী দল সমুহৰ কৰ্মকৰ্তখ সকলেও ।1
- গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশাল জন সভা l গোলাঘাট সমষ্টিৰ পাঁচটা বিধান সভা সমষ্টিৰ পাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী l 2026 ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ জয়জুক্ত হোৱাতো নিস্বিত l অসমক হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰিছে বুলি দেওবাৰে উদাত্ত ভাষণ প্ৰদান ৰাহুল গান্ধীৰ।1
- মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই1
- Post by CREATIVE DIBYA1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ড°ভৱেন্দ্ৰ নাথ মহনে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অনুভৱ।1