logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ড°ভৱেন্দ্ৰ নাথ মহনৰ সংবাদ মেল সম্বোধন শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ড°ভৱেন্দ্ৰ নাথ মহনে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অনুভৱ।

3 hrs ago
user_Nelive Today 24×7
Nelive Today 24×7
Nelive Today 24×7 Sibsagar, Sivasagar•
3 hrs ago

শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ড°ভৱেন্দ্ৰ নাথ মহনৰ সংবাদ মেল সম্বোধন শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ড°ভৱেন্দ্ৰ নাথ মহনে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অনুভৱ।

More news from Assam and nearby areas
  • আজি শিৱসাগৰত ৰাজ্যসভাৰ নৱ-নিৰ্ৱাচিত সাংসদ যোগেন মহনৰ বিশেষ উপস্থিতিত শিৱসাগৰ সমষ্টিৰ NDA ৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি ৪০০ৰো অধিক লোকৰ গেৰুৱা দলত যোগদান ৷ শিৱসাগৰ সমষ্টিত বিজেপি দিনক দিনে অধিক শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে ৷ এইয়া সম্ভৱ জনতাৰ বিশ্বাস, বিজেপিৰ নেতৃত্বত দ্ৰুত বিকাশ ৷ উল্লেখ যে, ৰংপুৰ মণ্ডলৰ ৰূদ্ৰসাগৰ পঞ্চায়ত, চাৰিং মণ্ডল, গেলেকী আৰু নগৰ মণ্ডলৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দল, অগপ, কংগ্ৰেছ দলৰ বিশাল যোগদান কাৰ্যসূচীয়ে স্পষ্টকৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজে সমৃদ্ধি আৰু সুশাসনৰ পথ বাছি লৈছে বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷
    4
    আজি শিৱসাগৰত ৰাজ্যসভাৰ নৱ-নিৰ্ৱাচিত সাংসদ যোগেন মহনৰ বিশেষ উপস্থিতিত শিৱসাগৰ সমষ্টিৰ NDA ৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি ৪০০ৰো অধিক লোকৰ গেৰুৱা দলত যোগদান ৷ শিৱসাগৰ সমষ্টিত বিজেপি দিনক দিনে অধিক শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে ৷ এইয়া সম্ভৱ জনতাৰ বিশ্বাস, বিজেপিৰ নেতৃত্বত দ্ৰুত বিকাশ ৷ উল্লেখ যে, ৰংপুৰ মণ্ডলৰ ৰূদ্ৰসাগৰ পঞ্চায়ত, চাৰিং মণ্ডল, গেলেকী আৰু নগৰ মণ্ডলৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দল, অগপ, কংগ্ৰেছ দলৰ বিশাল যোগদান কাৰ্যসূচীয়ে স্পষ্টকৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজে সমৃদ্ধি আৰু সুশাসনৰ পথ বাছি লৈছে বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    21 hrs ago
  • ঐতিহাসিক ছয়শ বছৰীয়া আহোম যুগৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত মৈদামক্ষেত্ৰত বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটকৰ । আজিও মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰে কানাডাৰ পৰা অহা ১০ গৰাকী পৰ্যটকে ।
    1
    ঐতিহাসিক ছয়শ বছৰীয়া আহোম যুগৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক  চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত মৈদামক্ষেত্ৰত বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটকৰ । আজিও মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰে কানাডাৰ পৰা অহা ১০ গৰাকী পৰ্যটকে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    1
    মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    13 hrs ago
  • আদি সুতি গাঁৱৰ পৰা bondhu Gori গাওলৈ ৰাস্তা
    1
    আদি সুতি গাঁৱৰ পৰা bondhu Gori গাওলৈ ৰাস্তা
    user_Chiranjan pegu
    Chiranjan pegu
    ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    16 hrs ago
  • Post by CREATIVE DIBYA
    1
    Post by CREATIVE DIBYA
    user_CREATIVE DIBYA
    CREATIVE DIBYA
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    6 hrs ago
  • গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশাল জন সভা l গোলাঘাট সমষ্টিৰ পাঁচটা বিধান সভা সমষ্টিৰ পাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী l 2026 ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ জয়জুক্ত হোৱাতো নিস্বিত l অসমক হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰিছে বুলি দেওবাৰে উদাত্ত ভাষণ প্ৰদান ৰাহুল গান্ধীৰ।
    1
    গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশাল জন সভা l গোলাঘাট সমষ্টিৰ পাঁচটা বিধান সভা সমষ্টিৰ পাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী l 2026 ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ জয়জুক্ত হোৱাতো নিস্বিত l অসমক হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰিছে বুলি   দেওবাৰে উদাত্ত  ভাষণ প্ৰদান ৰাহুল গান্ধীৰ।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    5 hrs ago
  • শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ড°ভৱেন্দ্ৰ নাথ মহনে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অনুভৱ।
    1
    শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ড°ভৱেন্দ্ৰ নাথ মহনে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অনুভৱ।
    user_Nelive Today 24×7
    Nelive Today 24×7
    Nelive Today 24×7 Sibsagar, Sivasagar•
    3 hrs ago
  • চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
    1
    চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত  এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে।
এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়।
এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব।
মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷  
এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    10 hrs ago
  • 📌৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ মিছা চাহ  বাগিচাত অগপ দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া |
    1
    📌৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ মিছা চাহ  বাগিচাত অগপ দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া |
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.