logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰত প্ৰতিদিনে বিজেপি দলত যোগদান কেইবাশতাধিক পুৰুষ মহিলাৰ কুশল দুৱৰীৰ নেতৃত্বত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।

3 hrs ago
user_Nelive Today 24×7
Nelive Today 24×7
Nelive Today 24×7 Sibsagar, Sivasagar•
3 hrs ago

শিৱসাগৰত প্ৰতিদিনে বিজেপি দলত যোগদান কেইবাশতাধিক পুৰুষ মহিলাৰ কুশল দুৱৰীৰ নেতৃত্বত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।

More news from Sivasagar and nearby areas
  • ডিমৌ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী অজয় গগৈৰ নিৰ্বাচনী প্ৰচাৰ। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত থাওৰা দৌলত নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী গৰাকীৰ।
    1
    ডিমৌ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী অজয় গগৈৰ নিৰ্বাচনী প্ৰচাৰ। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত থাওৰা দৌলত নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী গৰাকীৰ।
    user_Nelive Today 24×7
    Nelive Today 24×7
    Nelive Today 24×7 Sibsagar, Sivasagar•
    3 hrs ago
  • হাঁহচৰাৰ ভাধৰা খেলপথাৰত ১০ দিনীয়া বিহু কৰ্মশালা সম্পন্ন ৷ শিৱসাগৰ জিলাৰ বিশেষ সামাজিক ও সাংস্কৃতিক অনুস্থান #সমন্বয় সাংস্কৃতিক গোষ্ঠী# আৰু মুৰলী মোহন কলাকেন্দ্ৰৰ যুটীয়া উদ্যোগত, ভাধৰা সন্মিলিত ক্ৰীড়া সংঘৰ বিশেষ সহযোগত জিলাখনৰ হাঁহচৰাৰ ভাধৰা খেলপথাৰত যোৱা ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হোৱা ১০ দিনীয়া #বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা# সফতাৰে সম্পন্ন হয় ৷
    1
    হাঁহচৰাৰ ভাধৰা খেলপথাৰত ১০ দিনীয়া বিহু কৰ্মশালা সম্পন্ন ৷ শিৱসাগৰ জিলাৰ বিশেষ সামাজিক ও সাংস্কৃতিক অনুস্থান #সমন্বয় সাংস্কৃতিক গোষ্ঠী# আৰু মুৰলী মোহন কলাকেন্দ্ৰৰ যুটীয়া উদ্যোগত, ভাধৰা সন্মিলিত ক্ৰীড়া সংঘৰ বিশেষ সহযোগত জিলাখনৰ হাঁহচৰাৰ ভাধৰা খেলপথাৰত
যোৱা ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হোৱা ১০ দিনীয়া #বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা#  সফতাৰে সম্পন্ন হয় ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    7 hrs ago
  • ​শিৱসাগৰ জিলাৰ গৌৰীসাগৰত শিশুৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে 'কিড্ জী' নামৰ এক নতুন শিশু শিক্ষানুষ্ঠানৰ যাত্ৰা আৰম্ভ হৈছে। অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰশান্ত কুমাৰ নেওগে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিখৌমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পবিত্ৰ কুমাৰ দত্ত উপস্থিত থাকে। গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী মন্টু কলিতা আৰু শিক্ষানুষ্ঠানখনিৰ অধ্যক্ষ ৰিমঝিম বৰ্মনে পৰিচালনা কৰা এই উদ্বোধনী সভাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ ব্যাপক সমাগম ঘটে। শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উত্তৰণক প্ৰাধান্য দি স্থাপন কৰা এই বিদ্যালয়ে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। স্থানীয় সচেতন মহলে এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে শিক্ষানুষ্ঠানখনৰ সফলতা কামনা কৰিছে।
    4
    ​শিৱসাগৰ জিলাৰ গৌৰীসাগৰত শিশুৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে 'কিড্ জী' নামৰ এক নতুন শিশু শিক্ষানুষ্ঠানৰ যাত্ৰা আৰম্ভ হৈছে। অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰশান্ত কুমাৰ নেওগে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিখৌমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পবিত্ৰ কুমাৰ দত্ত উপস্থিত থাকে। গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী মন্টু কলিতা আৰু শিক্ষানুষ্ঠানখনিৰ অধ্যক্ষ ৰিমঝিম বৰ্মনে পৰিচালনা কৰা এই উদ্বোধনী সভাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ ব্যাপক সমাগম ঘটে। শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উত্তৰণক প্ৰাধান্য দি স্থাপন কৰা এই বিদ্যালয়ে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। স্থানীয় সচেতন মহলে এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে শিক্ষানুষ্ঠানখনৰ সফলতা কামনা কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    8 hrs ago
  • ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ।কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
    1
    ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ।কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত  নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    1 hr ago
  • মাহমৰাত বিৰোধী ঐক্য মঞ্চৰ বৃহৎ নিৰ্বাচন প্ৰচাৰ শোভাযাত্ৰা । মাহমৰা সমষ্টিৰ মৰাণৰ পৰা মথুৰাপুৰলৈ প্ৰাৰ্থী জ্ঞানদ্বীপ মহনক লৈ এই শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিৰোধী ঐক্য মঞ্চৰ সহযোগী দল সমুহৰ কৰ্মকৰ্তখ সকলেও ।
    1
    মাহমৰাত বিৰোধী ঐক্য মঞ্চৰ বৃহৎ নিৰ্বাচন প্ৰচাৰ শোভাযাত্ৰা । মাহমৰা সমষ্টিৰ মৰাণৰ পৰা মথুৰাপুৰলৈ প্ৰাৰ্থী জ্ঞানদ্বীপ মহনক লৈ এই শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিৰোধী ঐক্য মঞ্চৰ সহযোগী দল সমুহৰ কৰ্মকৰ্তখ সকলেও ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • মাজুলী মোৰ মাতৃ  মাজুলী মোৰ মাতৃ। মাতৃ বা আই নহলে কোনো কাম কৰিব নোৱাৰে। মাজুলী মোৰ মাতৃ নোহোৱা হলে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলো হেতেন। মাজুলীবাসীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱাত যি সহায় কৰিলে সেই কথা পুত্ৰ হিচাপে মই কেতিয়াও পাহৰিব নোৱাৰো। মাজুলীত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
    1
    মাজুলী মোৰ মাতৃ  মাজুলী মোৰ মাতৃ। মাতৃ বা আই নহলে কোনো কাম কৰিব নোৱাৰে।
মাজুলী মোৰ মাতৃ নোহোৱা হলে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলো হেতেন।
মাজুলীবাসীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱাত যি সহায় কৰিলে সেই কথা পুত্ৰ হিচাপে মই কেতিয়াও পাহৰিব নোৱাৰো।
মাজুলীত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    2 hrs ago
  • মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    1
    মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    13 hrs ago
  • শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।
    1
    শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।
    user_Nelive Today 24×7
    Nelive Today 24×7
    Nelive Today 24×7 Sibsagar, Sivasagar•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.