Shuru
Apke Nagar Ki App…
বৰহাটত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ।কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
Charaideo News & Entertainment
বৰহাটত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ।কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
More news from Sivasagar and nearby areas
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।1
- আজি শিৱসাগৰত ৰাজ্যসভাৰ নৱ-নিৰ্ৱাচিত সাংসদ যোগেন মহনৰ বিশেষ উপস্থিতিত শিৱসাগৰ সমষ্টিৰ NDA ৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি ৪০০ৰো অধিক লোকৰ গেৰুৱা দলত যোগদান ৷ শিৱসাগৰ সমষ্টিত বিজেপি দিনক দিনে অধিক শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে ৷ এইয়া সম্ভৱ জনতাৰ বিশ্বাস, বিজেপিৰ নেতৃত্বত দ্ৰুত বিকাশ ৷ উল্লেখ যে, ৰংপুৰ মণ্ডলৰ ৰূদ্ৰসাগৰ পঞ্চায়ত, চাৰিং মণ্ডল, গেলেকী আৰু নগৰ মণ্ডলৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দল, অগপ, কংগ্ৰেছ দলৰ বিশাল যোগদান কাৰ্যসূচীয়ে স্পষ্টকৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজে সমৃদ্ধি আৰু সুশাসনৰ পথ বাছি লৈছে বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷4
- মাজুলী মোৰ মাতৃ মাজুলী মোৰ মাতৃ। মাতৃ বা আই নহলে কোনো কাম কৰিব নোৱাৰে। মাজুলী মোৰ মাতৃ নোহোৱা হলে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলো হেতেন। মাজুলীবাসীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱাত যি সহায় কৰিলে সেই কথা পুত্ৰ হিচাপে মই কেতিয়াও পাহৰিব নোৱাৰো। মাজুলীত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।1
- মিচিং সম্প্ৰদায়ৰ ওপৰত কৰা নিন্দা একেবাৰে গ্ৰহণযোগ্য নহয়? প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ সংস্কৃতি, পৰিচয় আৰু গৌৰৱ আছে?1
- মৰিয়নিৰ বৈছাহাবি খেলপথাৰত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।1
- Post by CREATIVE DIBYA1
- চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ড°ভৱেন্দ্ৰ নাথ মহনে । নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অনুভৱ।1
- আদি সুতি গাঁৱৰ পৰা bondhu Gori গাওলৈ ৰাস্তা1