Shuru
Apke Nagar Ki App…
ডিমৌ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী অজয় গগৈৰ নিৰ্বাচনী প্ৰচাৰ ডিমৌ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী অজয় গগৈৰ নিৰ্বাচনী প্ৰচাৰ। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত থাওৰা দৌলত নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী গৰাকীৰ।
Nelive Today 24×7
ডিমৌ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী অজয় গগৈৰ নিৰ্বাচনী প্ৰচাৰ ডিমৌ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী অজয় গগৈৰ নিৰ্বাচনী প্ৰচাৰ। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত থাওৰা দৌলত নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী গৰাকীৰ।
More news from Sivasagar and nearby areas
- ডিমৌ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী অজয় গগৈৰ নিৰ্বাচনী প্ৰচাৰ। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত থাওৰা দৌলত নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী গৰাকীৰ।1
- হাঁহচৰাৰ ভাধৰা খেলপথাৰত ১০ দিনীয়া বিহু কৰ্মশালা সম্পন্ন ৷ শিৱসাগৰ জিলাৰ বিশেষ সামাজিক ও সাংস্কৃতিক অনুস্থান #সমন্বয় সাংস্কৃতিক গোষ্ঠী# আৰু মুৰলী মোহন কলাকেন্দ্ৰৰ যুটীয়া উদ্যোগত, ভাধৰা সন্মিলিত ক্ৰীড়া সংঘৰ বিশেষ সহযোগত জিলাখনৰ হাঁহচৰাৰ ভাধৰা খেলপথাৰত যোৱা ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হোৱা ১০ দিনীয়া #বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা# সফতাৰে সম্পন্ন হয় ৷1
- শিৱসাগৰ জিলাৰ গৌৰীসাগৰত শিশুৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে 'কিড্ জী' নামৰ এক নতুন শিশু শিক্ষানুষ্ঠানৰ যাত্ৰা আৰম্ভ হৈছে। অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰশান্ত কুমাৰ নেওগে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিখৌমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পবিত্ৰ কুমাৰ দত্ত উপস্থিত থাকে। গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মচাৰী মন্টু কলিতা আৰু শিক্ষানুষ্ঠানখনিৰ অধ্যক্ষ ৰিমঝিম বৰ্মনে পৰিচালনা কৰা এই উদ্বোধনী সভাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ ব্যাপক সমাগম ঘটে। শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উত্তৰণক প্ৰাধান্য দি স্থাপন কৰা এই বিদ্যালয়ে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। স্থানীয় সচেতন মহলে এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে শিক্ষানুষ্ঠানখনৰ সফলতা কামনা কৰিছে।4
- ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ওড়িষ্যাৰ মুখ্যমন্ত্ৰী মহন চৰণ মাঝিৰ।কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ৯৩ নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ।1
- মাহমৰাত বিৰোধী ঐক্য মঞ্চৰ বৃহৎ নিৰ্বাচন প্ৰচাৰ শোভাযাত্ৰা । মাহমৰা সমষ্টিৰ মৰাণৰ পৰা মথুৰাপুৰলৈ প্ৰাৰ্থী জ্ঞানদ্বীপ মহনক লৈ এই শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিৰোধী ঐক্য মঞ্চৰ সহযোগী দল সমুহৰ কৰ্মকৰ্তখ সকলেও ।1
- মাজুলী মোৰ মাতৃ মাজুলী মোৰ মাতৃ। মাতৃ বা আই নহলে কোনো কাম কৰিব নোৱাৰে। মাজুলী মোৰ মাতৃ নোহোৱা হলে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলো হেতেন। মাজুলীবাসীয়ে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱাত যি সহায় কৰিলে সেই কথা পুত্ৰ হিচাপে মই কেতিয়াও পাহৰিব নোৱাৰো। মাজুলীত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।1
- মিচিং সম্প্ৰদায়ৰ ওপৰত কৰা নিন্দা একেবাৰে গ্ৰহণযোগ্য নহয়? প্ৰতিটো সম্প্ৰদায়ৰ নিজৰ সংস্কৃতি, পৰিচয় আৰু গৌৰৱ আছে?1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰী । এই গৰাকী প্ৰাৰ্থীৰ নেতৃত্বত প্ৰতিদিনে যোগদান কাৰ্যসূচী অব্যাহত শিৱসাগৰত শতাধিক ব্যক্তিৰ ।1