Shuru
Apke Nagar Ki App…
jamaluddin
Jamaluddin
jamaluddin
More news from অসম and nearby areas
- jamaluddin💔💔💔1
- Post by Mustafa SalimAhmed1
- নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ1
- শিক্ষানুষ্ঠান খনৰ পৰা জৰ্না শইকীয়া, দেৱাশ্ৰী কাশ্যপ,স্কিন্ধ প্ৰাণ শইকীয়া আৰু তপিক শমায়ে ৯৬ শতাংশ অধিক নম্বৰত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ১০০ শতাংশ উত্তীৰ্ণ হাৰে ৰামানুজন জুনিয়ৰ কলেজত এতিয়া উৎসৱ মুখৰ পৰিবেশ4
- আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এক গৌৰৱোজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে । বিদ্যালয়খনিৰ এই সাফল্যত সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে, শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৮৪ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত প্ৰথম বিভাগ লাভ কৰিছে ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে, তাৰে এজনে ডিষ্টিংচন আৰু দুজনে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ওপৰিও দ্বিতীয় বিভাগত ৫৪ জন আৰু তৃতীয় বিভাগত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। এই প্ৰসংগত বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীয়ে কি কয় শুনো আহক।1
- *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ। জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে1
- Post by Mahesh kumar das1
- Post by Jamaluddin1
- *নগাঁও জিলাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টো ফলাফলক লৈ আনন্দৰ জোৱাৰ* *বিদ্যালয় খনৰ কলা খাশাৰ পৰিস্মিতা বৰায়ে ৯৫ শতাংশ নম্বৰ লাভ কৰা বিপৰীতে বানিজ্য শাখাত চেহজেনিল টেৰংপিয়ে ৯৪ শতাংশ নম্বৰ পাবলৈ সক্ষম হয়* *আনহাতে বিদ্যালয়খনৰ পৰা অৰ্থনীতি বিষয়ত হিমেশ কুমাৰ দেৱনাথে ১০০%, ইংৰাজী বিষয়ত পৰিস্মিতা বৰায়ে ৯৯%, বিহু বিষয়ত হিমাক্ষী শইকীয়া য়ে ১০০%, হিন্দী বিষয়ত অচল দাসে ৯৫%আৰু বেংকিংত ছেনলিন টেৰংপিয়ে ৯৯% নম্বৰে ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হয়*2