logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নিজৰ সপোনৰ মটৰ চাইকেল খন চুৰি হোৱাৰ পিছত মানসিক বাবে ভাঙি পৰিছে ৰূপহী হাটৰ এজন যুৱক বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে নিজৰ সপোনৰ মটৰ চাইকেল খন চুৰি হোৱাৰ পিছত মানসিক বাবে ভাঙি পৰিছে ৰূপহী হাটৰ এজন যুৱক বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে

1 day ago
user_Samaguri live
Samaguri live
Journalist ৰূপাহী, নগাঁও, অসম•

More news from Nagaon and nearby areas
  • জুৰীয়া আৰক্ষীয়ে জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী। 👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।
    1
    জুৰীয়া আৰক্ষীয়ে  জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী।
👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    5 hrs ago
  • বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে
    1
    বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন 
ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ 
AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ 
ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল 
আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন
ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ 
ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে 
আৰক্ষীক  তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে
যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • Post by Rabinrda Gour
    3
    Post by Rabinrda Gour
    user_Rabinrda Gour
    Rabinrda Gour
    ডবকা, হোজাই, অসম•
    8 hrs ago
  • তিনি দফীয়া দাবীৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰায়ণপুৰ চাহ বাগিছাত আদিবাসী ছাত্ৰ সন্থাৰ মটৰচাইকেল ৰেলী
    1
    তিনি দফীয়া দাবীৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰায়ণপুৰ চাহ বাগিছাত আদিবাসী ছাত্ৰ সন্থাৰ মটৰচাইকেল ৰেলী
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    8 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    19 hrs ago
  • Post by Trinayan Bora
    1
    Post by Trinayan Bora
    user_Trinayan Bora
    Trinayan Bora
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    23 hrs ago
  • জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক ! #NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration
    1
    জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক !
#NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    3 hrs ago
  • জন আশীৰ আশীৰ্বাদ ৰেলীত ভাগ লৈ নগাঁৱৰ বেবেজীয়াত উপস্থিত হৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱনটি উদ্ধোধন কৰে।
    1
    জন আশীৰ আশীৰ্বাদ ৰেলীত ভাগ লৈ নগাঁৱৰ বেবেজীয়াত উপস্থিত হৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰশাসনিক ভৱনটি উদ্ধোধন কৰে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    17 hrs ago
  • Post by Rabinrda Gour
    1
    Post by Rabinrda Gour
    user_Rabinrda Gour
    Rabinrda Gour
    ডবকা, হোজাই, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.