#বোকাখাতৰ মৰিয়াহোলাৰ পৰা বহি: ৰাজ্যলৈ পথাব পাৰিব ৯ কোটি টকাৰ ৰঙালাউ। #বোকাখাত মৰিয়াহোলাৰ যুৱ কৃষক ললিত দত্ত, ৰাজীৱ চেত্ৰী,গণবাহাদুৰ চেত্ৰী,দেবু চেত্ৰী,বিবেক চুব্বা,দেবু শৰ্মা,এম বাহাদুৰ চেত্ৰী,আচমান চুব্বা, পৱিত্ৰ বৰা, চন্দন চুব্বা, মহেন্দ্ৰ চুব্বা,কেৱল চেত্ৰী,যোগেন শইকীয়া,আনন্দ দত্ত,ৰাজেন চেত্ৰী,প্ৰদীপ চেত্ৰী,প্ৰদীপ হাজৰিকা অৰূপ বৰুৱা আৰু বহুতৰ মুখত হাঁহি। #ৰঙালাউ খেতিৰত যোৱা বছৰ হোৱা লোকচান এইবাৰ সমুলঞ্চে পাব এই সকল কৃষকে। #যোৱাবছৰ ১২ কোটি টকাৰ ৰঙালাউ বহি:ৰাজ্যলৈ প্ৰেৰণৰ লক্ষ্য স্থিৰ কৰিছিল যদিও ৰঙালাউৰ দাম হ্ৰাস পোৱাত সেই লক্ষ্য চুবগৈ নোৱাৰিলে।সেয়েহে বহু কৃষকে এইবাৰ নকৰিলে ৰঙালাউ খেতি। তথাপিও শতাধিক কৃষকে কৰিছে এই খেতি।যোৱা ছটা মাহত বৰষুণ নাই। একাংশ কৃষকে কৰিছে নিজাববীয়াকৈ পানী যোগান ব্যৱস্থা।নদন বদনকৈ বাঢ়িছে ৰঙালাউ।ফুলিছে,লাগিছে গুটি। #এইসকল কৃষকে প্ৰায় দুহেজাৰ বিঘা মাটিত কৰিছে খেতি।প্ৰতি বিঘাত কমেও উৎপাদন হ'ব ৩০ কুইন্টলতকৈ ৰঙালাউ। যোৱা বছৰৰ ৩-৪ টকা ৰঙালাউৰ দামৰ বিপৰিতে বৰ্তমান প্ৰতিকলোগ্ৰামৰ দাম ১৫ টকা।এই দিশৰ পৰা কেৱল বৃহত্তৰ মৰিয়াহোলা অঞ্চলৰ পৰাই উৎপাদন আৰু বিপনন হ'ব ৯ কোটি টকাৰ ৰঙালাউ।

- Post by Trinayan Bora1
- असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।1
- গোলাঘাট নগৰৰ শান্তিপুৰত ড্ৰাগছ সহ দুজন আৰক্ষীৰ জালত । মেৰাপানীৰ ২ জন লোকক ড্ৰাগছ সহ AS05Z0264 নম্বৰৰ এখন Hero X Pulse বাইক আৰু ১২.১১ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। লোক দুজন মেৰাপানী ভেলৌগুৰিৰ ছালামউদ্দিন আহমেদ আৰু বুবুল হুছেইন বুলি জানিব পৰা গৈছে।1
- কমাৰবন্ধা ৰেলৰেল ষ্টেচনত ৰেলৰ পৰা পৰি মৃত্যু এগৰাকী যুৱতিৰ,উদ্ধাৰ কৰিব পৰা নাই যুৱতি গৰাকীৰ পৰিচয় l গোলাঘাটৰ কমাৰবন্ধা সোমবাৰে নিশা ৰে’ল ষ্টেচনত অঘটন ৰে’লৰ পৰা পৰি মৃত্যু এগৰাকীৰ যুৱতীৰ উজনিমুৱা বিবেক এক্সপ্রেছৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ এই পৰ্যন্ত মৃত যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই কন্যাকুমাৰীৰ পৰা ডিব্রুগড় অভিমুখী আছিল ৰে’লখন সম্প্রতি গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে মৃতদেহটো।1
- 📌নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 👉ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। 📌যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 👉BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 👉এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 📌কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER 📌যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা কেন্দাগুৰিৰ জাকিৰ হুছেইনক মৃতদেহ ।1
- জুৰীয়া আৰক্ষীয়ে জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী। 👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।1
- জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক ! #NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration1