logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

on 13 December
user_Sawapn Malakar
Sawapn Malakar
Bajali, Assam•
on 13 December

More news from অসম and nearby areas
  • 🔴৫০ লাখ টকা ব্যয় সাপেক্ষে শালবাৰীত নিৰ্মাণ হ'ব' বড়ো সাহিত্য সভা ভৱন'। 🔴আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।
    1
    🔴৫০ লাখ টকা ব্যয় সাপেক্ষে শালবাৰীত নিৰ্মাণ হ'ব' বড়ো সাহিত্য সভা ভৱন'।
🔴আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    9 hrs ago
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    11 hrs ago
  • বৰপেটা জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৬ মাৰ্চত বন্ধ ঘোষণা দৌল উৎসৱ উপলক্ষে এই বন্ধ । দৌল মহোৎসৱ উপলক্ষে অহা ৬ মাৰ্চত বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি ।
    5
    বৰপেটা জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৬ মাৰ্চত বন্ধ ঘোষণা দৌল উৎসৱ উপলক্ষে এই বন্ধ ।
দৌল মহোৎসৱ উপলক্ষে অহা ৬ মাৰ্চত বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । 
বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer চেঙা, বৰপেটা, অসম•
    12 hrs ago
  • 👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ ⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    1
    👉🏻 ‘দেশত ধুমুহা আহিব। যেতিয়াই আমেৰিকাৰ পৰা আখৰোট, কাঠবাদাম, আপেল, দাইল, কপাহ, সৰিয়হ আদি ভাৰতলৈ আহিব। 
👉🏻 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো তথ্যই ট্ৰাম্পক গতাই দিলে।’ 
⏩ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্য।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    1 day ago
  • Post by NAlive24
    1
    Post by NAlive24
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
  • সোণতলীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শ্বান একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন
    1
    সোণতলীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শ্বান একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    1 hr ago
  • Post by Babul Barman
    1
    Post by Babul Barman
    user_Babul Barman
    Babul Barman
    বজালী, বজালী, অসম•
    11 hrs ago
  • বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"
    1
    বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ ৷
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত  বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই  বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷ 
বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি  ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷ 
দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷  উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা  নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব  বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷ গোসাইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় "  সত্ৰীয়া পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাইক দৌলত উঠোৱা হৈছে ৷ আজি ৰাতিপুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা দিয়াৰ পিছত ভকত সকলে গোসাইক ফাকু দি সেৱা জনায় ৷" লগতে বুঢ়া সত্ৰীয়াই কয় " সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাইক দৌলৰ পৰা নমোৱাৰ পিছত হে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে  স্কন্ধ পুৰানৰ বিবৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় ৷ আৰু শংকৰদেৱৰ উৰেষা কিৰ্তনৰ গীতৰ মাজেৰে আনফালে স্কন্ধ পুৰানৰ মন্ত্ৰৰে গোসাইক ফাকু দিয়া হৈছে ৷"
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    4 hrs ago
  • Post by NAlive24
    1
    Post by NAlive24
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.