logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷

54 min ago
user_নৱজ্যোতি শৰ্মা
নৱজ্যোতি শৰ্মা
Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
54 min ago

মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷

More news from অসম and nearby areas
  • মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷
    2
    মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত
বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷
নৱজ্যোতি। শৰ্মা 
বিহকুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    54 min ago
  • কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' ​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। ​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। ​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। ​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। ​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ​ কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' ​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। ​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। ​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। ​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। ​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ​
    1
    কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। 
জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ।

সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!'
​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'।

দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ।  


​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ।



​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক  দিগন্ত দত্তৰ নশ্বৰ দেহ। 

দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু।

হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ  হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। 

পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ।

​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ  এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস।  কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই,   হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই।

​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে।

দিগন্তৰ  মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ  পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ  আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়।
​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। 

শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য।

​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

​
কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। 
জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ।
সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!'
​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'।
দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ।  
​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ।
​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক  দিগন্ত দত্তৰ নশ্বৰ দেহ। 
দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু।
হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ  হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। 
পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ।
​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ  এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস।  কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই,   হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই।
​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে।
দিগন্তৰ  মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ  পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ  আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়।
​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। 
শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য।
​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।
​
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    1 hr ago
  • Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    1
    Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    21 hrs ago
  • দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী উদ্যোগ উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।
    1
    দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী  উদ্যোগ  উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    56 min ago
  • মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ অন্তৰ্গত হাঁহচৰা–গোটোং মহৰিচুক সংযোগী পথ নিৰ্মাণৰ বাবে অনা বালি আৰু পাথৰ পথটোত পেলাই যোৱা ফলত বিগত ১০–১২ দিনে পথটো বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথ বন্ধ হৈ থকাৰ ফলত কৃষিকৰ্মকে ধৰি অত্যাৱশ্যকীয় কাম-কাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। ইফালে, পথটো ক্ষীপ্ৰ গতিত নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে পথটো মুকলি কৰাৰ দাবী জনাইছে ক্ষোভিত স্থানীয় ৰাইজে। Focus Axom 24 | Truth, Time, and Trust . . . #FocusAxom24 #highlightseveryone #follower #everyonefollowers #nonfollowers
    1
    মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ
মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ
বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ অন্তৰ্গত হাঁহচৰা–গোটোং মহৰিচুক সংযোগী পথ নিৰ্মাণৰ বাবে অনা বালি আৰু পাথৰ পথটোত পেলাই যোৱা ফলত বিগত ১০–১২ দিনে পথটো বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথ বন্ধ হৈ থকাৰ ফলত কৃষিকৰ্মকে ধৰি অত্যাৱশ্যকীয় কাম-কাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ।
ইফালে, পথটো ক্ষীপ্ৰ গতিত নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে পথটো মুকলি কৰাৰ দাবী জনাইছে ক্ষোভিত স্থানীয় ৰাইজে।
Focus Axom 24 | Truth, Time, and Trust
.
.
.
#FocusAxom24 #highlightseveryone #follower #everyonefollowers #nonfollowers
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্‌যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷
    1
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্‌যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ | ​শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।
    3
    স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ |

​শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    17 hrs ago
  • বিহপুৰীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত শৈক্ষিক বটা বিতৰণ বিহপুৰীয়াঃআজি বিহপুৰীয়া মহাবিদ্যালয়ত অনুস্হিত কৰা নৱাগত আদৰণি সভা খনত মাধৱদেৱ গৱেষনা অধ্যয়ন আৰু বৌদ্ধিক জাগৰণ পৰিষদে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শংকৰদেৱ মহাবিদ্যালয় খেৰাজখাট মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত অনুস্হিত কৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত ১১০ গৰাকী ছাত্ৰছাত্ৰী ৰ ভিতৰত ১২ গৰাকীয়ে স্হান দখল কৰিছিল৷ ইয়াৰে প্ৰথম গৰাকী কাৱেৰী বৰাই বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা প্ৰথম স্হান দখল কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোনাৰাম কলিতা খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃমৃদুল বুঢ়াগোহাই মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য বিৰেন্দ্ৰনাথ ভাগৱতী বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা উপস্হিত থাকি এই শৈক্ষিক বটা বিতৰণ কৰে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অমূল্য হাজৰিকাই সঞ্চালনা কৰা সভা খনত এই অনুস্হানৰ আত ধৰে জাগৰণ পৰিষদৰ সম্পাদক মনোৰঞ্জন শৰ্মা আৰু বিনোদ কৃষ্ণ শৰ্মাই৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    4
    বিহপুৰীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত শৈক্ষিক বটা বিতৰণ
বিহপুৰীয়াঃআজি বিহপুৰীয়া মহাবিদ্যালয়ত অনুস্হিত কৰা নৱাগত আদৰণি সভা খনত  মাধৱদেৱ গৱেষনা অধ্যয়ন আৰু বৌদ্ধিক জাগৰণ পৰিষদে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত  শংকৰদেৱ মহাবিদ্যালয় খেৰাজখাট মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত অনুস্হিত কৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত ১১০ গৰাকী ছাত্ৰছাত্ৰী ৰ ভিতৰত ১২ গৰাকীয়ে স্হান দখল কৰিছিল৷ ইয়াৰে প্ৰথম গৰাকী কাৱেৰী বৰাই বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা প্ৰথম স্হান দখল কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোনাৰাম কলিতা খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃমৃদুল বুঢ়াগোহাই মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য বিৰেন্দ্ৰনাথ ভাগৱতী বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা উপস্হিত থাকি এই শৈক্ষিক বটা বিতৰণ কৰে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অমূল্য হাজৰিকাই সঞ্চালনা কৰা সভা খনত এই অনুস্হানৰ আত ধৰে জাগৰণ পৰিষদৰ সম্পাদক মনোৰঞ্জন শৰ্মা আৰু বিনোদ কৃষ্ণ শৰ্মাই৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.