logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ অন্তৰ্গত হাঁহচৰা–গোটোং মহৰিচুক সংযোগী পথ নিৰ্মাণৰ বাবে অনা বালি আৰু পাথৰ পথটোত পেলাই যোৱা ফলত বিগত ১০–১২ দিনে পথটো বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথ বন্ধ হৈ থকাৰ ফলত কৃষিকৰ্মকে ধৰি অত্যাৱশ্যকীয় কাম-কাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। ইফালে, পথটো ক্ষীপ্ৰ গতিত নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে পথটো মুকলি কৰাৰ দাবী জনাইছে ক্ষোভিত স্থানীয় ৰাইজে। Focus Axom 24 | Truth, Time, and Trust . . . #FocusAxom24 #highlightseveryone #follower #everyonefollowers #nonfollowers

1 hr ago
user_ভাস্কৰ জ্যোতি দত্ত
ভাস্কৰ জ্যোতি দত্ত
Local News Reporter বোকাখাত, গোলাঘাট, অসম•

More news from অসম and nearby areas
  • মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ অন্তৰ্গত হাঁহচৰা–গোটোং মহৰিচুক সংযোগী পথ নিৰ্মাণৰ বাবে অনা বালি আৰু পাথৰ পথটোত পেলাই যোৱা ফলত বিগত ১০–১২ দিনে পথটো বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথ বন্ধ হৈ থকাৰ ফলত কৃষিকৰ্মকে ধৰি অত্যাৱশ্যকীয় কাম-কাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। ইফালে, পথটো ক্ষীপ্ৰ গতিত নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে পথটো মুকলি কৰাৰ দাবী জনাইছে ক্ষোভিত স্থানীয় ৰাইজে। Focus Axom 24 | Truth, Time, and Trust . . . #FocusAxom24 #highlightseveryone #follower #everyonefollowers #nonfollowers
    1
    মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ
মহুৰামুখত পথ নিৰ্মাণৰ নামত ১০–১২ দিনে পথ বন্ধ, সমস্যাত স্থানীয় ৰাইজ
বোকাখাত সমজিলাৰ মহুৰা মৌজাৰ অন্তৰ্গত হাঁহচৰা–গোটোং মহৰিচুক সংযোগী পথ নিৰ্মাণৰ বাবে অনা বালি আৰু পাথৰ পথটোত পেলাই যোৱা ফলত বিগত ১০–১২ দিনে পথটো বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথ বন্ধ হৈ থকাৰ ফলত কৃষিকৰ্মকে ধৰি অত্যাৱশ্যকীয় কাম-কাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৃষক ৰাইজ।
ইফালে, পথটো ক্ষীপ্ৰ গতিত নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে পথটো মুকলি কৰাৰ দাবী জনাইছে ক্ষোভিত স্থানীয় ৰাইজে।
Focus Axom 24 | Truth, Time, and Trust
.
.
.
#FocusAxom24 #highlightseveryone #follower #everyonefollowers #nonfollowers
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী উদ্যোগ উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।
    1
    দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী  উদ্যোগ  উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    57 min ago
  • Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    1
    Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    21 hrs ago
  • মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷
    2
    মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত
বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷
নৱজ্যোতি। শৰ্মা 
বিহকুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    54 min ago
  • বিশ্বনাথত নৱম সংখ্যক পোষণ মাহ উদযাপন। বিশ্বনাথত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ "আমাৰ অংগনৱাড়ী আমাৰ দায়িত্ব" - এই মূলমন্ত্ৰৰে আজিৰে পৰা বিশ্বনাথ জিলাত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি ৯ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে এই মাহজোৰা কাৰ্যসূচী পালন কৰা হৈছে। এই উপলক্ষে বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ক্ত কৰবী শইকীয়া কৰনে এই কাৰ্যসূচীৰ উদ্বোধনী ভাষণৰে এক সজাগতা সভাৰ আয়োজন কৰা হয়। এইবাৰৰ পোষণ মাহৰ ৫টা মূল লক্ষ্য হৈছে - খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰ'টিন।অংগনৱাড়ী কেন্দ্ৰত সতেজ গৰম ৰন্ধা আহাৰ প্ৰদান। সমাজৰ অংশীদাৰিত্ব আৰু দায়বদ্ধতা। শিশুৰ প্ৰাৰম্ভিক বিকাশৰ বাবে পুষ্টি আৰু শিক্ষা। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ১০ বছৰীয়া সফলতা উদযাপন। অংগনৱাড়ী কেন্দ্ৰসমূহক সমাজৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা আৰু পুষ্টিহীনতা দূৰ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে।
    4
    বিশ্বনাথত নৱম সংখ্যক পোষণ মাহ উদযাপন।
বিশ্বনাথত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ 
"আমাৰ অংগনৱাড়ী আমাৰ দায়িত্ব" - এই মূলমন্ত্ৰৰে আজিৰে পৰা বিশ্বনাথ জিলাত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী আৰম্ভ হৈছে।
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি ৯ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে এই মাহজোৰা কাৰ্যসূচী পালন কৰা হৈছে।
এই উপলক্ষে বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ক্ত কৰবী শইকীয়া কৰনে এই কাৰ্যসূচীৰ উদ্বোধনী ভাষণৰে এক সজাগতা সভাৰ আয়োজন কৰা হয়।
এইবাৰৰ পোষণ মাহৰ ৫টা মূল লক্ষ্য হৈছে -
খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰ'টিন।অংগনৱাড়ী কেন্দ্ৰত সতেজ গৰম ৰন্ধা আহাৰ প্ৰদান।
সমাজৰ অংশীদাৰিত্ব আৰু দায়বদ্ধতা।
শিশুৰ প্ৰাৰম্ভিক বিকাশৰ বাবে পুষ্টি আৰু শিক্ষা।
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ১০ বছৰীয়া সফলতা উদযাপন।
অংগনৱাড়ী কেন্দ্ৰসমূহক সমাজৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা আৰু পুষ্টিহীনতা দূৰ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    30 min ago
  • কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' ​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। ​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। ​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। ​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। ​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ​ কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' ​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। ​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। ​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। ​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। ​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ​
    1
    কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। 
জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ।

সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!'
​'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'।

দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ।  

​সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ।

​স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক  দিগন্ত দত্তৰ নশ্বৰ দেহ। 

দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু।

হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ  হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। 

পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ।

​ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ  এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস।  কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই,   হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই।

​কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে।

দিগন্তৰ  মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ  পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ  আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়।
​এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। 

শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য।

​ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

​

    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    1 hr ago
  • অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    5 hrs ago
  • ১৯ ছেপ্টেম্বৰ—এয়া কেৱল এটা তাৰিখ নহয়, এয়া অসমৰ প্ৰতিটো জুবিনপ্ৰেমী হৃদয়ত জমা হোৱা গভীৰ বিষাদৰ দিন। ১৯ ছেপ্টেম্বৰ—এয়া কেৱল এটা তাৰিখ নহয়, এয়া অসমৰ প্ৰতিটো জুবিনপ্ৰেমী হৃদয়ত জমা হোৱা গভীৰ বিষাদৰ দিন। মায়াবিনী ৰাতিৰ জোনাকত যেন আকৌ ভাঁহি আহে জুবিন দাৰ মুখখন। সুৰ হৈ বাজে তেওঁৰ স্মৃতি, আৰু চকুৰ কোণত জমা হয় নোকোৱা অশ্ৰু। জুবিন দা কেৱল এজন শিল্পী নাছিল—তেওঁ আছিল অসমৰ এক অনুভৱ, এক হৃদস্পন্দন, এক অমৰ নাম। শাৰীৰিকভাৱে আঁতৰি গ’লেও তেওঁৰ গান আৰু আদৰ্শ আজিও আমাৰ মাজত জীয়াই আছে। এই গভীৰ মৰম আৰু বেদনাৰ পৰাই অমিত নাগে জুবিন দাক সুঁৱৰি আগবঢ়াইছে এটি কবিতা “১৯ ছেপ্টেম্বৰ—মায়াবিনী ৰাতি" এই কবিতাৰ প্ৰতিটো শব্দত আছে স্মৃতি, প্ৰতিটো শাৰীত আছে চকুলো, আৰু প্ৰতিটো অনুভৱত আছে এটাই কথা— “অসমৰ হৃদয়ত জীয়াই থাকিবা।নাযাবা,তুমি সদায় অসমৰ হৃদয়ত জীয়াই থাকিবা। যুৱনেতা অমৃত নাগৰ এটি সুন্দৰ কবিতা . . . . #everyone #highlight #facebookpost #follower #FocusAxom24
    1
    ১৯ ছেপ্টেম্বৰ—এয়া কেৱল এটা তাৰিখ নহয়, এয়া অসমৰ প্ৰতিটো জুবিনপ্ৰেমী হৃদয়ত জমা হোৱা গভীৰ বিষাদৰ দিন।

১৯ ছেপ্টেম্বৰ—এয়া কেৱল এটা তাৰিখ নহয়, এয়া অসমৰ প্ৰতিটো জুবিনপ্ৰেমী হৃদয়ত জমা হোৱা গভীৰ বিষাদৰ দিন।
মায়াবিনী ৰাতিৰ জোনাকত যেন আকৌ ভাঁহি আহে জুবিন দাৰ মুখখন। সুৰ হৈ বাজে তেওঁৰ স্মৃতি, আৰু চকুৰ কোণত জমা হয় নোকোৱা অশ্ৰু।
জুবিন দা কেৱল এজন শিল্পী নাছিল—তেওঁ আছিল অসমৰ এক অনুভৱ, এক হৃদস্পন্দন, এক অমৰ নাম। শাৰীৰিকভাৱে আঁতৰি গ’লেও তেওঁৰ গান আৰু আদৰ্শ আজিও আমাৰ মাজত জীয়াই আছে।
এই গভীৰ মৰম আৰু বেদনাৰ পৰাই অমিত নাগে জুবিন দাক সুঁৱৰি আগবঢ়াইছে এটি কবিতা “১৯ ছেপ্টেম্বৰ—মায়াবিনী ৰাতি"
এই কবিতাৰ প্ৰতিটো শব্দত আছে স্মৃতি, প্ৰতিটো শাৰীত আছে চকুলো, আৰু প্ৰতিটো অনুভৱত আছে এটাই কথা—
“অসমৰ হৃদয়ত জীয়াই থাকিবা।নাযাবা,তুমি সদায় অসমৰ হৃদয়ত জীয়াই থাকিবা।
যুৱনেতা অমৃত নাগৰ এটি সুন্দৰ কবিতা 
.
.
.
.
#everyone #highlight #facebookpost #follower #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.