Shuru
Apke Nagar Ki App…
Debojit Kumar Bordoloi
More news from অসম and nearby areas
- কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ৪০ জন যাত্ৰী। চুলুঙৰ সদভাৱনা সন্মিলনলৈ ডিমাপুৰৰ পৰা এখন বাছৰ জৰিয়তে আহিছিল প্ৰায় ৪০ জন যাত্ৰী। বাছখনৰ যান্ত্ৰিক বিজুতিৰ ফলত যাত্ৰা পথতে ইঞ্জিনত জুইৰ সূত্ৰপাত হয়। ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাত বাছত অহা যাত্ৰীসকলৰ মাজত লাগে হুৱাদুৱা। বাছৰ ভিতৰৰ পৰা দৌৰা দৌৰি কোনো মতে প্ৰাণ ৰক্ষা কৰিলে যাত্ৰীসকলে। কলিয়াবৰৰ হাতীয়েখোৱাত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত উলুৱনী আৰক্ষী আৰু কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ বাছ খনৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ পৰা কলিয়াবৰৰ চুলুঙত দুদিনীয়াকৈ অনুষ্ঠিত সদভাৱন সন্মিলনলৈ আহিছিল যাত্ৰীসকল। দুৰ্ঘটনাগ্ৰস্ত গীতাঞ্জলি নামৰ বাছখনৰ নম্বৰ হৈছে A S 12 BC 99911
- Post by Assam sangbad 241
- 📌অসাধু ব্যৱসায়ীৰ ৰামঠগন সাধাৰণ কৃষকক। 📌বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত হাহাকাৰ কৃষকৰ।1
- 📌নাৰায়ণপুৰৰ এখন গাঁওত নিশা হ'লেই হয় শিলাবৰ্ষণ। 📌 নাৰায়ণপুৰৰ ঠাকুৰ দলনিত সংঘটিত হৈছে এই ঘটনা। 📌কোনে কৰিছে এই দুকাৰ্য্য।1
- কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰব অৱ্যাহত। বন্যহস্তীৰ উপদ্ৰবৰ দৃশ্য বন্দী হল CCTV আৰু মোবাইলৰ কেমেৰাত। এই দৃশ্য যোৱা নিশা প্ৰায় ১০ মান বজাৰ। সোণাৰীগাঁৱৰ ৰাজপথত নিশা বন্যহস্তীয়ে খেদালে এখন বাহন। কলিয়াবৰত দৈনিক অৱ্যাহত আছে বন্যহস্তীৰ উপদ্ৰব। খাদ্যৰ সন্ধানত শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলায় আহে বন্যহস্তী।1