Shuru
Apke Nagar Ki App…
কংগ্ৰেছৰ মহিলা বিদ্বেষী নীতি আৰু স্থিতি সন্দৰ্ভত আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য শ্রীযুত টংকেশ্বৰ ৰাভা ডাঙৰীয়াই - BJP Assam Pradesh
Assam Update
কংগ্ৰেছৰ মহিলা বিদ্বেষী নীতি আৰু স্থিতি সন্দৰ্ভত আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য শ্রীযুত টংকেশ্বৰ ৰাভা ডাঙৰীয়াই - BJP Assam Pradesh
More news from অসম and nearby areas
- Post by Assam Update1
- অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।2
- ডিমৌ নগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সোমবাৰে নিশা ডিমৌ মধুপুৰ অঞ্চলত চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণ কৰা সংস্থাই নিৰ্মাণ কৰি এৰি থোৱা এক উন্মুক্ত নলাত সোমাই পৰে এটা গৰু। এই ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয়—ঠিকাদাৰ গোষ্ঠীৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এনে বিপদজনক নলাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, এই উন্মুক্ত নলাসমূহ বন্ধ কৰাৰ বাবে স্থানীয় ৰাইজে বহু বাৰ আবেদন জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। ইফালে, ঘটনাৰ পিছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ গাৰুটোক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।1
- * সোমবাৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱৰ লাইখুটা স্থাপন। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা ব'হাগী বিদায় উৎসৱ এই বছৰ সপ্তদশ বৰ্ষত ভৰি দিছে। আগন্তুক ৮ আৰু ৯ মে' , শুকুৰ আৰু শনিবাৰে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে জুবিন গাৰ্গ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ মথুৰাপুৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি অজিৎ নেওগে লাইখুটা স্থাপন কৰে। এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৮ মে'ত বিভিন্ন প্ৰতিযোগিতাৰ লগতে কেইবাটাও আগশাৰী হুচৰি দলৰ হুচৰি প্ৰদৰ্শন। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু ৯ মে' তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত হুচৰি দলে প্ৰদৰ্শন কৰিব হুচৰি। উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।1
- ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰি1
- Post by অঞ্জন শইকীয়া4
- ডিগবৈ লখিপথাৰ ভয়াবহ পথ দূৰঘটনা পাছ গৰাকী মহিলা আহত হয়1
- Post by Assam Update1