logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গাঁৱে-গাঁৱে, ঘৰে-ঘৰে এই সুৰেই বিলাই ঐক্য, সম্প্রীতি আৰু আশাৰ বতৰা। ডিব্ৰুগড়ৰ বাসগৃহত আজি পুনৰ হুঁচৰি দল এটিৰ সৈতে এপাক নাচি আশিস গ্রহণ কৰিলোঁ: lurin jyoti gogoi

2 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
2 hrs ago

গাঁৱে-গাঁৱে, ঘৰে-ঘৰে এই সুৰেই বিলাই ঐক্য, সম্প্রীতি আৰু আশাৰ বতৰা। ডিব্ৰুগড়ৰ বাসগৃহত আজি পুনৰ হুঁচৰি দল এটিৰ সৈতে এপাক নাচি আশিস গ্রহণ কৰিলোঁ: lurin jyoti gogoi

More news from অসম and nearby areas
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
  • ডিব্ৰুগড় আৰ.কে.বি. পথৰ নতুন বজাৰত কন কন শিশু সকলে মন মহিলে ৰাইজক। ইমান সুন্দৰ ভাবে বিহু নৃত্য প্ৰদৰ্শন কৰিলে নতুন বজাৰৰ গ্ৰাহকক।
    2
    ডিব্ৰুগড় আৰ.কে.বি. পথৰ নতুন বজাৰত কন কন শিশু সকলে মন মহিলে ৰাইজক। 
ইমান সুন্দৰ ভাবে বিহু নৃত্য প্ৰদৰ্শন কৰিলে নতুন বজাৰৰ গ্ৰাহকক।
    user_Huntu sen kachari
    Huntu sen kachari
    Photographer Dhemaji, Assam•
    59 min ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    1 hr ago
  • অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত‌ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    2
    অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু  নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত‌ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    3 hrs ago
  • * সোমবাৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱৰ লাইখুটা স্থাপন। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা ব'হাগী বিদায় উৎসৱ এই বছৰ সপ্তদশ বৰ্ষত ভৰি দিছে। আগন্তুক ৮ আৰু ৯ মে' , শুকুৰ আৰু শনিবাৰে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে জুবিন গাৰ্গ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ মথুৰাপুৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি অজিৎ নেওগে লাইখুটা স্থাপন কৰে। এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৮ মে'ত বিভিন্ন প্ৰতিযোগিতাৰ লগতে কেইবাটাও আগশাৰী হুচৰি দলৰ হুচৰি প্ৰদৰ্শন। নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু ৯ মে' তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত হুচৰি দলে প্ৰদৰ্শন কৰিব হুচৰি। উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
    1
    *
সোমবাৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱৰ লাইখুটা স্থাপন।
চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা ব'হাগী বিদায় উৎসৱ এই বছৰ সপ্তদশ বৰ্ষত ভৰি দিছে।
আগন্তুক ৮ আৰু ৯ মে' , শুকুৰ আৰু শনিবাৰে দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে জুবিন গাৰ্গ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ মথুৰাপুৰত  অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে মথুৰাপুৰ ব'হাগী বিদায় উৎসৱ সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী  ধৰ্মপ্ৰাণ ব্যক্তি অজিৎ নেওগে লাইখুটা স্থাপন কৰে।
এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰ লগতে ৮ মে'ত বিভিন্ন প্ৰতিযোগিতাৰ লগতে কেইবাটাও আগশাৰী হুচৰি দলৰ হুচৰি প্ৰদৰ্শন।
নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান
আৰু ৯ মে' তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ গীতৰ শৰাইৰ লগতে আমন্ত্ৰিত হুচৰি দলে  প্ৰদৰ্শন কৰিব হুচৰি।
উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলোৰে সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    22 hrs ago
  • ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰি
    1
    ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰি
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    1 hr ago
  • Post by Nirmal Phuyel
    1
    Post by Nirmal Phuyel
    user_Nirmal Phuyel
    Nirmal Phuyel
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    53 min ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.