Shuru
Apke Nagar Ki App…
আমেৰিকাৰ হিউষ্টন চহৰত আয়োজিত ৰঙালী বিহুৰ অনুষ্ঠানত অসমৰ জোৱাই তথা মহাকাশচাৰী Mike Fincke #bihuvive #haapyrongalibihu
Nirmal Phuyel
আমেৰিকাৰ হিউষ্টন চহৰত আয়োজিত ৰঙালী বিহুৰ অনুষ্ঠানত অসমৰ জোৱাই তথা মহাকাশচাৰী Mike Fincke #bihuvive #haapyrongalibihu
More news from অসম and nearby areas
- Post by Nirmal Phuyel1
- অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।2
- Post by Assam Update1
- 🚨 Fun Parody News | বন্ধুৰ এক্সৰ ফটোত Like দি বিপদত পৰিল যুৱক! 😂 #funnynews #comedynews #FunParodyNews #NortheastTalks1
- চৰকাৰী বজাৰৰ মাটিৰ পৰা আৰম্ভ কৰি দুখীয়া দৰিদ্ৰ লোকৰ মাটিলৈকে চকু এইটো ভূ মাফিয়াৰ।হাফিজুৰ ৰহমান নামৰ ভূ মাফিয়াটোৱে জ্বলা কলা খুৱাইছে চলচলি মুছলিম গাওঁ আৰু পোটনী মুছলিম গাঁৱৰ বহু পৰিয়ালক।অতি চতুৰ,ঠগ প্ৰৱঞ্চক হাফিজুৰে কৌশলেৰে দুখীয়া লোকৰ মাটি দখল কৰি চৰকাৰী নীতি নিয়ম অমান্য কৰি বলপূৰ্বকভাৱে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।ঠগ প্ৰৱঞ্চনা,ভয় ভাবুকিৰ গোচৰত কেইবাবাৰো আটক হোৱা হাফিজুৰৰ বিৰুদ্ধে নিজৰ গাঁৱতো ৰাইজমেল অনুষ্ঠিত হৈছে।1
- Post by Tezpur Barta1
- মৈৰাবাৰীত উচ্ছেদ! ২৩ বছৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৰায়ত ভুক্তভোগীৰ ন্যায় লাভ। Voice: দক্ষিণ মৈৰাবাৰী অঞ্চলত আজি এক উচ্ছেদ অভিযান চলোৱা হয়, য’ত ২৩ বছৰৰ দীঘলীয়া আইনী সংগ্ৰামৰ অন্তত ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় ২৩ বছৰ পূৰ্বে ৪ বিঘা ১ কঠা ১৪ লোচা মাটি আবুল হাই নামৰ এজন ব্যক্তিৰ হাতত বিক্ৰী কৰা হৈছিল। কিন্তু , উক্ত মাটিৰ ওপৰিও বলপূৰ্বকভাৱে অধিক ১ বিঘা ১৩ লোচা মাটি তেওঁ দখল কৰি ৰাখিছিল। এই বিষয়টো লৈ ভুক্তভোগী চৌধুৰী পৰিয়ালে প্ৰথমে জিলা আদালতত গোচৰ ৰুজু কৰে। তাৰ পিছত উচ্চ ন্যায়ালয় আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পক্ষত ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ অনুসৰি আজি প্ৰশাসনে দখল কৰা মাটিত থকা অবৈধ বাসগৃহত উচ্ছেদ অভিযান চলায় আৰু দখলমুক্ত কৰে। মৈৰাবাৰী অঞ্চলত এইটো প্ৰথম উচ্ছেদ অভিযান বুলি জনা গৈছে। ইফালে, দীঘলীয়া সময়ৰ পিছত ন্যায় লাভ কৰাত ভুক্তভোগী চৌধুৰী পৰিয়ালে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।1
- গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ ফলঙনি গাঁৱৰ বিশিষ্ট ব্যক্তি, সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান কৰা হয়। ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত এই বটা প্ৰদান কৰে ফলঙনী ছাত্ৰ সন্থায়।অনুষ্ঠানটোত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বায়ন ওজা বিফাই ফুকনৰ সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰা হয়।2