logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কাৰ্বি আংলঙৰ বোকাজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

1 hr ago
user_Bokajan TV
Bokajan TV
ডিফু, কাৰ্বি আংলং, অসম•
1 hr ago

কাৰ্বি আংলঙৰ বোকাজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

More news from অসম and nearby areas
  • কাৰ্বি আংলঙৰ বোকাজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
    1
    কাৰ্বি আংলঙৰ বোকাজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    1 hr ago
  • যদি আপুনি ডাঙৰ আকাৰৰ সতেজ লোকেল মাছ খাবলৈ আগ্ৰহী, তেন্তে নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰী মাছৰ খুচুৰা বজাৰখন আপোনাৰ বাবে এক উপযুক্ত গন্তব্যস্থান হ’ব পাৰে। এই বজাৰত প্ৰতিদিনে পুৱাৰ ভাগতেই বিভিন্ন নদী আৰু বিলৰ পৰা অনা সতেজ তথা ডাঙৰ মাছ বিক্ৰীৰ বাবে উপলব্ধ হয়।
    1
    যদি আপুনি ডাঙৰ আকাৰৰ সতেজ লোকেল মাছ খাবলৈ আগ্ৰহী, তেন্তে নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰী মাছৰ খুচুৰা বজাৰখন আপোনাৰ বাবে এক উপযুক্ত গন্তব্যস্থান হ’ব পাৰে। এই বজাৰত প্ৰতিদিনে পুৱাৰ ভাগতেই বিভিন্ন নদী আৰু বিলৰ পৰা অনা সতেজ তথা ডাঙৰ মাছ বিক্ৰীৰ বাবে উপলব্ধ হয়।
    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    3 hrs ago
  • ৰূপহী হাটৰ মাগুৰমাৰীস্থিত 'কুতুব খানা' নামৰ বিপনী খনত গ্ৰাহকৰ বাবে দৈনন্দিন ব্যৱহাৰ কৰা সকলো সামগ্ৰী উপলব্ধ হৈছে। মাগুৰমাৰী বানাত মাদ্ৰাছাৰ সন্মুখত অৱস্থিত এই বিপনী খনত শিক্ষাৰ্থীসকলৰ বাবে কিতাব-বহীৰ লগতে ইলেক্ট্ৰনিক সামগ্ৰীও পোৱা যায়। ইয়াৰ উপৰিও গ্ৰাহকসকলে এই বিপনী খনত যিকোনো সামগ্ৰী ৰিপেয়াৰিং কৰাৰ সুবিধাও লাভ কৰিব।
    1
    ৰূপহী হাটৰ মাগুৰমাৰীস্থিত 'কুতুব খানা' নামৰ বিপনী খনত গ্ৰাহকৰ বাবে দৈনন্দিন ব্যৱহাৰ কৰা সকলো সামগ্ৰী উপলব্ধ হৈছে। মাগুৰমাৰী বানাত মাদ্ৰাছাৰ সন্মুখত অৱস্থিত এই বিপনী খনত শিক্ষাৰ্থীসকলৰ বাবে কিতাব-বহীৰ লগতে ইলেক্ট্ৰনিক সামগ্ৰীও পোৱা যায়। ইয়াৰ উপৰিও গ্ৰাহকসকলে এই বিপনী খনত যিকোনো সামগ্ৰী ৰিপেয়াৰিং কৰাৰ সুবিধাও লাভ কৰিব।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • গোলাঘাটৰ টেনপুৰ ৰাজহুৱা নামঘৰত আজি ধুমধামেৰে বাৰ্ষিক বৰসবাহ পালন কৰা হৈছে। কৃষিকাৰ্য আৰম্ভৰ পূৰ্বে শস্যৰ মংগলৰ কামনাৰে প্ৰতি বছৰে জেঠ-আহাৰ মাহত এই বৰসবাহ পালন কৰা হয়।
    1
    গোলাঘাটৰ টেনপুৰ ৰাজহুৱা নামঘৰত আজি ধুমধামেৰে বাৰ্ষিক বৰসবাহ পালন কৰা হৈছে। কৃষিকাৰ্য আৰম্ভৰ পূৰ্বে শস্যৰ মংগলৰ কামনাৰে প্ৰতি বছৰে জেঠ-আহাৰ মাহত এই বৰসবাহ পালন কৰা হয়।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    2 hrs ago
  • ৰাজ্যত একাংশ ভুৱা আৰু ভণ্ড বেজ ওলোৱাক লৈ তীব্ৰ সতৰ্কতা জাৰি কৰা হৈছে। এই চক্ৰটোৱে প্ৰথমে বিভিন্ন সমস্যা সমাধানৰ ভিডিঅ' প্ৰস্তুত কৰে আৰু তাৰ পিছত সেইবোৰ সামাজিক মাধ্যমত আপলোড কৰে। গতিকে এনে লোকসকলৰ পৰা সকলোকে সাৱধান হ’বলৈ কোৱা হৈছে।
    1
    ৰাজ্যত একাংশ ভুৱা আৰু ভণ্ড বেজ ওলোৱাক লৈ তীব্ৰ সতৰ্কতা জাৰি কৰা হৈছে। এই চক্ৰটোৱে প্ৰথমে বিভিন্ন সমস্যা সমাধানৰ ভিডিঅ' প্ৰস্তুত কৰে আৰু তাৰ পিছত সেইবোৰ সামাজিক মাধ্যমত আপলোড কৰে। গতিকে এনে লোকসকলৰ পৰা সকলোকে সাৱধান হ’বলৈ কোৱা হৈছে।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    3 hrs ago
  • নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰীত এজন স্বয়ম্ভু দিব্যাং নেতাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই স্বয়ম্ভু নেতাগৰাকীৰ নাম মুস্তাফা কামাল বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে একত্ৰিত হৈ বাটমাৰীৰ স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    1
    নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰীত এজন স্বয়ম্ভু দিব্যাং নেতাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই স্বয়ম্ভু নেতাগৰাকীৰ নাম মুস্তাফা কামাল বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে একত্ৰিত হৈ বাটমাৰীৰ স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    12 hrs ago
  • বিশ্বনাথত লক্ষ লক্ষ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহন কৰি নষ্ট কৰি দিয়া হৈছে। বিশ্বনাথ আৰক্ষীৰ উদ্যোগত এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসমূহ জ্বলাই ধ্বংস কৰা হয়।
    1
    বিশ্বনাথত লক্ষ লক্ষ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহন কৰি নষ্ট কৰি দিয়া হৈছে। বিশ্বনাথ আৰক্ষীৰ উদ্যোগত এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসমূহ জ্বলাই ধ্বংস কৰা হয়।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    39 min ago
  • কাৰ্বি আংলঙৰ খটখটি ময়নাপুৰী অঞ্চলৰ শান্তনু হাজং নামৰ এজন যুৱক বিগত ৬ দিনৰ পৰা সন্ধানহীন হৈ আছে।
    1
    কাৰ্বি আংলঙৰ খটখটি ময়নাপুৰী অঞ্চলৰ শান্তনু হাজং নামৰ এজন যুৱক বিগত ৬ দিনৰ পৰা সন্ধানহীন হৈ আছে।
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.