logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Dhubri GOLAKGANJ REPORTER PROTEST FOOTAGE SEND TO DESK NO ::::আগমণি- গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অবস্থান ধৰ্মঘট :::: :::: সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ:::: গোলকগঞ্জৰ সম জিলাৰ কৰ্যালয়ৰ সন্মুখত আগমণি-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজন আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰোধিতা কৰি আগমণি- গোলকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।যোৱা ১৪ ফেব্ৰুৱাৰী সন্ধিয়া হঠাত বজাৰত খোজ কাঢ়ি অহা সহিদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথি পত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ।আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক নিৰ্যাতন। তিনিঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি। কাৰোবাক অবগত কৰিলে এনকাউন্টাৰৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰোধিতা কৰি আগমনি গোলকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবি জনায় ।

on 17 February
user_Dhubri News AS
Dhubri News AS
Local News Reporter আঠানি, ধুবুৰী, অসম•
on 17 February

Dhubri GOLAKGANJ REPORTER PROTEST FOOTAGE SEND TO DESK NO ::::আগমণি- গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অবস্থান ধৰ্মঘট :::: :::: সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ:::: গোলকগঞ্জৰ সম জিলাৰ কৰ্যালয়ৰ সন্মুখত আগমণি-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজন আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰোধিতা কৰি আগমণি- গোলকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।যোৱা ১৪ ফেব্ৰুৱাৰী সন্ধিয়া হঠাত বজাৰত খোজ কাঢ়ি অহা সহিদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথি পত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ।আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক নিৰ্যাতন। তিনিঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি। কাৰোবাক অবগত কৰিলে এনকাউন্টাৰৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰোধিতা কৰি আগমনি গোলকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবি জনায় ।

More news from অসম and nearby areas
  • বিধায়ক জাকিৰ হুছেইনৰ বিৰুদ্ধে কবিতা আবৃত্তি এগৰাকী যুৱকৰ। হঠাৎ কিয় এই কবিতা? কিয় বিধায়কৰ বিৰুদ্ধে খং।
    1
    বিধায়ক জাকিৰ হুছেইনৰ বিৰুদ্ধে কবিতা আবৃত্তি এগৰাকী যুৱকৰ।
হঠাৎ কিয় এই কবিতা? কিয় বিধায়কৰ বিৰুদ্ধে খং।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • বৰপেটা জিলাৰ আটাইতকৈ চৰ্চিত বিষয় হৈছে বৰপেটা জিলাৰ বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজল । ইতিমধ্যে ৰাজ্যৰ কেবিনেট বৈঠকৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত বৰপেটা মেডিকেল কলেজৰ নাম সলনিৰ ক্ষেত্ৰত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সেই সময়তে বৰপেটা মেডিকেল কলেজৰ বিষয়া সকলে আৰম্ভ কৰিছে মেডিকেল কলেজ হাস্পতাল খনৰ পুৰণি নাম বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজল ৰ নাম সলনি হৈ এতিয়াৰে পৰা হ'ব বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই চৰকাৰ ঘোষণাৰ পিছতে নাম সলনিৰ কাৰ্য আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
    1
    বৰপেটা জিলাৰ আটাইতকৈ চৰ্চিত বিষয় হৈছে বৰপেটা জিলাৰ বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজল । ইতিমধ্যে ৰাজ্যৰ কেবিনেট বৈঠকৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত বৰপেটা মেডিকেল কলেজৰ নাম সলনিৰ ক্ষেত্ৰত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সেই সময়তে বৰপেটা মেডিকেল কলেজৰ বিষয়া সকলে আৰম্ভ কৰিছে মেডিকেল কলেজ হাস্পতাল খনৰ পুৰণি নাম বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজল ৰ নাম সলনি হৈ এতিয়াৰে পৰা হ'ব বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই চৰকাৰ ঘোষণাৰ পিছতে নাম সলনিৰ কাৰ্য আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    15 hrs ago
  • এটা ভাল খবৰ! ➡️কাইলৈ বৰপেটাৰোড-মানাহ সংযোগী পথৰ হ'ব আধাৰশিলা স্থাপন। ➡️দেশৰ প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰৰ পৰা ডিজিটেলী কৰিব শুভাৰম্ভণি। ➡️ বৰপেটাৰোডৰ শিমলাগুৰীত বিধায়ক মনোৰঞ্জন তালুকদাৰে নাৰিকল ভাঙি কৰিব কামৰ শুভাৰম্ভ।
    1
    এটা ভাল খবৰ!
➡️কাইলৈ বৰপেটাৰোড-মানাহ সংযোগী পথৰ হ'ব আধাৰশিলা স্থাপন।
➡️দেশৰ প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰৰ পৰা ডিজিটেলী কৰিব শুভাৰম্ভণি।
➡️ বৰপেটাৰোডৰ শিমলাগুৰীত বিধায়ক মনোৰঞ্জন তালুকদাৰে নাৰিকল ভাঙি কৰিব কামৰ শুভাৰম্ভ।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    12 hrs ago
  • Post by Rabinrda Gour
    9
    Post by Rabinrda Gour
    user_Rabinrda Gour
    Rabinrda Gour
    বৰমা (পিটি), নলবাৰী, অসম•
    2 hrs ago
  • ৰঙিয়াত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন।আজি আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত স্থানীয় বিধায়ক ভবেশ কলিতাই মন্ত্ৰী গৰাকীক সংগ দিয়ে। ইফালে উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা হয় মুকলি সভা। উক্ত সভাত বনমন্ত্ৰী পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি বন সুৰক্ষাৰ লগতে পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে।একেখন মঞ্চতে স্থানীয় বিধায়ক ভবেশ কলিতাইও ভাষণ ৰাখি নৱনিৰ্মিত কাৰ্যালয়টিৰ জৰিয়তে বিভাগীয় কাম কাজ অধিক সুচাৰুৰূপে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰে। সভাত প্ৰধান বন সংৰক্ষক আৰু বন সংৰক্ষণ বাহিনীৰ মুৰব্বী সন্দীপ কুমাৰ, অতিৰিক্ত মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ প্ৰমুখ্যে আন কেবাগৰাকীও বিভাগীয় উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰঞ্জিত ৰামৰ লগতে খণ্ড বন বিষয়া ধীৰাজ দাস, উচ্চ বৰ্গৰ সহায়ক যুগল কলিতা প্ৰমুখ্যে আন বিভাগীয় বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে।
    1
    ৰঙিয়াত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন।আজি আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত স্থানীয় বিধায়ক ভবেশ কলিতাই মন্ত্ৰী গৰাকীক সংগ দিয়ে। ইফালে উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা হয় মুকলি সভা। উক্ত সভাত বনমন্ত্ৰী পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি বন সুৰক্ষাৰ লগতে পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে।একেখন মঞ্চতে স্থানীয় বিধায়ক ভবেশ কলিতাইও ভাষণ ৰাখি নৱনিৰ্মিত কাৰ্যালয়টিৰ জৰিয়তে বিভাগীয় কাম কাজ অধিক সুচাৰুৰূপে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰে। সভাত প্ৰধান বন সংৰক্ষক আৰু বন সংৰক্ষণ বাহিনীৰ মুৰব্বী সন্দীপ কুমাৰ, অতিৰিক্ত মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ প্ৰমুখ্যে আন কেবাগৰাকীও বিভাগীয় উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰঞ্জিত ৰামৰ লগতে খণ্ড বন বিষয়া ধীৰাজ দাস, উচ্চ বৰ্গৰ সহায়ক যুগল কলিতা প্ৰমুখ্যে আন বিভাগীয় বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    13 hrs ago
  • লৰূপচী মণ্ডল সম্পাদক হৰিহৰ ৰায়ৰ উপস্থিতিত এই ধনৰ শুভাৰম্ভনিৰ লগতে সভাত উপস্থিত থাকে PS কমিটীৰ সদস্য সকল আৰু গন্ন মান্ন ব্যাক্তি সকল ।। অসমত ৪০ লাখ মহিলাক ৯ হাজাৰ টকা ৩.০ অৰুণোদয় আঁচনিৰ জৰিয়তে ধনৰাশি একাউণ্টত প্ৰদান কৰিব চৰাকাৰে || চৰকাৰে এনেধৰনৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীক || সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় || ৰায়পুৰ গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ হিতাধিকাৰী আঁচনি উদ্দেশ্যে এখন সভাও অনুষ্ঠিত হয় || সভাত সভাপতিত্ব কৰে ৰায়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰি ।। বাইট 1) সভানেত্ৰী ৰায়পুৰ গাঁও পঞ্চায়ত।।
    1
    লৰূপচী মণ্ডল সম্পাদক হৰিহৰ ৰায়ৰ উপস্থিতিত এই ধনৰ শুভাৰম্ভনিৰ লগতে সভাত  উপস্থিত থাকে PS কমিটীৰ সদস্য সকল আৰু গন্ন মান্ন ব্যাক্তি সকল ।।
অসমত ৪০ লাখ মহিলাক  ৯ হাজাৰ টকা ৩.০ অৰুণোদয় আঁচনিৰ জৰিয়তে ধনৰাশি একাউণ্টত প্ৰদান কৰিব চৰাকাৰে  ||
চৰকাৰে এনেধৰনৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীক ||
সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ||
ৰায়পুৰ গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ হিতাধিকাৰী আঁচনি উদ্দেশ্যে এখন সভাও অনুষ্ঠিত হয় ||
সভাত সভাপতিত্ব কৰে ৰায়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰি ।।
বাইট 1) সভানেত্ৰী ৰায়পুৰ গাঁও পঞ্চায়ত।।
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    17 hrs ago
  • কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
    1
    কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং
বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    20 hrs ago
  • বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।
    1
    বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । 
চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    15 hrs ago
  • মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ'ব নেকি ইএম বেগম আখতাৰা আহমেদ! . . . #AssemblyElection2026 #Manas #BPF #ABCNewsAssam
    1
    মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ'ব নেকি ইএম বেগম আখতাৰা আহমেদ!
.
.
.
#AssemblyElection2026 #Manas #BPF #ABCNewsAssam
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.