Shuru
Apke Nagar Ki App…
Dinu Tate
More news from চিকিম and nearby areas
- Post by Sujan Sarkar1
- ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয় :১৪ মাৰ্চ ধুবুৰী চহৰৰ এন এছ ৰোডত পৌৰসভা ৰ অধীনত নলা নিৰ্মাণ ৰ কামৰ দায়িত্ব ত থকা ঠিকাদাৰ ৰ আকমৰ্ণতা ৰ বাবে এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। ৰাইজ অভিযোগ উত্থাপন কৰিছে। প্ৰনৱাশীষ ৰয় ধুবুৰী1
- দুওৰে অৱস্থা অধিক সংকটজনক হোৱাত গোলোকগঞ্জ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে এজনৰ নাম ৰামজিবন সৰকাৰ (58) ঘৰ চক্কৰ লাইন আৰু আন এজন গৌতম কৰ্মকাৰ (40) ঘৰ ৰায়পুৰ ৰামজিবনে ঘৰৰ পৰা দোকানত আহিছিল বস্তু লবলৈ আৰু গৌতম কৰ্মকাৰে চাইকেলেৰে ঘৰৰ পৰা গোলোকগঞ্জ অভিমুখ গৈ আছিল গৈ থকা অৱস্থাত নীলা ৰঙৰ এখন অল্টো বাহনে খুন্দিয়াই পলায়ন কৰে স্থানীয় ৰাইজৰ দাবী এইয়াই যে পলায়ন কৰা গাড়ীখন অতি সোনকালে জব্দ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে1
- Alokjhari Dhubri district Assam police1
- Post by Md Romio Mehadi1
- কলগাছিয়াৰ টাপেশ্বৰাত ৰাস্তা নিৰ্মাণৰ কাম উদ্বোধন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ। তাপেশ্বৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় হাইস্কুলৰ পৰা লাকী বজাৰ (গৰম বজাৰ) লৈ যোৱা ৰাস্তাৰ SOPD-G ২০২৫-২৬ ৰ অধীনত কামৰ শুভ উদ্বোধন কৰে বিধায়ক হাফিজ ৰফিকুল ইছলামে আৰু উক্ত সভাত উপস্থিত থাকে তাপেশ্বৰা গাওঁ পঞ্চায়তৰ সভাপতি ছাইফুল ইছলামৰ লগতে গণ্য মান্য ব্যক্তি সকল।1
- barish aaya Assam Dighal dal sonitpur1
- ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিল-বৰষুণ, ধুমুহা। ঘাইপথত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, ব্যাহত বিদ্যুৎ যোগান ।1