logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ বিশাল ৰেলী হাজাৰ হাজাৰ সমৰ্থকৰ অংশগ্ৰহণ। ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ বিশাল ৰেলী হাজাৰ হাজাৰ সমৰ্থকৰ অংশগ্ৰহণ।

3 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
3 hrs ago

৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ বিশাল ৰেলী হাজাৰ হাজাৰ সমৰ্থকৰ অংশগ্ৰহণ। ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ বিশাল ৰেলী হাজাৰ হাজাৰ সমৰ্থকৰ অংশগ্ৰহণ।

More news from অসম and nearby areas
  • কুমাৰীকাটাত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰাফেল দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
    1
    কুমাৰীকাটাত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰাফেল দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    27 min ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ শালবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ। 📌মানাহ সমষ্টিৰ ৰাইজক লৈ মোৰ বিশ্বাস আছে, মোক বিপুল ভোটত জয়ী কৰিব। 📌বিপিএফক তীব্ৰ সমালোচনা অঞ্জন তালুকদাৰৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ শালবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ।
📌মানাহ সমষ্টিৰ ৰাইজক লৈ মোৰ বিশ্বাস আছে, মোক বিপুল ভোটত জয়ী কৰিব।
📌বিপিএফক তীব্ৰ সমালোচনা অঞ্জন তালুকদাৰৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    7 hrs ago
  • Post by সন্তোষ কুমাৰ ৰাভা
    3
    Post by সন্তোষ কুমাৰ ৰাভা
    user_সন্তোষ কুমাৰ ৰাভা
    সন্তোষ কুমাৰ ৰাভা
    পলাশবাৰী, কামৰূপ, অসম•
    7 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • 📌সোণতলীত আৰক্ষীৰ সজাগতা মুলক পদযাত্ৰা, ভোটাৰ ৰাইজক শান্তিপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান। 📌কামৰূপ জিলা প্ৰসাশনৰ নিৰ্দেশত বকো -ছয়গাওঁ সম জিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত সোণতলী আৰক্ষীৰ সহযোগত বৃহৎ পদ যাত্ৰা
    1
    📌সোণতলীত আৰক্ষীৰ সজাগতা মুলক পদযাত্ৰা, ভোটাৰ ৰাইজক শান্তিপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান।
📌কামৰূপ জিলা প্ৰসাশনৰ নিৰ্দেশত বকো -ছয়গাওঁ সম জিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত সোণতলী আৰক্ষীৰ সহযোগত বৃহৎ পদ যাত্ৰা
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    54 min ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    7 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টি এলেকাৰ কলিবাৰীত আজি পৃথ্বিৰাজ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’য় ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টি এলেকাৰ কলিবাৰীত আজি পৃথ্বিৰাজ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’য় ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    13 hrs ago
  • তামুলপুৰত জিএছপিৰ সংবাদমেল: বিৰোধীৰ অপপ্ৰচাৰক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী স্থিতি স্পষ্ট কৰিলে প্ৰাৰ্থী নৱজিৎ শৰণীয়াই। তামুলপুৰ, ৬ এপ্ৰিল: আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰাৰ মাজতে আজি গণ সুৰক্ষা পাৰ্টি চমূকৈ জিএছপিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি বিৰোধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। সংবাদমেলত সমষ্টিটোৰ জিএছপিৰ প্ৰাৰ্থী নৱজিৎ শৰণীয়াই স্পষ্ট কৰি দিয়ে যে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিৰোধী দলসমূহে জিএছপিৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰত লিপ্ত হৈছে। তেওঁ অভিযোগ কৰে যে জিএছপি দলে আন কোনো দলক সমৰ্থন আগবঢ়োৱা বা আনৰ হৈ কাম কৰা বুলি যি চৰ্চা চলিছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু কেৱল ৰাইজক বিপথে পৰিচালিত কৰাৰ এক চক্ৰান্তহে। শৰণীয়াই দৃঢ়তাৰে কয় যে জিএছপিৰ প্ৰতি জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি দেখি শংকিত হৈ পৰা আন ৰাজনৈতিক দলসমূহে নিজৰ পৰাজয় নিশ্চিত জানি এনে নীচ ৰাজনীতিৰ আশ্ৰয় লৈছে। তেওঁ লগতে সদৰী কৰে যে বিভিন্ন সময়ত তেওঁলোকৰ দললৈ বহু ৰাজনৈতিক প্ৰলোভন বা ‘অফাৰ’ আহিছিল যদিও সমষ্টিটোৰ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থৰ সৈতে তেওঁলোকে কেতিয়াও আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে। সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সম-উন্নয়ন আৰু সম-অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যি মূল লক্ষ্য লৈ জিএছপিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, সেই স্থিতিৰ পৰা দলটো বিন্দুমানো বিচলিত নহয় বুলি তেওঁ ৰাইজক আশ্বস্ত কৰে। একেখন সংবাদমেলতে উপস্থিত থাকি অবড়ো সুৰক্ষা সমিতিৰ নেতা দুলাল পাটোৱাৰীয়ে কয় যে সমগ্ৰ বিটিচি অঞ্চলৰ সকলো শ্ৰেণীৰ লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে জিএছপি দলক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তেওঁ তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী নৱজিৎ শৰণীয়াৰ লগতে বাক্সা সমষ্টিৰ জিএছপি প্ৰাৰ্থী ৰমেশ দাসক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ অবড়ো সুৰক্ষা সমিতিৰ তৰফৰ পৰা জনসাধাৰণক বিপুল ভোটদানৰ আহ্বান জনায়। বিৰোধীৰ কোনো উৰাবাতৰিত ভোল নগৈ এক নিকা আৰু শক্তিশালী জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ জিএছপিৰ নেতৃত্বই ভোটাৰ ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছে।###
    1
    তামুলপুৰত জিএছপিৰ সংবাদমেল: বিৰোধীৰ অপপ্ৰচাৰক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী স্থিতি স্পষ্ট কৰিলে প্ৰাৰ্থী নৱজিৎ শৰণীয়াই।
তামুলপুৰ, ৬ এপ্ৰিল:
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰাৰ মাজতে আজি গণ সুৰক্ষা পাৰ্টি চমূকৈ জিএছপিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি বিৰোধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। সংবাদমেলত সমষ্টিটোৰ জিএছপিৰ প্ৰাৰ্থী নৱজিৎ শৰণীয়াই স্পষ্ট কৰি দিয়ে যে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিৰোধী দলসমূহে জিএছপিৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰত লিপ্ত হৈছে। তেওঁ অভিযোগ কৰে যে জিএছপি দলে আন কোনো দলক সমৰ্থন আগবঢ়োৱা বা আনৰ হৈ কাম কৰা বুলি যি চৰ্চা চলিছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু কেৱল ৰাইজক বিপথে পৰিচালিত কৰাৰ এক চক্ৰান্তহে। শৰণীয়াই দৃঢ়তাৰে কয় যে জিএছপিৰ প্ৰতি জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি দেখি শংকিত হৈ পৰা আন ৰাজনৈতিক দলসমূহে নিজৰ পৰাজয় নিশ্চিত জানি এনে নীচ ৰাজনীতিৰ আশ্ৰয় লৈছে। তেওঁ লগতে সদৰী কৰে যে বিভিন্ন সময়ত তেওঁলোকৰ দললৈ বহু ৰাজনৈতিক প্ৰলোভন বা ‘অফাৰ’ আহিছিল যদিও সমষ্টিটোৰ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থৰ সৈতে তেওঁলোকে কেতিয়াও আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে। সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সম-উন্নয়ন আৰু সম-অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যি মূল লক্ষ্য লৈ জিএছপিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, সেই স্থিতিৰ পৰা দলটো বিন্দুমানো বিচলিত নহয় বুলি তেওঁ ৰাইজক আশ্বস্ত কৰে। একেখন সংবাদমেলতে উপস্থিত থাকি অবড়ো সুৰক্ষা সমিতিৰ নেতা দুলাল পাটোৱাৰীয়ে কয় যে সমগ্ৰ বিটিচি অঞ্চলৰ সকলো শ্ৰেণীৰ লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে জিএছপি দলক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তেওঁ তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী নৱজিৎ শৰণীয়াৰ লগতে বাক্সা সমষ্টিৰ জিএছপি প্ৰাৰ্থী ৰমেশ দাসক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ অবড়ো সুৰক্ষা সমিতিৰ তৰফৰ পৰা জনসাধাৰণক বিপুল ভোটদানৰ আহ্বান জনায়। বিৰোধীৰ কোনো উৰাবাতৰিত ভোল নগৈ এক নিকা আৰু শক্তিশালী জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ জিএছপিৰ নেতৃত্বই ভোটাৰ ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছে।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.