মৰিগাঁও বাখৰবড়ীত ২৮ তম্ ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন* -মৰিগাঁও জিলাৰ বাখৰবড়ীৰ জ্ঞানোদয় জ্যোতিসংঘ ও পুথিভঁৰালৰ সৌজন্যত আৰু স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰ উন্নয়ন সমিতিৰ সহযোগত ২৮তম ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়।* *এই উপলক্ষে আয়োজন কৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ( বহাগৰ ১,২ আৰু ৩ তাৰিখ ) অঞ্চলজুৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। পৰম্পৰা আৰু সংস্কৃতিৰ এক সজীৱ প্ৰতিচ্ছবি হিচাপে এই বিহু সন্মিলনে স্থানীয় লোকসকলৰ মাজত বিশেষ উৎসাহৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে।* *লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বিহু সন্মিলনৰ সভাপতি মহেন্দ্ৰ দাস, প্ৰাক্তন সভাপতি তথা সংবাদকৰ্মী মহেশ কুমাৰ দাস উপ-সভাপতি পৰামন্দ হাজৰিকা, সম্পাদক নয়নজ্যোতি দাস, গাঁও প্ৰধান গোলোক কৈৱৰ্ত্ত আৰু উপদেষ্টা তথা স্থানীয় গণ্যমান্য ব্যক্তি সকলৰ লগতে স্থানীয় যুৱক যুৱতী সকলক উপস্থিত থাকে ।তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰে।* *উৎসৱৰ জৰিয়তে অসমীয়া জাতিৰ ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি আৰু ঐক্যবদ্ধতাৰ বাণী পুনৰ প্ৰতিধ্বনিত হৈছে। স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণে এই বিহু সন্মিলনক সফল কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।* *উল্লেখযোগ্য যে, আগন্তুক দিনসমূহত বিহু,নৃত্য, খেল-ধেমালি আদি বিভিন্ন কাৰ্যসূচীৰে এই বিহু সন্মিলন অধিক বৰ্ণাঢ্য ৰূপত উদযাপিত হ’ব বুলি সভাপতি মহেন্দ্ৰ দাসে জানিবলৈ দিয়ে।*

- Post by Mahesh kumar das1
- নিজৰ সমৰ্থকসকলৰ সৈতে এক ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। প্ৰচাৰ অভিযানৰ কেইটামান মুখ্য দিশ হ’ল: গণসংযোগ: প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন গাঁও আৰু চুবুৰীত ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ লৈছে। পথসভা আৰু সভা পাতি চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰি তেওঁ বিভিন্ন স্থানত2
- নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। চামগুৰি সমষ্টিত কোন হব বিধায়ক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক। এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন। সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ। সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য ও শিশু নেতা বুলি আখ্যা দিয়া সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত। কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা ব্যক্তি সকল । চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।1
- ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে। মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে। ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে। ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে। ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অখিল গগৈ1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে? আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- এইবাৰ চামগুৰিত তানজিল হুছেইন বিপুল ভোটত জিকিব। এইবোৰ দেখি অনিল শইকীয়া পাগলৰ দৰে হৈছে। আৰু যি মনলৈ আহিছে তাকে কৈছে।মোৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন, নুৰুল আমিন চৌধুৰীয়ে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।1
- Post by Mahesh kumar das1