ৰূপহীহাটত গণপ্ৰহাৰত নিহত দুটা ডকাইত। ২নং কাঠপাৰাত উত্তপ্ত পৰিস্থিতি। ৰাইজৰ ৰোষত পৰিল ৪টা ডকাইত। ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে। মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে। ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে। ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে। ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

- ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে। মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে। ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে। ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে। ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অখিল গগৈ1
- নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। চামগুৰি সমষ্টিত কোন হব বিধায়ক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক। এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন। সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ। সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য ও শিশু নেতা বুলি আখ্যা দিয়া সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত। কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা ব্যক্তি সকল । চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে? আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ1
- দোবোকা সবজি বাজার1
- Post by Mahesh kumar das1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টি এলেকাৰ কলিবাৰীত আজি পৃথ্বিৰাজ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’য় ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷1
- আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈৰ1