logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দোবোকা সবজি বাজার দোবোকা সবজি বাজার

11 hrs ago
user_ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
ডবকা, হোজাই, অসম•
11 hrs ago

দোবোকা সবজি বাজার দোবোকা সবজি বাজার

More news from অসম and nearby areas
  • দোবোকা সবজি বাজার
    1
    দোবোকা সবজি বাজার
    user_ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডবকা, হোজাই, অসম•
    11 hrs ago
  • মোহাম্মদ জান্নাত আল্লাহ পাক বাহিনীর প্রধান শিক্ষক ছিলেন একজন মানুষের জীবন যাপন করছেন তাদের জন্য আমার পক্ষ থেকেও এই লেখার উদ্দেশ্য হল এক ব্যক্তির
    1
    মোহাম্মদ জান্নাত আল্লাহ পাক বাহিনীর প্রধান শিক্ষক ছিলেন একজন মানুষের জীবন যাপন করছেন তাদের জন্য আমার পক্ষ থেকেও এই লেখার উদ্দেশ্য হল এক ব্যক্তির
    user_আবুল হোসেন মন্ডল
    আবুল হোসেন মন্ডল
    Artist ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    1 hr ago
  • চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে। আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে
    1
    চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা
সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। 
উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে।
আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে। মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে। ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে। ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে। ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    1
    ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ।
ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে।
মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে।
ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে।
ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়।
ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে।
ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অখিল গগৈ
    1
    চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অখিল গগৈ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    21 hrs ago
  • নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। চামগুৰি সমষ্টিত কোন হব বিধায়ক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক। এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন। সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ। সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য ও শিশু নেতা বুলি আখ্যা দিয়া সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত। কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা ব্যক্তি সকল । চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।
    1
    নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা  দিন বাকী।
চামগুৰি সমষ্টিত কোন হব বিধায়ক।
কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ 
তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক।
এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন।
সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ।
সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য  ও শিশু নেতা বুলি আখ্যা দিয়া 
সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত।
কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি 
ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা 
ব্যক্তি সকল ।
চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে।
বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    22 hrs ago
  • আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে? আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ
    1
    আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়া হ'ব _অখিল গগৈ
হিমন্ত বিশ্ব শৰ্মাক যেতিয়া জেললৈ যাব তেতিয়া মই ১ কেজি আপেল কিনিম,আধা কেজি আঙুৰ কিনিম আৰু ১ বটল লৈ খবৰ লম হিমন্ত দা এতিয়া আপুনি কেনে আছে?
আমাৰ চৰকাৰ হ'লে ছমাহৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া সকলক ফাচি দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈ 
১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা সকলোকে NRC আৰু এখনকৈ Identity Card দিম যাতে কোনেও হিন্দু মুছলমানক ডিষ্টাৰ্ব কৰিব নোৱাৰে _অখিল গগৈ
লগতে কয় যে Identity Card পোৱা সকলক এবছৰৰ ভিতৰত ভূমি পট্টা প্ৰদান কৰা হ'ব 
আমাৰ চৰকাৰ আহিলে হিন্দু মুছলমান ভয় মুক্ত ভাৱে অসমত থাকিব পাৰিব _অখিল গগৈ
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈৰ
    1
    আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈৰ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.