Shuru
Apke Nagar Ki App…
চামগুৰি সমষ্টিৰ বৰভেটি পঞ্চায়তৰ ৯ আৰু ১০ নং ৱাৰ্ডত বাবুল আলীৰ নেতৃত্বত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে। আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে
ৰূপহী অসম দৈনিক

More news from অসম and nearby areas
- মৈৰাবাৰীত শোকাবহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা1
- চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে। আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে1
- ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে। মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে। ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে। ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে। ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অখিল গগৈ1
- দোবোকা সবজি বাজার1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা সমষ্টিৰ কাৱৈমাৰীত আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৷ আজি হেজাৰ হেজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গল শোণিতপুৰ জিলাৰ কাৱৈমাৰীত1
- Post by Mahesh kumar das1
- ☝️Breaking: মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপ'ৰ্ট1