logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৈৰাবাৰীত শোকাৱহ ব্ৰহ্মপুত্ৰ ঘাটত শো/কা/ৱ/হ ঘটনা #foryourpage #nonfollowers #assam #Nagaon #BigBreaking #BreakingNews #Morigaon #moirabari #Dhing মৈৰাবাৰীত শোকাবহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা

3 hrs ago
user_News 16 Northeast
News 16 Northeast
Newsagent নগাঁও, নগাঁও, অসম•
3 hrs ago

মৈৰাবাৰীত শোকাৱহ ব্ৰহ্মপুত্ৰ ঘাটত শো/কা/ৱ/হ ঘটনা #foryourpage #nonfollowers #assam #Nagaon #BigBreaking #BreakingNews #Morigaon #moirabari #Dhing মৈৰাবাৰীত শোকাবহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা

More news from অসম and nearby areas
  • ☝️Breaking: মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপ'ৰ্ট
    1
    ☝️Breaking:
মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন।
NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য।
১৬ জনক জীৱন্তে উদ্ধাৰ।
তিনিজন সন্ধানহীন।
সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ।
NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।।
ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপ'ৰ্ট
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা সমষ্টিৰ কাৱৈমাৰীত আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৷ আজি হেজাৰ হেজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গল শোণিতপুৰ জিলাৰ কাৱৈমাৰীত
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ৬৬ নং বৰছলা সমষ্টিৰ কাৱৈমাৰীত আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৷ আজি হেজাৰ হেজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গল শোণিতপুৰ জিলাৰ কাৱৈমাৰীত
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    2 hrs ago
  • মোহাম্মদ জান্নাত আল্লাহ পাক বাহিনীর প্রধান শিক্ষক ছিলেন একজন মানুষের জীবন যাপন করছেন তাদের জন্য আমার পক্ষ থেকেও এই লেখার উদ্দেশ্য হল এক ব্যক্তির
    1
    মোহাম্মদ জান্নাত আল্লাহ পাক বাহিনীর প্রধান শিক্ষক ছিলেন একজন মানুষের জীবন যাপন করছেন তাদের জন্য আমার পক্ষ থেকেও এই লেখার উদ্দেশ্য হল এক ব্যক্তির
    user_আবুল হোসেন মন্ডল
    আবুল হোসেন মন্ডল
    Artist ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    5 hrs ago
  • Post by Suborna Koch
    1
    Post by Suborna Koch
    user_Suborna Koch
    Suborna Koch
    চাৰিদ্বাৰ, শোণিতপুৰ, অসম•
    6 hrs ago
  • ৰঙিয়াত ইৰিক্সাৰ খুন্দাত ভাগিল ৰেলগেট। আজি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিত থকা ৰেলগেটৰ ই ৰিক্সাৰ খুন্দাত ভাগি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।ঘটনাটোত আবদ্ধ হৈ পৰে শশ যান বাহন।ৰঙিয়া চহৰৰ মাজমজিয়াত থকা তিনিআলিৰ RM 2 ৰে'ল গেট খুন্দিয়াই ভাঙি পলায়ন কৰে ই ৰিক্সা চালকজনে।ঘটনাটোৰ ফলত বিবুদ্ধিত পৰে গেটমেনজন।উল্লেখ্য যে ৰঙিয়া নগৰত ই-ৰিক্সাৰ নিয়ন্ত্ৰণ হীনতাৰ বাবে একপ্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।
    1
    ৰঙিয়াত  ইৰিক্সাৰ খুন্দাত ভাগিল ৰেলগেট। আজি  ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিত থকা ৰেলগেটৰ ই ৰিক্সাৰ খুন্দাত ভাগি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।ঘটনাটোত আবদ্ধ হৈ পৰে শশ যান বাহন।ৰঙিয়া চহৰৰ মাজমজিয়াত থকা তিনিআলিৰ RM 2 ৰে'ল গেট খুন্দিয়াই ভাঙি   পলায়ন কৰে ই ৰিক্সা চালকজনে।ঘটনাটোৰ ফলত বিবুদ্ধিত পৰে গেটমেনজন।উল্লেখ্য যে ৰঙিয়া নগৰত  ই-ৰিক্সাৰ নিয়ন্ত্ৰণ হীনতাৰ বাবে একপ্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • Post by U song my videos
    1
    Post by U song my videos
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    2 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টি এলেকাৰ কলিবাৰীত আজি পৃথ্বিৰাজ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’য় ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টি এলেকাৰ কলিবাৰীত আজি পৃথ্বিৰাজ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’য় ৷ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    17 hrs ago
  • ইউপিপিএল দলৰ সম্পাদক ধৰণী বড়োৰ ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ বিৰোধীক তীব্ৰ কটাক্ষ।
    1
    ইউপিপিএল দলৰ সম্পাদক ধৰণী বড়োৰ ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ বিৰোধীক তীব্ৰ কটাক্ষ।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।
    4
    নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক  ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.