logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। ☝️Breaking: মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপ'ৰ্ট

5 hrs ago
user_News 16 Northeast
News 16 Northeast
Newsagent নগাঁও, নগাঁও, অসম•
5 hrs ago

মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। ☝️Breaking: মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপ'ৰ্ট

More news from অসম and nearby areas
  • আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    1
    আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • মৈৰাবাৰীত শোকাবহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা
    1
    মৈৰাবাৰীত শোকাবহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন।
NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য।
১৬ জনক জীৱন্তে উদ্ধাৰ।
তিনিজন সন্ধানহীন।
সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ।
NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।।
ধিংৰ পৰা
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    5 hrs ago
  • চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে। আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে
    1
    চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা
সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। 
উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে।
আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে। মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে। ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে। ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে। ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    1
    ৰূপহীহাটৰ ১নং কাঠপাৰাত ৰাইজৰ গণ প্ৰহাৰত মৃত্যু দুই ডকাইতৰ।
ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু পূব লৰিৰমুখৰ ৰেকিব উদ্দিন বুলি চিনাক্ত হৈছে।
মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে।
ডকাইতৰ দলটিৰ হাতে হাতে চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ ধৰি চাৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুটপাট কৰি ওলাই যাওঁতে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহে।
ৰাইজে খেদি খেদি চাৰি ডকাইতক আটক কৰি উত্তম মাধ্যম সুধাই আৰু দুজন ডকাইতৰ মৃত্যু হয়।
ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুত্বৰ ভাৱে জখম কৰে।
ঘটনাস্থলীত কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    12 hrs ago
  • দোবোকা সবজি বাজার
    1
    দোবোকা সবজি বাজার
    user_ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডবকা, হোজাই, অসম•
    16 hrs ago
  • নিজৰ সমৰ্থকসকলৰ সৈতে এক ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। প্ৰচাৰ অভিযানৰ কেইটামান মুখ্য দিশ হ’ল: গণসংযোগ: প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন গাঁও আৰু চুবুৰীত ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ লৈছে। পথসভা আৰু সভা পাতি চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰি তেওঁ বিভিন্ন স্থানত
    2
    নিজৰ সমৰ্থকসকলৰ সৈতে এক ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
প্ৰচাৰ অভিযানৰ কেইটামান মুখ্য দিশ হ’ল:
গণসংযোগ: প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন গাঁও আৰু চুবুৰীত ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ লৈছে।
পথসভা আৰু সভা পাতি চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰি তেওঁ বিভিন্ন স্থানত
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    18 hrs ago
  • ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজন পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু লৰীৰমুখৰ ৰেকিব বুলি চিনাক্ত হৈছে। নিশা মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে।
    1
    ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজন পৰিচয় উদ্ধাৰ হোৱা নাই।
আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু লৰীৰমুখৰ ৰেকিব বুলি চিনাক্ত হৈছে।
নিশা মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.