logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন। নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।

8 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
8 hrs ago

নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন। নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।

More news from অসম and nearby areas
  • শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে। মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
    3
    শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে।
মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    13 hrs ago
  • দোবোকা সবজি বাজার
    1
    দোবোকা সবজি বাজার
    user_ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডাবকা হাফিজ নগর ১০ নম্বর ওয়ার
    ডবকা, হোজাই, অসম•
    16 hrs ago
  • আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    1
    আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • মৈৰাবাৰীত শোকাবহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা
    1
    মৈৰাবাৰীত শোকাবহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন।
NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য।
১৬ জনক জীৱন্তে উদ্ধাৰ।
তিনিজন সন্ধানহীন।
সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ।
NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।।
ধিংৰ পৰা
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    5 hrs ago
  • চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে। আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে
    1
    চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ সপক্ষে ওলাই আহিল শশ পুৰুষ মহিলা
সকলোৰে লক্ষ্য তানজিল হুছেইনক বিজয়ী কৰা। 
উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ সদস্য বাবুল আলীয়ে কিছুমান দিন বিজেপিত থাকি দুদিনমান পূৰ্বে ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ উপস্থিতিত তেওঁৰ বাসগৃহত কংগ্ৰেছ দলত পুনৰ যোগদান কৰে।
আজি বাবুল আলীৰ নেতৃত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বৰভেটি পঞ্চায়তৰ সভানেত্ৰী আচমিনা খাতুন, গৰাজান ব্লক কংগ্ৰেছৰ মাইনুল হক আৰু আব্দুল ৰফিক, বৰভেটি মণ্ডল কংগ্ৰেছৰ মুক্তাবুৰ ৰহমান, মাহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা ৰহমান আৰু অসংখ্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • Post by Suborna Koch
    1
    Post by Suborna Koch
    user_Suborna Koch
    Suborna Koch
    চাৰিদ্বাৰ, শোণিতপুৰ, অসম•
    8 hrs ago
  • নিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ সংবাদমেল। ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি। বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ২ টা দিন বাকী থকা প্ৰাকক্ষনত ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে। সংবাদ মেলতেই কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ ৰাইজৰ বাবে মুকলি কৰে। কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৰাইজৰ বাবে মুকলি কৰা প্ৰতিজ্ঞা পত্ৰত - শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলি মাজুলীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লবিক পৰিৱৰ্তন আৰু আধুনিকী কৰণেৰে উজ্বলাই তোলা। প্ৰচুৰ সম্ভাৱনাময় মাজুলী খনক উত্তৰ-পূৱ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ অনা।ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে স্ব-নিৰ্ভৰশীল মাজুলী গঢ়ি তোলা।উন্নত যাতায়তৰ জড়িয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা।  গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰক মাজুলীক আগুৱাই নিয়া প্ৰতিজ্ঞা প্ৰদান কৰে। লগতে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে।
    1
    নিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ সংবাদমেল।
৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি।
বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ২ টা দিন বাকী থকা প্ৰাকক্ষনত ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে।
সংবাদ মেলতেই কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ ৰাইজৰ বাবে মুকলি কৰে।
কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৰাইজৰ বাবে মুকলি কৰা প্ৰতিজ্ঞা পত্ৰত - শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলি মাজুলীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লবিক পৰিৱৰ্তন আৰু আধুনিকী কৰণেৰে উজ্বলাই তোলা। প্ৰচুৰ সম্ভাৱনাময় মাজুলী খনক উত্তৰ-পূৱ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ অনা।ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে স্ব-নিৰ্ভৰশীল মাজুলী গঢ়ি তোলা।উন্নত যাতায়তৰ জড়িয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা। 
গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰক মাজুলীক আগুৱাই নিয়া প্ৰতিজ্ঞা প্ৰদান কৰে।
লগতে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    15 hrs ago
  • ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজন পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু লৰীৰমুখৰ ৰেকিব বুলি চিনাক্ত হৈছে। নিশা মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে।
    1
    ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজন চফী উল্লাহ আনজন পৰিচয় উদ্ধাৰ হোৱা নাই।
আহত ডকাইত দুজন হল কদমগুৰিৰ ইমানুল হক আৰু লৰীৰমুখৰ ৰেকিব বুলি চিনাক্ত হৈছে।
নিশা মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত নিশা দুই বজাত ১০-১২জনীয়া এটি ডকাইত দল প্ৰৱেশ কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • ☝️Breaking: মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ। তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ। NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।। ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপ'ৰ্ট
    1
    ☝️Breaking:
মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন।
NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য।
১৬ জনক জীৱন্তে উদ্ধাৰ।
তিনিজন সন্ধানহীন।
সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ।
NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।।
ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপ'ৰ্ট
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.