logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ সংবাদমেল। ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি। বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ২ টা দিন বাকী থকা প্ৰাকক্ষনত ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে। সংবাদ মেলতেই কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ ৰাইজৰ বাবে মুকলি কৰে। কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৰাইজৰ বাবে মুকলি কৰা প্ৰতিজ্ঞা পত্ৰত - শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলি মাজুলীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লবিক পৰিৱৰ্তন আৰু আধুনিকী কৰণেৰে উজ্বলাই তোলা। প্ৰচুৰ সম্ভাৱনাময় মাজুলী খনক উত্তৰ-পূৱ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ অনা।ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে স্ব-নিৰ্ভৰশীল মাজুলী গঢ়ি তোলা।উন্নত যাতায়তৰ জড়িয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা।  গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰক মাজুলীক আগুৱাই নিয়া প্ৰতিজ্ঞা প্ৰদান কৰে। লগতে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে। নিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ সংবাদমেল। ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি। বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ২ টা দিন বাকী থকা প্ৰাকক্ষনত ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে। সংবাদ মেলতেই কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ ৰাইজৰ বাবে মুকলি কৰে। কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৰাইজৰ বাবে মুকলি কৰা প্ৰতিজ্ঞা পত্ৰত - শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলি মাজুলীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লবিক পৰিৱৰ্তন আৰু আধুনিকী কৰণেৰে উজ্বলাই তোলা। প্ৰচুৰ সম্ভাৱনাময় মাজুলী খনক উত্তৰ-পূৱ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ অনা।ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে স্ব-নিৰ্ভৰশীল মাজুলী গঢ়ি তোলা।উন্নত যাতায়তৰ জড়িয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা।  গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰক মাজুলীক আগুৱাই নিয়া প্ৰতিজ্ঞা প্ৰদান কৰে। লগতে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে।

17 hrs ago
user_SANJIT SAIKIA
SANJIT SAIKIA
Video Creator মাজুলী, মাজুলী, অসম•

More news from অসম and nearby areas
  • শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে। মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
    3
    শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে।
মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
  • ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ NDA ৰ শক্তিশালী বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতেই আজি সন্ধিয়া নগৰৰ মাজমজিয়াৰ মিলন মন্দিৰত শিৱসাগৰৰ পূজা কমিটিসমূহৰ সৈতে বিশেষ আলোচনাত মিলিত হয় ৷ উল্লেখযোগ্য যে, জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ উপস্থিত থকা উক্ত আলোচনা সভাত সকলো ৰাইজে সাম্প্ৰতিক সময়ৰ ডিজিটেল যুগতো অতি পিচপৰি থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয ৷
    2
    ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ NDA ৰ শক্তিশালী বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতেই আজি সন্ধিয়া নগৰৰ মাজমজিয়াৰ মিলন মন্দিৰত শিৱসাগৰৰ পূজা কমিটিসমূহৰ সৈতে বিশেষ আলোচনাত মিলিত হয় ৷ উল্লেখযোগ্য যে, জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ উপস্থিত থকা উক্ত আলোচনা সভাত সকলো ৰাইজে সাম্প্ৰতিক সময়ৰ ডিজিটেল যুগতো অতি পিচপৰি থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    21 hrs ago
  • ♦️ বিহুলৈ সাজু চৰাইদেউ সমন্বয় বিহুদল। ♦️কেইবাটাও পুৰণি বিহুনাম লৈ আপোনাৰ কাষৰ বিহুমঞ্চত অনুষ্ঠান পৰিবেশনৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। 🔴 চৰাইদেউ সমন্বয় বিহু দলক চাবলৈ পেজটো Follow কৰাৰ লগতে চাই থকা ভিডিঅ'টো এবাৰ চেয়াৰ কৰিবলৈ নাপাহৰিব।
    1
    ♦️ বিহুলৈ সাজু চৰাইদেউ সমন্বয় বিহুদল। ♦️কেইবাটাও পুৰণি বিহুনাম লৈ আপোনাৰ কাষৰ বিহুমঞ্চত অনুষ্ঠান পৰিবেশনৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি।
🔴 চৰাইদেউ সমন্বয় বিহু দলক চাবলৈ পেজটো Follow কৰাৰ লগতে চাই থকা ভিডিঅ'টো এবাৰ চেয়াৰ কৰিবলৈ নাপাহৰিব।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    6 hrs ago
  • সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷
    1
    সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ  মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ মাকুম বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ৷ মাকুমৰ জ্যোতিনগৰ খেলপথাৰত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰচাৰ সভাত। সভাৰ পৰা কংগ্ৰেছৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তিনিচুকীয়া জিলাখনত কেইবাটাও সমষ্টি লাভ কৰিব বুলি উল্লেখ কৰে সভাপতি গৌৰৱ গগৈয়ে ।
    1
    নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷
মাকুম বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ৷
মাকুমৰ জ্যোতিনগৰ খেলপথাৰত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰচাৰ সভাত। 
সভাৰ পৰা কংগ্ৰেছৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তিনিচুকীয়া জিলাখনত কেইবাটাও সমষ্টি লাভ কৰিব বুলি উল্লেখ কৰে সভাপতি গৌৰৱ গগৈয়ে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    7 hrs ago
  • Post by Suborna Koch
    1
    Post by Suborna Koch
    user_Suborna Koch
    Suborna Koch
    চাৰিদ্বাৰ, শোণিতপুৰ, অসম•
    10 hrs ago
  • নিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ সংবাদমেল। ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি। বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ২ টা দিন বাকী থকা প্ৰাকক্ষনত ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে। সংবাদ মেলতেই কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ ৰাইজৰ বাবে মুকলি কৰে। কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৰাইজৰ বাবে মুকলি কৰা প্ৰতিজ্ঞা পত্ৰত - শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলি মাজুলীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লবিক পৰিৱৰ্তন আৰু আধুনিকী কৰণেৰে উজ্বলাই তোলা। প্ৰচুৰ সম্ভাৱনাময় মাজুলী খনক উত্তৰ-পূৱ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ অনা।ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে স্ব-নিৰ্ভৰশীল মাজুলী গঢ়ি তোলা।উন্নত যাতায়তৰ জড়িয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা।  গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰক মাজুলীক আগুৱাই নিয়া প্ৰতিজ্ঞা প্ৰদান কৰে। লগতে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে।
    1
    নিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ সংবাদমেল।
৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি।
বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ২ টা দিন বাকী থকা প্ৰাকক্ষনত ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে।
সংবাদ মেলতেই কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ ৰাইজৰ বাবে মুকলি কৰে।
কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৰাইজৰ বাবে মুকলি কৰা প্ৰতিজ্ঞা পত্ৰত - শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলি মাজুলীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লবিক পৰিৱৰ্তন আৰু আধুনিকী কৰণেৰে উজ্বলাই তোলা। প্ৰচুৰ সম্ভাৱনাময় মাজুলী খনক উত্তৰ-পূৱ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ অনা।ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে স্ব-নিৰ্ভৰশীল মাজুলী গঢ়ি তোলা।উন্নত যাতায়তৰ জড়িয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা। 
গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰক মাজুলীক আগুৱাই নিয়া প্ৰতিজ্ঞা প্ৰদান কৰে।
লগতে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    17 hrs ago
  • তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা ৷ ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জে. পি. নাড্ডাই ৷ ৰূপাই হাইস্কুল খেলপথাৰত বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিজয় সংকল্প সভা সম্বোধন কৰাৰ পূৰ্বে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত ভাৰত মাতাৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে । সভাত জে. পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা । অসমত চৰকাৰৰ গঠনৰ পাছতেই অসমত UCC প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে । বম বন্দুক, হৰতাল, বন্ধৰ পুৰণি দিনবোৰ মনত পৰে ৷
    1
    তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা ৷
ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জে. পি. নাড্ডাই ৷
ৰূপাই হাইস্কুল খেলপথাৰত বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷
বিজয় সংকল্প সভা সম্বোধন কৰাৰ পূৰ্বে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত ভাৰত মাতাৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।
সভাত জে. পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা ।
অসমত চৰকাৰৰ গঠনৰ পাছতেই অসমত UCC প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে ।
বম বন্দুক, হৰতাল, বন্ধৰ পুৰণি দিনবোৰ মনত পৰে ৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    12 hrs ago
  • আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    1
    আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.