logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা ৷ ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জে. পি. নাড্ডাই ৷ ৰূপাই হাইস্কুল খেলপথাৰত বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিজয় সংকল্প সভা সম্বোধন কৰাৰ পূৰ্বে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত ভাৰত মাতাৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে । সভাত জে. পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা । অসমত চৰকাৰৰ গঠনৰ পাছতেই অসমত UCC প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে । বম বন্দুক, হৰতাল, বন্ধৰ পুৰণি দিনবোৰ মনত পৰে ৷

14 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
14 hrs ago

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা ৷ ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জে. পি. নাড্ডাই ৷ ৰূপাই হাইস্কুল খেলপথাৰত বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিজয় সংকল্প সভা সম্বোধন কৰাৰ পূৰ্বে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত ভাৰত মাতাৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে । সভাত জে. পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা । অসমত চৰকাৰৰ গঠনৰ পাছতেই অসমত UCC প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে । বম বন্দুক, হৰতাল, বন্ধৰ পুৰণি দিনবোৰ মনত পৰে ৷

More news from অসম and nearby areas
  • নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ মাকুম বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ৷ মাকুমৰ জ্যোতিনগৰ খেলপথাৰত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰচাৰ সভাত। সভাৰ পৰা কংগ্ৰেছৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তিনিচুকীয়া জিলাখনত কেইবাটাও সমষ্টি লাভ কৰিব বুলি উল্লেখ কৰে সভাপতি গৌৰৱ গগৈয়ে ।
    1
    নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷
মাকুম বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ৷
মাকুমৰ জ্যোতিনগৰ খেলপথাৰত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰচাৰ সভাত। 
সভাৰ পৰা কংগ্ৰেছৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তিনিচুকীয়া জিলাখনত কেইবাটাও সমষ্টি লাভ কৰিব বুলি উল্লেখ কৰে সভাপতি গৌৰৱ গগৈয়ে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    9 hrs ago
  • আমাৰ সন্মানীয় বিধায়ক SIR BOLIN CHETIA লৈ অনুৰোধ এই গাঁৱৰ ৰাস্তাটো ছেকচন কৰক
    1
    আমাৰ সন্মানীয় বিধায়ক SIR BOLIN CHETIA লৈ অনুৰোধ এই গাঁৱৰ ৰাস্তাটো ছেকচন কৰক
    user_Tikaram Chetry
    Tikaram Chetry
    শদিয়া, তিনিচুকীয়া, অসম•
    18 hrs ago
  • সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷
    1
    সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ  মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • ♦️ বিহুলৈ সাজু চৰাইদেউ সমন্বয় বিহুদল। ♦️কেইবাটাও পুৰণি বিহুনাম লৈ আপোনাৰ কাষৰ বিহুমঞ্চত অনুষ্ঠান পৰিবেশনৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। 🔴 চৰাইদেউ সমন্বয় বিহু দলক চাবলৈ পেজটো Follow কৰাৰ লগতে চাই থকা ভিডিঅ'টো এবাৰ চেয়াৰ কৰিবলৈ নাপাহৰিব।
    1
    ♦️ বিহুলৈ সাজু চৰাইদেউ সমন্বয় বিহুদল। ♦️কেইবাটাও পুৰণি বিহুনাম লৈ আপোনাৰ কাষৰ বিহুমঞ্চত অনুষ্ঠান পৰিবেশনৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি।
🔴 চৰাইদেউ সমন্বয় বিহু দলক চাবলৈ পেজটো Follow কৰাৰ লগতে চাই থকা ভিডিঅ'টো এবাৰ চেয়াৰ কৰিবলৈ নাপাহৰিব।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    8 hrs ago
  • বিজেপিৰ ৪৭ তম্‌ প্ৰতিষ্ঠা দিৱসৰ দিনাই পুনৰ বিজেপিৰ কাৰ্যালয়ত শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগৰৰ ৫ নং আৰু ৯ নং ৱাৰ্ড সহ ১৫০+ ব্যক্তিৰ বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে সম্পন্ন হয় ৷ বিৰোধীৰ মিছা প্ৰতিশ্ৰুতি আৰু ভ্ৰষ্ট ৰাজনীতিত বিতুষ্ট হৈ বহুতো যুৱক-যুৱতী, সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ যে, ৰাইজৰ এই নিৰন্তৰ বিশ্বাস আৰু সমৰ্থনে শিৱসাগৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক অধিক উৎসাহিত কৰি তুলিছে ৷ উক্ত যোগদান কাৰ্য্যসূচীত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক মুখপাত্ৰদ্বয় ক্ৰমে কল্যাণ গগৈ আৰু সুভাষ দত্ত ৷
    3
    বিজেপিৰ ৪৭ তম্‌ প্ৰতিষ্ঠা দিৱসৰ দিনাই পুনৰ বিজেপিৰ কাৰ্যালয়ত শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগৰৰ ৫ নং আৰু ৯ নং ৱাৰ্ড সহ ১৫০+ ব্যক্তিৰ বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে সম্পন্ন হয় ৷ বিৰোধীৰ মিছা প্ৰতিশ্ৰুতি আৰু ভ্ৰষ্ট ৰাজনীতিত বিতুষ্ট হৈ বহুতো যুৱক-যুৱতী, সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ যে, ৰাইজৰ এই নিৰন্তৰ বিশ্বাস আৰু সমৰ্থনে শিৱসাগৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক অধিক উৎসাহিত কৰি তুলিছে ৷ উক্ত যোগদান কাৰ্য্যসূচীত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক মুখপাত্ৰদ্বয় ক্ৰমে কল্যাণ গগৈ আৰু সুভাষ দত্ত ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    3 hrs ago
  • হাতীঘুলিৰ বীৰেন গগৈয়ে দিলে স্পষ্টীকৰণ জয়ন্ত হাজৰিকা / কুশল দুৱৰীয়ে মোক গুলিওৱা নাই । এই ঘটনাত কোনো কাৰণতে জয়ন্ত হাজৰিকা জড়িত নহয় সংবাদ মাধ্যমত প্ৰকাশ বাতৰি সত্য নহয় সেই সময়ত বজৰংগ দল আৰ্মিৰ অপাৰেশ্যন চলিছিল জয়ন্ত হাজৰিকাই অত্যাচাৰ কৰা নাছিল ইয়াৰোপৰি যি সকলে এনেকুৱা ধৰণৰ কথা উলিয়াই আছে সেই সকলক জনসাধাৰণক এনেদৰে মিছা কথা কৈ বিপথে পৰিচালিত নকৰিবলৈ ও আহ্বান জনায় বীৰেন গগৈয়ে উল্লেখ্য যে বীৰেন গগৈক জয়ন্ত হাজৰিকাই গুলিয়াইছিল বুলি তেখেতৰ এগৰাকী ভাতৃয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰিছিল এয়া সম্পূৰ্ণ মিছা বুলি বীৰেন গগৈয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত তদুপৰি যিগৰাকী ভাতৃয়ে এই কথা প্ৰকাশ কৰিছিল তেখেত কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি বুলিও মন্তব্য কৰে ।
    1
    হাতীঘুলিৰ বীৰেন গগৈয়ে দিলে স্পষ্টীকৰণ জয়ন্ত হাজৰিকা / কুশল দুৱৰীয়ে মোক গুলিওৱা নাই । 
এই ঘটনাত কোনো কাৰণতে জয়ন্ত হাজৰিকা জড়িত নহয়
সংবাদ মাধ্যমত প্ৰকাশ বাতৰি সত্য নহয় 
সেই সময়ত বজৰংগ দল আৰ্মিৰ অপাৰেশ্যন চলিছিল জয়ন্ত হাজৰিকাই অত্যাচাৰ কৰা নাছিল 
ইয়াৰোপৰি যি সকলে এনেকুৱা ধৰণৰ কথা উলিয়াই আছে সেই সকলক জনসাধাৰণক এনেদৰে মিছা কথা কৈ বিপথে পৰিচালিত নকৰিবলৈ ও আহ্বান জনায় বীৰেন গগৈয়ে 
উল্লেখ্য যে বীৰেন গগৈক জয়ন্ত হাজৰিকাই গুলিয়াইছিল বুলি তেখেতৰ এগৰাকী ভাতৃয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰিছিল 
এয়া সম্পূৰ্ণ মিছা বুলি বীৰেন গগৈয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত 
তদুপৰি যিগৰাকী ভাতৃয়ে এই কথা প্ৰকাশ কৰিছিল তেখেত কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি বুলিও মন্তব্য কৰে ।
    user_Nelive Today 24×7
    Nelive Today 24×7
    Nelive Today 24×7 Sibsagar, Sivasagar•
    8 hrs ago
  • শিৱসাগৰ সমষ্টিৰ একত্ৰিত বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈয়ে আজি নিজ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই এক উষ্ম পৰিৱেশৰ সৃষ্টি কৰে। ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চিপিএম আৰু চিপিআইৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি সমষ্টিটোৰ বানমুখ, পাণবেচা, দিচাংমুখ, শান্তিপুৰ আৰু ৰুদ্ৰসাগৰ পঞ্চায়তৰ কেইবাটাও গুৰুত্বপূৰ্ণ এলেকাত এলানি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ​প্ৰতিখন সভাতে স্থানীয় ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়।
    4
    শিৱসাগৰ সমষ্টিৰ একত্ৰিত বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈয়ে আজি নিজ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই এক উষ্ম পৰিৱেশৰ সৃষ্টি কৰে। ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চিপিএম আৰু চিপিআইৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি সমষ্টিটোৰ বানমুখ, পাণবেচা, দিচাংমুখ, শান্তিপুৰ আৰু ৰুদ্ৰসাগৰ পঞ্চায়তৰ কেইবাটাও গুৰুত্বপূৰ্ণ এলেকাত এলানি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
​প্ৰতিখন সভাতে স্থানীয় ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
  • তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা ৷ ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জে. পি. নাড্ডাই ৷ ৰূপাই হাইস্কুল খেলপথাৰত বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিজয় সংকল্প সভা সম্বোধন কৰাৰ পূৰ্বে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত ভাৰত মাতাৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে । সভাত জে. পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা । অসমত চৰকাৰৰ গঠনৰ পাছতেই অসমত UCC প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে । বম বন্দুক, হৰতাল, বন্ধৰ পুৰণি দিনবোৰ মনত পৰে ৷
    1
    তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা ৷
ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জে. পি. নাড্ডাই ৷
ৰূপাই হাইস্কুল খেলপথাৰত বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷
বিজয় সংকল্প সভা সম্বোধন কৰাৰ পূৰ্বে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত ভাৰত মাতাৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।
সভাত জে. পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা ।
অসমত চৰকাৰৰ গঠনৰ পাছতেই অসমত UCC প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে ।
বম বন্দুক, হৰতাল, বন্ধৰ পুৰণি দিনবোৰ মনত পৰে ৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.