logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বুৰা বুৰি নেপালী গাওঁত গাঁৱৰ পথৰ অৱস্থা 🙏🙏🙏🙏👈👍🙏 আমাৰ সন্মানীয় বিধায়ক SIR BOLIN CHETIA লৈ অনুৰোধ এই গাঁৱৰ ৰাস্তাটো ছেকচন কৰক

18 hrs ago
user_Tikaram Chetry
Tikaram Chetry
শদিয়া, তিনিচুকীয়া, অসম•
18 hrs ago

বুৰা বুৰি নেপালী গাওঁত গাঁৱৰ পথৰ অৱস্থা 🙏🙏🙏🙏👈👍🙏 আমাৰ সন্মানীয় বিধায়ক SIR BOLIN CHETIA লৈ অনুৰোধ এই গাঁৱৰ ৰাস্তাটো ছেকচন কৰক

More news from অসম and nearby areas
  • শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে। মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
    3
    শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে।
মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    16 hrs ago
  • ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ NDA ৰ শক্তিশালী বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতেই আজি সন্ধিয়া নগৰৰ মাজমজিয়াৰ মিলন মন্দিৰত শিৱসাগৰৰ পূজা কমিটিসমূহৰ সৈতে বিশেষ আলোচনাত মিলিত হয় ৷ উল্লেখযোগ্য যে, জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ উপস্থিত থকা উক্ত আলোচনা সভাত সকলো ৰাইজে সাম্প্ৰতিক সময়ৰ ডিজিটেল যুগতো অতি পিচপৰি থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয ৷
    2
    ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ NDA ৰ শক্তিশালী বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতেই আজি সন্ধিয়া নগৰৰ মাজমজিয়াৰ মিলন মন্দিৰত শিৱসাগৰৰ পূজা কমিটিসমূহৰ সৈতে বিশেষ আলোচনাত মিলিত হয় ৷ উল্লেখযোগ্য যে, জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ উপস্থিত থকা উক্ত আলোচনা সভাত সকলো ৰাইজে সাম্প্ৰতিক সময়ৰ ডিজিটেল যুগতো অতি পিচপৰি থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    23 hrs ago
  • hello friends help me 😭😭
    2
    hello friends help me 😭😭
    user_Raj mili
    Raj mili
    ধকুৱাখানা (অংশ-১), লখিমপুৰ, অসম•
    23 hrs ago
  • MAJULI NEWS মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ। কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে! পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে বহু কথা । DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
    1
    MAJULI NEWS 
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ  বিস্ফোৰক মন্তব্য 
Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ।
কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে!
পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে  বহু কথা ।
DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    6 hrs ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    7 hrs ago
  • নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।
    4
    নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক  ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    12 hrs ago
  • ভূৱন গাম মাজুলী বিজেপি প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ মাজুলী চুকে কোনে কংগ্ৰেছক সমালোচনা ভূৱন গামৰ
    1
    ভূৱন গাম মাজুলী বিজেপি প্ৰাৰ্থী 
নিৰ্বাচনী প্ৰচাৰ
মাজুলী চুকে কোনে
কংগ্ৰেছক সমালোচনা ভূৱন গামৰ
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    6 hrs ago
  • Post by Suborna Koch
    1
    Post by Suborna Koch
    user_Suborna Koch
    Suborna Koch
    চাৰিদ্বাৰ, শোণিতপুৰ, অসম•
    12 hrs ago
  • আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    1
    আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.