Shuru
Apke Nagar Ki App…
MAJULI NEWS মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ। কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে! পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে বহু কথা । DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। MAJULI NEWS মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ। কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে! পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে বহু কথা । DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
SANJIT SAIKIA
MAJULI NEWS মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ। কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে! পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে বহু কথা । DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। MAJULI NEWS মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ। কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে! পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে বহু কথা । DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
More news from অসম and nearby areas
- Post by দিব্য জ্যোতি ভূঞা1
- শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হতিঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে। মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।3
- সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীৰ সকলো প্ৰাৰ্থী।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিশেষকৈ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীসকলৰ সমৰ্থনত বৰ্তমান চলাইছে এক ব্যাপক মাৰাথান প্ৰচাৰ অভিযান। প্ৰচাৰ অংশগ্ৰহণ স্বৰূপে আজি সমষ্টিটোৰ অন্তগৰ্ত মথুৰাপুৰত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰি প্ৰচাৰ চলোৱা লগত দলীয় কৰ্মী সকলৰ সৈতে নাচি বাগি ভোটৰ মন জয় কৰা প্ৰয়াস কৰে ৷1
- নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ মাকুম বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ৷ মাকুমৰ জ্যোতিনগৰ খেলপথাৰত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰচাৰ সভাত। সভাৰ পৰা কংগ্ৰেছৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তিনিচুকীয়া জিলাখনত কেইবাটাও সমষ্টি লাভ কৰিব বুলি উল্লেখ কৰে সভাপতি গৌৰৱ গগৈয়ে ।1
- Post by Suborna Koch1
- আজি কলিয়াবৰ সমষ্টিৰ আমবাগানত অগপ-বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত নির্বাচনী প্রচাৰ সভাত কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।1
- নিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ সংবাদমেল। ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ মুকলি। বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ২ টা দিন বাকী থকা প্ৰাকক্ষনত ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে। সংবাদ মেলতেই কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৮ দফীয়া প্ৰতিজ্ঞা পত্ৰ ৰাইজৰ বাবে মুকলি কৰে। কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে ৰাইজৰ বাবে মুকলি কৰা প্ৰতিজ্ঞা পত্ৰত - শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলি মাজুলীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লবিক পৰিৱৰ্তন আৰু আধুনিকী কৰণেৰে উজ্বলাই তোলা। প্ৰচুৰ সম্ভাৱনাময় মাজুলী খনক উত্তৰ-পূৱ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভি কেন্দ্ৰ হিচাপে গঢ়ি তোলা। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ অনা।ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে স্ব-নিৰ্ভৰশীল মাজুলী গঢ়ি তোলা।উন্নত যাতায়তৰ জড়িয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা। গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰা ক্ৰীড়া ক্ষেত্ৰক মাজুলীক আগুৱাই নিয়া প্ৰতিজ্ঞা প্ৰদান কৰে। লগতে বিজেপিক ক্ষোৰধাৰ সমালোচনা কৰে।1
- Post by দিব্য জ্যোতি ভূঞা1
- তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে. পি. নাড্ডাৰ সভা ৷ ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জে. পি. নাড্ডাই ৷ ৰূপাই হাইস্কুল খেলপথাৰত বিশাল বিজয় সংকল্প সভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিজয় সংকল্প সভা সম্বোধন কৰাৰ পূৰ্বে বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত ভাৰত মাতাৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে । সভাত জে. পি. নাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা । অসমত চৰকাৰৰ গঠনৰ পাছতেই অসমত UCC প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰে । বম বন্দুক, হৰতাল, বন্ধৰ পুৰণি দিনবোৰ মনত পৰে ৷1