Shuru
Apke Nagar Ki App…
বিহপুৰীয়াত ৰাম ভূঞাৰ হৈ শেষৰটো নিৰ্বাচনী প্ৰচাৰত APCC ৰ সভাপতি গৌৰৱ গগৈ। শিমলুগুৰিত সোমবাৰে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
দিব্য জ্যোতি ভূঞা
বিহপুৰীয়াত ৰাম ভূঞাৰ হৈ শেষৰটো নিৰ্বাচনী প্ৰচাৰত APCC ৰ সভাপতি গৌৰৱ গগৈ। শিমলুগুৰিত সোমবাৰে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
More news from অসম and nearby areas
- Post by দিব্য জ্যোতি ভূঞা1
- MAJULI NEWS মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ। কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে! পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে বহু কথা । DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।1
- নুমলীগড়ত তীব্ৰবেগী বলেৰ পিক আপ বাহনৰ খুন্দাত ছাগলী পহু নিধন।দেওপাহাৰৰ উপকন্ঠ অঞ্চলেৰে পাৰ হৈ যোৱা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিভিন্ন শসময়ত বিচৰণ কৰে এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী।বহ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ যায় এনে দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ।দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে। ইফালে তীব্ৰবেগী বাহন সমূহ নিয়ন্ত্ৰণত ব্যৰ্থ নুমলীগড় যান বাহন আৰক্ষী। উল্লেখ্য যে প্ৰাপ্তবয়স্ক ছাগলী পহু জনীৰ কেইবাটাও পোৱালী উক্ত অঞ্চলত বিচৰণ কৰা বুলি মন্তব্য কৰিছে ৰাইজে।4
- hello friends help me 😭😭2
- বিজেপিৰ ৪৭ তম্ প্ৰতিষ্ঠা দিৱসৰ দিনাই পুনৰ বিজেপিৰ কাৰ্যালয়ত শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগৰৰ ৫ নং আৰু ৯ নং ৱাৰ্ড সহ ১৫০+ ব্যক্তিৰ বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে সম্পন্ন হয় ৷ বিৰোধীৰ মিছা প্ৰতিশ্ৰুতি আৰু ভ্ৰষ্ট ৰাজনীতিত বিতুষ্ট হৈ বহুতো যুৱক-যুৱতী, সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ যে, ৰাইজৰ এই নিৰন্তৰ বিশ্বাস আৰু সমৰ্থনে শিৱসাগৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক অধিক উৎসাহিত কৰি তুলিছে ৷ উক্ত যোগদান কাৰ্য্যসূচীত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক মুখপাত্ৰদ্বয় ক্ৰমে কল্যাণ গগৈ আৰু সুভাষ দত্ত ৷3
- হাতীঘুলিৰ বীৰেন গগৈয়ে দিলে স্পষ্টীকৰণ জয়ন্ত হাজৰিকা / কুশল দুৱৰীয়ে মোক গুলিওৱা নাই । এই ঘটনাত কোনো কাৰণতে জয়ন্ত হাজৰিকা জড়িত নহয় সংবাদ মাধ্যমত প্ৰকাশ বাতৰি সত্য নহয় সেই সময়ত বজৰংগ দল আৰ্মিৰ অপাৰেশ্যন চলিছিল জয়ন্ত হাজৰিকাই অত্যাচাৰ কৰা নাছিল ইয়াৰোপৰি যি সকলে এনেকুৱা ধৰণৰ কথা উলিয়াই আছে সেই সকলক জনসাধাৰণক এনেদৰে মিছা কথা কৈ বিপথে পৰিচালিত নকৰিবলৈ ও আহ্বান জনায় বীৰেন গগৈয়ে উল্লেখ্য যে বীৰেন গগৈক জয়ন্ত হাজৰিকাই গুলিয়াইছিল বুলি তেখেতৰ এগৰাকী ভাতৃয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰিছিল এয়া সম্পূৰ্ণ মিছা বুলি বীৰেন গগৈয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত তদুপৰি যিগৰাকী ভাতৃয়ে এই কথা প্ৰকাশ কৰিছিল তেখেত কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি বুলিও মন্তব্য কৰে ।1
- শিৱসাগৰ সমষ্টিৰ একত্ৰিত বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈয়ে আজি নিজ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই এক উষ্ম পৰিৱেশৰ সৃষ্টি কৰে। ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চিপিএম আৰু চিপিআইৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি সমষ্টিটোৰ বানমুখ, পাণবেচা, দিচাংমুখ, শান্তিপুৰ আৰু ৰুদ্ৰসাগৰ পঞ্চায়তৰ কেইবাটাও গুৰুত্বপূৰ্ণ এলেকাত এলানি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰতিখন সভাতে স্থানীয় ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়।4
- ভূৱন গাম মাজুলী বিজেপি প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ মাজুলী চুকে কোনে কংগ্ৰেছক সমালোচনা ভূৱন গামৰ1