Shuru
Apke Nagar Ki App…
মই বাতৰি প্ৰেৰণ কৰিব পৰা নাই এই সমস্যাৰ বাবে সকলো অনুসৰণ কৰাৰ পাছতো।
অঞ্জন শইকীয়া
মই বাতৰি প্ৰেৰণ কৰিব পৰা নাই এই সমস্যাৰ বাবে সকলো অনুসৰণ কৰাৰ পাছতো।
More news from অসম and nearby areas
- উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত মৰিগাঁও জিলা অসম গণ পৰিষদ** উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা অসম গণ পৰিষদে। বানপীড়িত লোকসকলৰ বাবে কাপোৰ, ফেনাইল, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্যব্যৱহাৰ্য্য সামগ্ৰী সংগ্ৰহ কৰি আজি মৰিগাঁওৰ পৰা এটা দল উজনি অসমৰ উদ্দেশ্যে ৰাওনা হয়। মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই পদক্ষেপে বানপীড়িত পৰিয়ালসমূহৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ'ব বুলি আশা প্ৰকাশ কৰে দলটোৱে। দুৰ্যোগৰ এই কঠিন সময়ত সকলোকে বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈও আহ্বান জনায় অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে।1
- মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে । যুৱক জন মানসিক ভাৰসাম্যহীন। হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।2
- 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷ 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷1
- মৌলানা বদৰুদ্দিন আজমলৰ উজনি অসমৰ বানাক্ৰান্তলৈ বৃহৎ ঘোষনা। বান সাহাৰ্য্যৰ বাবে ১০০ কোটিৰ লক্ষ্য আজমলৰ।1
- মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত ৰচিত ভয়ংকৰ ষড়যন্ত্ৰৰ ৰহস্য জানিলে... YouTube: Untold by Ali Hussain1
- জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ। জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ । এই জনেই হ'ল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদৰ স্বামী মোবাৰক আলী। এই গৰাকীয়ে হল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদ। সভানেত্ৰী পত্নীক তাহমিনা আহমেদক ঘৰতে ৰাখি তেওঁৰ স্বামী মোবাৰক আলীয়ে ৰাবাৰ ইষ্টামৰ দৰে ব্যৱহাৰ কৰি উন্নয়ন খণ্ডটোত দপদপাই পত্নীৰ কাম কাজত লিপ্ত হৈ সভানেত্ৰী পত্নীক অন্ধকাৰত ৰাখি চৰকাৰী আচঁনিত লূষ্ঠন ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে গছকি পত্নীৰ কামত হস্তক্ষেপ কৰাৰ পিছতো। নিমাত কিয়? জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। কাৰ ছত্ৰছায়াত মোবাৰক আলীৰ ইমান দপদপনি জুৰীয়া উন্নয়ন খণ্ডত। এই জনেই হল জুৰীয়া উন্নয়ন খণ্ডৰ দুৰ্নীতি গ্ৰস্ত লুণ্ঠনৰ মহানায়ক বুলি চৰ্চিত খত্ত উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। মইনুদ্দিন আহমেদৰ সৈতে মিলি মোবাৰক আলীয়ে সভানেত্ৰী পত্নীক পাক ঘৰতে ৰাখি পত্নীৰ চৰকাৰী কামত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। সভানেত্ৰীৰ স্বামী সকলে পঞ্চায়ত অথবা উন্নয়ন খণ্ডত গৈ পত্নীৰ কাম কাজত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা থকাৰ পিছতো খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদে । উন্নয়ন খণ্ডটোত বৰপীৰা পাৰি দিলে নেকি? মোবাৰক আলীক।1
- জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।1
- লখিমপুৰ জিলাৰ বিশিষ্ট শিক্ষয়িত্ৰী মালিনী শইকীয়াৰ বিৰুদ্ধে তথ্যহীন অভিযোগ শশী খাউণ্ড নামৰ এগৰাকী মহিলাৰ শশী খাউণ্ডক প্ৰত্যুত্তৰ দিলে মালিনী শইকীয়াই মালিনী শইকীয়াই ক'লে, শশী খাউণ্ডে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগ সকলো মিছা, শশী খাউণ্ডহে বিভিন্ন অভিযোগত অভিযুক্ত' #assamesetalksnow #NewsUpdate #lakhimpurassam1
- গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী1