Shuru
Apke Nagar Ki App…
কলগাছিয়াৰ টাপেশ্বৰাত ৰাইজৰ প্ৰতিক্ৰিয়া। বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে ৰাইজৰ দলৰ কৰ্মীয়ে অপপ্ৰচাৰৰ কৰাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিক্ৰিয়া। কিছুদিন পূৰ্বে মন্দিয়া সমষ্টিৰ অন্তৰ্গত তথা কলগাছিয়াৰ টাপেশ্বৰাত এ আই ইউ ডি এফ দলৰ যুৱ মৰ্চা গঠনৰ সভা আৰম্ভ হোৱাৰ পূৰ্বেই এজন ৰাইজৰ দলৰ কৰ্মীয়ে খালী চকীৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰাত ক্ষুব্ধ হৈ পৰিছে টাপেশ্বৰাৰ ৰাইজে। ফলত এনে অপপ্ৰচাৰ নকৰিবলৈ ৰাইজৰ দলৰ কৰ্মী সমৰ্থকক সঁকিয়াই দিছে এ আই ইউ ডি এফ দলৰ নেতা আৰু একাংশ ৰাইজে।
RECENT TIME

More news from অসম and nearby areas
- 📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ? 📌 অকল চোৰাং গৰু নে ? 📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 📌 কোনে লয় টকা ? 📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ শুনক কি কি ভয়ংকৰ অভিযোগ ?1
- বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।1
- Post by Jamil.. social media channel i1
- Post by Mostab Ali Ahamed1
- 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না1
- ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।1
- Post by Civil Line construction come1
- 📌'মহিলাক অশালীন আচৰণ কৰা ভূপেন বৰাক মুখ্যমন্ত্ৰীৰ ৰঙা দলিচা কিয়?'1