ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যালয় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে। ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যালয় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে।

- ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যালয় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে। ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যালয় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে।1
- মাদক দ্ৰব্যৰ বিৰুদ্ধে আটছাৰ অভিযান আৰম্ভ। আজিৰে পৰা বৃহত্তৰ মাকুম অঞ্চলত চলিব অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাকুম শাখা সমিতিৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান। মাদক দ্ৰব্যৰ বিৰুদ্ধে আটছাৰ অভিযান আৰম্ভ। আজিৰে পৰা বৃহত্তৰ মাকুম অঞ্চলত চলিব অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাকুম শাখা সমিতিৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান।1
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰত বাহিৰ কৰে বিক্ষোভ সমদল৷ প্ৰতিবাদৰ সময়ত চহৰখনত এক উত্তাল প্ৰতিবাদ সৃষ্টি কৰি অতিসোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায়৷1
- নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ3
- এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।1
- VO : বীৰ লাচিত সেনা, অসম, ডুমডুমা আঞ্চলিক সমিতিয়ে আজি ডুমডুমা বনপ্ৰাধিকাৰীক স্মাৰকপত্ৰ প্ৰদান কৰি ডুমডুমা সমজিলা এলেকাত অব্যাহত থকা অবৈধ বালি খনন, চোৰাং কাঠ সৰবৰাহ, মাটি খনন কার্য্য তৎক্ষণাত বন্ধ কৰাৰ দাবী জনায় ৷ স্মাৰকপত্ৰত ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনাৰ মুখ্য সচিব সুৰুজ দাস আৰু তিনিচুকীয়া জিলা বীৰ লাচিত সেনাৰ উপসভাপতি অভিষেক বড়াই প্রাকৃতিক ধবংস কৰি নদীৰ আপুৰুগীয়া বালি অবৈধ খনন বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে চালান বিহীন চোৰাং কাঠ সৰবৰাহ বন্ধ কৰা, সংৰক্ষিত বনাঞ্চলৰ গছ-বন সংৰক্ষণ কৰি বন্যপ্রাণী আৰু প্ৰাকৃতিক ভাৰসাম্য ধৰি ৰখা, অনুমতি অবিহনে JCB, BULLDOZER আৰু DUMPERৰ সহায়ত মাটি খনন কাৰ্য বন্ধ কৰি কৃষি ভূমি আৰু জলাশয় সংৰক্ষণ কৰাৰ দাবী জনাইছে৷ বন আইন, পৰিৱেশ সংৰক্ষণ আইন আৰু খনিজ নীতি উলংঘাকাৰীৰ বিৰুদ্ধে নিয়মীয়া পহৰা আৰু অভিযান চলোৱাৰ ব্যৱস্থা কৰাৰ লগতে অহা ৭ দিনৰ ভিতৰত স্মাৰকপত্ৰখনৰ কাৰ্যকৰী ব্যৱস্থা কৰিবলৈ বীৰ লাচিত সেনাৰ নেতাদ্বয়ে ডুমডুমা বনপ্ৰাধিকাৰীক স্পষ্ট কৰি দিছে৷ বাইট : VO : বীৰ লাচিত সেনা, অসম, ডুমডুমা আঞ্চলিক সমিতিয়ে আজি ডুমডুমা বনপ্ৰাধিকাৰীক স্মাৰকপত্ৰ প্ৰদান কৰি ডুমডুমা সমজিলা এলেকাত অব্যাহত থকা অবৈধ বালি খনন, চোৰাং কাঠ সৰবৰাহ, মাটি খনন কার্য্য তৎক্ষণাত বন্ধ কৰাৰ দাবী জনায় ৷ স্মাৰকপত্ৰত ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনাৰ মুখ্য সচিব সুৰুজ দাস আৰু তিনিচুকীয়া জিলা বীৰ লাচিত সেনাৰ উপসভাপতি অভিষেক বড়াই প্রাকৃতিক ধবংস কৰি নদীৰ আপুৰুগীয়া বালি অবৈধ খনন বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে চালান বিহীন চোৰাং কাঠ সৰবৰাহ বন্ধ কৰা, সংৰক্ষিত বনাঞ্চলৰ গছ-বন সংৰক্ষণ কৰি বন্যপ্রাণী আৰু প্ৰাকৃতিক ভাৰসাম্য ধৰি ৰখা, অনুমতি অবিহনে JCB, BULLDOZER আৰু DUMPERৰ সহায়ত মাটি খনন কাৰ্য বন্ধ কৰি কৃষি ভূমি আৰু জলাশয় সংৰক্ষণ কৰাৰ দাবী জনাইছে৷ বন আইন, পৰিৱেশ সংৰক্ষণ আইন আৰু খনিজ নীতি উলংঘাকাৰীৰ বিৰুদ্ধে নিয়মীয়া পহৰা আৰু অভিযান চলোৱাৰ ব্যৱস্থা কৰাৰ লগতে অহা ৭ দিনৰ ভিতৰত স্মাৰকপত্ৰখনৰ কাৰ্যকৰী ব্যৱস্থা কৰিবলৈ বীৰ লাচিত সেনাৰ নেতাদ্বয়ে ডুমডুমা বনপ্ৰাধিকাৰীক স্পষ্ট কৰি দিছে৷ বাইট :1
- পলমকৈ হলেও পোহৰলৈ আহিছে তিনিচুকীয়াৰ জাগুনত সংঘটিত হোৱা এক নাৰকীয় ঘটনাৰ সবিশেষ। Jagun, Disgusting rape case. পলমকৈ হলেও পোহৰলৈ আহিছে তিনিচুকীয়াৰ জাগুনত সংঘটিত হোৱা এক নাৰকীয় ঘটনাৰ সবিশেষ। যুৱতীক বলপূৰ্বক দলবদ্ধ ধৰ্ষণ চাৰি নৰপিকাছৰ। ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই লিছাং গাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি চৈধ্য আগষ্টৰ সন্ধ্যা জাগুন কাৰপুমপুলি গাঁৱৰ নিবাসী আকাশ তামাংৰ সৈতে মুঠ চাৰিটা কোলাংগাৰে বলপূৰ্বক দলবদ্ধ ধৰ্ষণ কৰে এগৰাকী ১৮/১৯ বছৰীয়া ফুলকুমলীয়া যুৱতীক। এই জঘন্য কাণ্ড সংঘটিত কৰি পাষণ্ড আকাশ তামাঙে পলায়ন কৰি আত্মগোপন কৰি আছিল অৰুণাচল প্ৰদেশৰ চৌখাম নামে ঠাইত। উল্লেখ্য যে এই নৰাধম আকাশ তামাঙক অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত মঙ্গলবাৰে চৌখামৰ পৰা আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিদীপ লাহন আৰু তেওঁৰ সহ আৰক্ষীৰ জোৱান সকলে। কিন্তু আচৰ্য্যজনক ভাৱে আজিও তিনি ধৰ্ষণকাৰী আত্মগোপন কৰি আছে কোনো অজ্ঞাত স্থানত। এই তিনি ধৰ্ষণকাৰীৰ কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ আৰক্ষী প্ৰশাসন সক্ষম হোৱা নাই যদিও দিন ৰাতি একাকাৰ কৰি তিনি পাষণ্ডক বিচাৰি জাগুন আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। বৰ্তমানে কালপৃত আকাশ তামাংক জাগুন আৰক্ষীয়ে আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ঘটনাৰ ইতিবৃত্তি উদ্ধাৰৰ স্বাৰ্থত আদালতৰ বিচাৰকৰ অনুমতি সাপেক্ষে চাৰি দিনৰ বাবে পুনৰ নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰখাৰ কথা আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। অন্যহাতে এই সকলো কথা একাষৰীয়া কৰি উল্লেখ কৰিব লাগিব যে ঘটনাৰ লগত আওঁপকীয়াকৈ জৰিত বুলি সন্দেহ কৰা অনিতা আন্তি কোন ? যুৱতী এগৰাকীয়ে উল্লেখ কৰা অনুসৰি তাইৰ লগত সংঘটিত হোৱা এই নিকৃষ্ট কাণ্ডৰ সৈতে এই অনিতা আন্তিও পৰোক্ষ বা প্ৰত্যক্ষভাৱে ভাৱে জড়িত আছিল নেকি ? যিহেতু ঘটনা সংঘটিত হোৱাৰ কেইটামান ঘণ্টা অতিবাহিত হোৱাৰ পাছতে অনিতা আন্তিয়ে ভুক্তভোগী যুৱতী এগৰাকীক সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য প্ৰকাশ নকৰিবলৈ এক প্ৰকাৰে ভয় ভাবুকিৰে শংকিত কৰাৰ উপৰিও যুৱতী এগৰাকীৰ মুখ বন্ধ কৰিবলৈ টকাৰ প্ৰলোভন দিয়াৰ তথ্য পোহৰলৈ আহিছে। বৰ্তমানে আৰক্ষী আৰু ৰাইজৰ ৰোষত পৰাৰ পৰা ৰক্ষা পাবলৈ অনিতা আন্তীয়ে আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে। লগতে এই নাৰকীয় ঘটনা সংঘটিত কৰা চাৰি নৰপিকাচৰ ভিতৰত এটা সাম্প্ৰদায়িক জাতীয়তাবাদী ছাত্ৰ সংগঠনৰ সদস্যও এই ঘটনাত জৰিত আছিল বুলি শেহতীয়া এক তথ্য পোৱা গৈছে।1
- জাগুনত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, এজনক আটক আৰক্ষীৰ অভিযান অব্যাহত । পলমকৈ পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ অভিযোগ। জানিব পৰা মতে, জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই লিছাং গাঁৱত এগৰাকী ১৮-১৯ বছৰীয়া যুৱতীক কেইবাজনো যুৱকে বলপূৰ্বক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, ১৪ আগষ্টৰ সন্ধিয়া জাগুন কাৰপুমপুলি গাঁৱৰ আকাশ তামাংসহ মুঠ চাৰিজন লোক এই ঘটনাৰ সৈতে জড়িত আছিল। ঘটনাৰ পাছত আকাশ তামাং অৰুণাচল প্ৰদেশৰ চৌখামত আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে। মঙলবাৰে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত জাগুন আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীৰ জিম্মাত লৈ ঘটনাটোৰ অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা চলাই থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। ইফালে, ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত আন তিনিজন লোক এতিয়াও পলাতক। তেওঁলোকৰ সন্ধানত জাগুন আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অন্যহাতে, অনিতা আন্তি নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধেও ভুক্তভোগীক ঘটনাৰ বিষয়ে মুখ নুখুলিবলৈ চাপ দিয়াৰ লগতে টকাৰ প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব। লগতে, অভিযুক্তসকলৰ ভিতৰত এটা ছাত্ৰ সংগঠনৰ সৈতে জড়িত এজন সদস্য থকাৰো অভিযোগ উত্থাপিত হৈছে।1