logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ

1 hr ago
user_Namrup 24×7
Namrup 24×7
Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
1 hr ago

নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ

More news from অসম and nearby areas
  • নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ
    3
    নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ
নাহৰকটীয়াৰ ব্যৱসায়ী দীপক গুপ্তাক আক্ৰমণৰ ঘটনা/নাহৰকটীয়াত পৰিস্থিতি উত্তপ্ত/শ শ উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে আক্ৰমণকাৰীৰ ছফিউল হুছেইন ভূঞাৰ দোকানৰ সন্মুখভাগ/পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ মৃদু লাঠিচালনা/এতিয়াও শ শ জনতাই ঘেৰাও কৰি ৰাখিছে আক্ৰমণকাৰীৰ বাসগৃহ
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    1 hr ago
  • মাদক দ্ৰব্যৰ বিৰুদ্ধে আটছাৰ অভিযান আৰম্ভ। আজিৰে পৰা বৃহত্তৰ মাকুম অঞ্চলত চলিব অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাকুম শাখা সমিতিৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান। মাদক দ্ৰব্যৰ বিৰুদ্ধে আটছাৰ অভিযান আৰম্ভ। আজিৰে পৰা বৃহত্তৰ মাকুম অঞ্চলত চলিব অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাকুম শাখা সমিতিৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান।
    1
    মাদক দ্ৰব্যৰ বিৰুদ্ধে আটছাৰ অভিযান আৰম্ভ।

আজিৰে পৰা বৃহত্তৰ মাকুম অঞ্চলত চলিব অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাকুম শাখা সমিতিৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান।
মাদক দ্ৰব্যৰ বিৰুদ্ধে আটছাৰ অভিযান আৰম্ভ।
আজিৰে পৰা বৃহত্তৰ মাকুম অঞ্চলত চলিব অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাকুম শাখা সমিতিৰ উদ্যোগত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    6 hrs ago
  • অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰত বাহিৰ কৰে বিক্ষোভ সমদল৷ প্ৰতিবাদৰ সময়ত চহৰখনত এক উত্তাল প্ৰতিবাদ সৃষ্টি কৰি অতিসোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায়৷
    1
    অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰত বাহিৰ কৰে বিক্ষোভ সমদল৷
প্ৰতিবাদৰ সময়ত চহৰখনত এক উত্তাল প্ৰতিবাদ সৃষ্টি কৰি অতিসোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায়৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    8 hrs ago
  • এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।
    1
    এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • বৰাহী গ্ৰাণ্টৰ কৈৱৰ্ত গাৱঁত টাওকাক নদীৰ ব্যাপক গৰা খহনীয়াৰ সৃষ্টি সোণাৰিত টাওকাক নদীৰ ব্যাপক গৰা খহনীয়াঃউছন হোৱাৰ উপক্ৰমঃচৰাইদেউ জিলা মাহমৰা সমষ্টিৰ চফ্ৰাই গাওঁ পঞ্চায়ত অন্তৰ্গত বৰাহী গ্ৰাণ্টৰ কৈৱৰ্ত গাৱঁত টাওকাক নদীয়ে ব্যাপক গৰা খহনীয়াৰ সৃষ্টি কৰিছে।ইতিমধ্যে গাওঁখনলৈ যোৱা পথটি নদীখনৰ খহনীয়াৰ ফলত নদীৰ বুকুত জাহ গৈছেঃ ইফালে গাওঁ খনৰ নামঘৰটোও লৈও নদীখনৰ খহনিয়াই বিপদ মাতি আনিছে।ৰাইজে জনিবলৈ দিয়া অনুসৰি বিগত ১০-১৫ বছৰ ধৰি নদীখনে কৰা খহনীয়াৰ ফলত গাওঁখনৰ ২৫-৩০ ঘৰ লোকৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিছে।ইতিমধ্যে কেইবাটাও পৰিয়ালে গাওঁ খনৰ পৰা খহনীয়াৰ বাবে গাওঁ এৰি যাব লগীয়াত পৰিছে। সোণাৰিৰ পৰা কপিল চেতিয়াৰ ৰিপৰ্টঃ
    1
    বৰাহী গ্ৰাণ্টৰ কৈৱৰ্ত গাৱঁত টাওকাক নদীৰ ব্যাপক গৰা খহনীয়াৰ সৃষ্টি
সোণাৰিত টাওকাক নদীৰ ব্যাপক গৰা খহনীয়াঃউছন হোৱাৰ উপক্ৰমঃচৰাইদেউ জিলা মাহমৰা সমষ্টিৰ চফ্ৰাই গাওঁ পঞ্চায়ত অন্তৰ্গত বৰাহী গ্ৰাণ্টৰ কৈৱৰ্ত গাৱঁত টাওকাক নদীয়ে ব্যাপক গৰা খহনীয়াৰ সৃষ্টি কৰিছে।ইতিমধ্যে গাওঁখনলৈ যোৱা পথটি নদীখনৰ খহনীয়াৰ ফলত নদীৰ বুকুত জাহ গৈছেঃ ইফালে গাওঁ খনৰ নামঘৰটোও লৈও  নদীখনৰ খহনিয়াই বিপদ মাতি আনিছে।ৰাইজে জনিবলৈ দিয়া অনুসৰি বিগত ১০-১৫ বছৰ ধৰি নদীখনে কৰা খহনীয়াৰ ফলত গাওঁখনৰ ২৫-৩০ ঘৰ লোকৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিছে।ইতিমধ্যে কেইবাটাও পৰিয়ালে গাওঁ খনৰ পৰা খহনীয়াৰ বাবে গাওঁ এৰি যাব লগীয়াত পৰিছে।
সোণাৰিৰ পৰা কপিল চেতিয়াৰ ৰিপৰ্টঃ
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।‌পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যাল‌য় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে। ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।‌পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যাল‌য় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে।
    1
    ডিগবৈ বিধান সভা সমষ্টিৰ  অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।‌পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যাল‌য় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে।
ডিগবৈ বিধান সভা সমষ্টিৰ  অন্তৰ্গত বৰহাপজান গাও পঞ্চায়তৰ চাৰিসীমাৰ বেৰাৰ আজি আধাৰশিলা কৰা হয়। নাহৰণি গাৱত স্থাপন কৰিব লগা পঞ্চায়ত খনৰ পূৰ্ণাঙ্গ কাৰ্যালয় নিৰ্মাণৰ পূৰ্বে ৰাজহ বিভাগে আৱণ্টন দিয়া নিদিষ্ট ভূমিত প্ৰথমে চাৰিসীমা ৰ পকী বেৰা নিৰ্মাণ কৰা হব।‌পঞ্চদশ বিত্তীয় আয়োগৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা চাৰিবেৰাৰ আধাৰশিলা কৰে ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে আধাৰশিলা কৰে। অনুষ্ঠানত ডিগবৈ সম জিলা আয়ুক্ত, ডিগবৈ উন্নয়নখণ্ডৰ বিষয়া ৰমেন দত্ত,বিধায়ক প্ৰতিনিধি সৃতি দাস, টিংৰাই জিলা পৰিষদৰ সদস্য কুণ্ডল বৰগোহাঁই, টিংৰাই আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰিয়ংকা বৰুৱা, বৰহাপজান আঞ্চলিক পঞ্চায়তৰ সদস্যা মনালিছা বৰশইকীয়া, সভানেত্ৰী নিতুমণি বৰুৱা মৰাণ সহ বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে সমষ্টি পুণৰ নিৰ্ধাৰনৰ পাছৰ বৰহাপজান পঞ্চায়তৰ কায্যালয়টো মাকুম বিধান সভা সমষ্টিৰ অন্তভূক্ত হোৱাত ডিগবৈ সমষ্টিৰ বৰহাপজান পঞ্চায়তৰ কাৰ্যাল‌য় নোহোৱা হৈ পৰে। গতিকে পঞ্চায়ত খনৰ নতুন কাৰ্যালয় নিৰ্মাণৰ কাম কাজ পুনৰ আৰম্ভ কৰা হৈছে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    1 hr ago
  • পলমকৈ হলেও পোহৰলৈ আহিছে তিনিচুকীয়াৰ জাগুনত সংঘটিত হোৱা এক নাৰকীয় ঘটনাৰ সবিশেষ। Jagun, Disgusting rape case. পলমকৈ হলেও পোহৰলৈ আহিছে তিনিচুকীয়াৰ জাগুনত সংঘটিত হোৱা এক নাৰকীয় ঘটনাৰ সবিশেষ। যুৱতীক বলপূৰ্বক দলবদ্ধ ধৰ্ষণ চাৰি নৰপিকাছৰ। ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই লিছাং গাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি চৈধ্য আগষ্টৰ সন্ধ্যা জাগুন কাৰপুমপুলি গাঁৱৰ নিবাসী আকাশ তামাংৰ সৈতে মুঠ চাৰিটা কোলাংগাৰে বলপূৰ্বক দলবদ্ধ ধৰ্ষণ কৰে এগৰাকী ১৮/১৯ বছৰীয়া ফুলকুমলীয়া যুৱতীক। এই জঘন্য কাণ্ড সংঘটিত কৰি পাষণ্ড আকাশ তামাঙে পলায়ন কৰি আত্মগোপন কৰি আছিল অৰুণাচল প্ৰদেশৰ চৌখাম নামে ঠাইত। উল্লেখ্য যে এই নৰাধম আকাশ তামাঙক অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত মঙ্গলবাৰে চৌখামৰ পৰা আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিদীপ লাহন আৰু তেওঁৰ সহ আৰক্ষীৰ জোৱান সকলে। কিন্তু আচৰ্য্যজনক ভাৱে আজিও তিনি ধৰ্ষণকাৰী আত্মগোপন কৰি আছে কোনো অজ্ঞাত স্থানত। এই তিনি ধৰ্ষণকাৰীৰ কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ আৰক্ষী প্ৰশাসন সক্ষম হোৱা নাই যদিও দিন ৰাতি একাকাৰ কৰি তিনি পাষণ্ডক বিচাৰি জাগুন আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। বৰ্তমানে কালপৃত আকাশ তামাংক জাগুন আৰক্ষীয়ে আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ঘটনাৰ ইতিবৃত্তি উদ্ধাৰৰ স্বাৰ্থত আদালতৰ বিচাৰকৰ অনুমতি সাপেক্ষে চাৰি দিনৰ বাবে পুনৰ নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰখাৰ কথা আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। অন্যহাতে এই সকলো কথা একাষৰীয়া কৰি উল্লেখ কৰিব লাগিব যে ঘটনাৰ লগত আওঁপকীয়াকৈ জৰিত বুলি সন্দেহ কৰা অনিতা আন্তি কোন ? যুৱতী এগৰাকীয়ে উল্লেখ কৰা অনুসৰি তাইৰ লগত সংঘটিত হোৱা এই নিকৃষ্ট কাণ্ডৰ সৈতে এই অনিতা আন্তিও পৰোক্ষ বা প্ৰত্যক্ষভাৱে ভাৱে জড়িত আছিল নেকি ? যিহেতু ঘটনা সংঘটিত হোৱাৰ কেইটামান ঘণ্টা অতিবাহিত হোৱাৰ পাছতে অনিতা আন্তিয়ে ভুক্তভোগী যুৱতী এগৰাকীক সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য প্ৰকাশ নকৰিবলৈ এক প্ৰকাৰে ভয় ভাবুকিৰে শংকিত কৰাৰ উপৰিও যুৱতী এগৰাকীৰ মুখ বন্ধ কৰিবলৈ টকাৰ প্ৰলোভন দিয়াৰ তথ্য পোহৰলৈ আহিছে। বৰ্তমানে আৰক্ষী আৰু ৰাইজৰ ৰোষত পৰাৰ পৰা ৰক্ষা পাবলৈ অনিতা আন্তীয়ে আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে। লগতে এই নাৰকীয় ঘটনা সংঘটিত কৰা চাৰি নৰপিকাচৰ ভিতৰত এটা সাম্প্ৰদায়িক জাতীয়তাবাদী ছাত্ৰ সংগঠনৰ সদস্যও এই ঘটনাত জৰিত আছিল বুলি শেহতীয়া এক তথ্য পোৱা গৈছে।
    1
    পলমকৈ হলেও পোহৰলৈ আহিছে তিনিচুকীয়াৰ জাগুনত সংঘটিত হোৱা এক নাৰকীয় ঘটনাৰ সবিশেষ।
Jagun, Disgusting rape case.
পলমকৈ হলেও পোহৰলৈ আহিছে তিনিচুকীয়াৰ জাগুনত সংঘটিত হোৱা এক নাৰকীয় ঘটনাৰ সবিশেষ। যুৱতীক বলপূৰ্বক দলবদ্ধ ধৰ্ষণ চাৰি নৰপিকাছৰ। ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই লিছাং গাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি চৈধ্য আগষ্টৰ সন্ধ্যা জাগুন কাৰপুমপুলি গাঁৱৰ নিবাসী আকাশ তামাংৰ সৈতে মুঠ চাৰিটা কোলাংগাৰে বলপূৰ্বক দলবদ্ধ ধৰ্ষণ কৰে এগৰাকী ১৮/১৯ বছৰীয়া ফুলকুমলীয়া যুৱতীক। এই জঘন্য কাণ্ড সংঘটিত কৰি পাষণ্ড আকাশ তামাঙে পলায়ন কৰি আত্মগোপন কৰি আছিল অৰুণাচল প্ৰদেশৰ চৌখাম নামে ঠাইত। উল্লেখ্য যে এই নৰাধম আকাশ তামাঙক অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত মঙ্গলবাৰে চৌখামৰ পৰা আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিদীপ লাহন আৰু তেওঁৰ সহ আৰক্ষীৰ জোৱান সকলে। কিন্তু আচৰ্য্যজনক ভাৱে আজিও তিনি ধৰ্ষণকাৰী আত্মগোপন কৰি আছে কোনো অজ্ঞাত স্থানত। এই তিনি ধৰ্ষণকাৰীৰ কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ আৰক্ষী প্ৰশাসন সক্ষম হোৱা নাই যদিও দিন ৰাতি একাকাৰ কৰি তিনি পাষণ্ডক বিচাৰি জাগুন আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। বৰ্তমানে কালপৃত আকাশ তামাংক জাগুন আৰক্ষীয়ে আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ঘটনাৰ ইতিবৃত্তি উদ্ধাৰৰ স্বাৰ্থত আদালতৰ বিচাৰকৰ অনুমতি সাপেক্ষে চাৰি দিনৰ বাবে পুনৰ নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰখাৰ কথা আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। অন্যহাতে এই সকলো কথা একাষৰীয়া কৰি উল্লেখ কৰিব লাগিব যে ঘটনাৰ লগত আওঁপকীয়াকৈ জৰিত বুলি সন্দেহ কৰা অনিতা আন্তি কোন ? যুৱতী এগৰাকীয়ে উল্লেখ কৰা অনুসৰি তাইৰ লগত সংঘটিত হোৱা এই নিকৃষ্ট কাণ্ডৰ সৈতে এই অনিতা আন্তিও পৰোক্ষ বা প্ৰত্যক্ষভাৱে ভাৱে জড়িত আছিল নেকি ? যিহেতু ঘটনা সংঘটিত হোৱাৰ কেইটামান ঘণ্টা অতিবাহিত হোৱাৰ পাছতে অনিতা আন্তিয়ে ভুক্তভোগী যুৱতী এগৰাকীক সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য প্ৰকাশ নকৰিবলৈ এক প্ৰকাৰে ভয় ভাবুকিৰে শংকিত কৰাৰ উপৰিও যুৱতী এগৰাকীৰ মুখ বন্ধ কৰিবলৈ টকাৰ প্ৰলোভন দিয়াৰ তথ্য পোহৰলৈ আহিছে। বৰ্তমানে আৰক্ষী আৰু ৰাইজৰ ৰোষত পৰাৰ পৰা ৰক্ষা পাবলৈ অনিতা আন্তীয়ে আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে। লগতে এই নাৰকীয় ঘটনা সংঘটিত কৰা চাৰি নৰপিকাচৰ ভিতৰত এটা সাম্প্ৰদায়িক জাতীয়তাবাদী ছাত্ৰ সংগঠনৰ সদস্যও এই ঘটনাত জৰিত আছিল বুলি শেহতীয়া এক তথ্য পোৱা গৈছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    6 hrs ago
  • নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ। নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ।নাহৰকটীয়াৰ ভূঞা পট্টীৰ সন্মুখত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।মূৰৰ তিনিটাকৈ স্থান আৰু পেটত গুৰুতৰভাৱে আঘাপ্ৰাপ্ত দীপক গুপ্তা সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন হৈ আছে।ব্যৱসায়ী দীপক গুপ্তাৰ আক্ৰমণকাৰী তথা গৰু চোৰ ছফিউল হুছেইন নামৰ দুৰ্বৃত্তটো ঘটনা সংঘটিত কৰি পলায়ন কৰে।পূৰ্বতে গৰু চুৰি আৰু অবৈধ ভাবৰ গো মাংসৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগত কেইবাবাৰো কাৰবাস খাটি আহিছিল ছফিউল হুছেইন ভূঞাই।ঘটনা অনুসৰি ব্যৱসায়ী দীপক গুপ্তাৰ খড়াক মুন্না গুপ্তাই ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা আহি বলেৰ বাহনেৰে আহি থকা ছফিউল হুছেইন ভূঞাক কিয় লাইটৰ ডিপাৰ দিয়া নাই বুলি কোৱাত খুড়াক মুন্না গুপ্তাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ছফিউলে তাৰ পিছতে মন্নাই ভতিজাক তথা ব্যৱসায়ী দীপক গুপ্তাক সকলো কথা অৱগত কৰাত ব্যৱসায়ী দীপকে ভূঞা পট্টীৰ সন্মুখত উপস্থিত হৈ খুড়াকক কিয় মাৰিলে বুলি সোধাত ছফিউলে দাৰে আক্ৰমণ কৰে ব্যৱসায়ী দীপক গুপ্তাক।ফলত গুৰুতৰ ভাবে আহত হয় দীপক গুপ্তা।এই ঘটনাৰ পিছতেই অপৰাধী আৰু অনৈতিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা ভূঞা পট্টীৰ ছফিউল বাসগৃহত শ শ।লোক উপস্থিত হৈ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।ঘন্টা ঘন্টা ধৰি বাসগৃহ ঘেৰাও কৰি গৰু চোৰ ছফিউলক গ্ৰেপ্তাৰৰ দাবী জনায় স্থানীয় ৰাইজে।
    4
    নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ।
নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীপক গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টাএটা গৰু চোৰৰ।নাহৰকটীয়াৰ ভূঞা পট্টীৰ সন্মুখত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।মূৰৰ তিনিটাকৈ স্থান আৰু পেটত গুৰুতৰভাৱে আঘাপ্ৰাপ্ত দীপক গুপ্তা সংকটজনক অৱস্থাত  ICUত চিকিৎসাধীন হৈ আছে।ব্যৱসায়ী দীপক গুপ্তাৰ আক্ৰমণকাৰী তথা গৰু চোৰ ছফিউল হুছেইন নামৰ দুৰ্বৃত্তটো ঘটনা সংঘটিত কৰি পলায়ন কৰে।পূৰ্বতে গৰু চুৰি আৰু অবৈধ ভাবৰ গো মাংসৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগত কেইবাবাৰো কাৰবাস খাটি আহিছিল ছফিউল হুছেইন ভূঞাই।ঘটনা অনুসৰি ব্যৱসায়ী দীপক গুপ্তাৰ খড়াক মুন্না গুপ্তাই ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা আহি বলেৰ বাহনেৰে আহি থকা ছফিউল হুছেইন ভূঞাক কিয় লাইটৰ ডিপাৰ দিয়া নাই বুলি কোৱাত খুড়াক মুন্না গুপ্তাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ছফিউলে তাৰ পিছতে মন্নাই ভতিজাক তথা ব্যৱসায়ী দীপক গুপ্তাক সকলো কথা অৱগত কৰাত ব্যৱসায়ী দীপকে ভূঞা পট্টীৰ সন্মুখত উপস্থিত হৈ খুড়াকক কিয় মাৰিলে বুলি সোধাত ছফিউলে দাৰে আক্ৰমণ কৰে ব্যৱসায়ী দীপক গুপ্তাক।ফলত গুৰুতৰ ভাবে আহত হয় দীপক গুপ্তা।এই ঘটনাৰ পিছতেই অপৰাধী আৰু অনৈতিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা ভূঞা পট্টীৰ ছফিউল বাসগৃহত শ শ।লোক উপস্থিত হৈ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।ঘন্টা ঘন্টা ধৰি বাসগৃহ ঘেৰাও কৰি গৰু চোৰ ছফিউলক গ্ৰেপ্তাৰৰ দাবী জনায় স্থানীয় ৰাইজে।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.