Shuru
Apke Nagar Ki App…
নাওজানৰ ইলিমা চুলতানা উচ্চতৰ মাধ্যমিকৰ ফলাফলত জিলিকিল || Assam Higher Secondary Result Latest News assam higher secondary result latest news assam higher secondary result news today assam higher secondary result news 2026 assam higher secondary result news live assam higher secondary result new news assam higher secondary result news
সৰুপথাৰ Live
নাওজানৰ ইলিমা চুলতানা উচ্চতৰ মাধ্যমিকৰ ফলাফলত জিলিকিল || Assam Higher Secondary Result Latest News assam higher secondary result latest news assam higher secondary result news today assam higher secondary result news 2026 assam higher secondary result news live assam higher secondary result new news assam higher secondary result news
More news from অসম and nearby areas
- assam higher secondary result latest news assam higher secondary result news today assam higher secondary result news 2026 assam higher secondary result news live assam higher secondary result new news assam higher secondary result news1
- Post by Dhansiri Barta1
- * উৰিয়ামঘাট থানা এলেকাৰ অন্তৰ্গত ১ নং চেতিয়া গাঁৱৰ নিবাসী মিথুৱেল বাঘৱাৰৰ ছোৱালী আচিকা বাঘৱাৰ যোৱা ইংৰাজী ২৩/০৪/২০২৬ তাৰিখে ৰাতি প্ৰায় ৮:০০ মন বজাত আইতা ঘৰৰ পৰা পেছাপ কৰিবলৈ জাম বুলি কৈ ওলাই যোৱাৰ পিছত বিচাৰি নোপোৱাত যোৱা ইংৰাজী ২৫/০৪/২০২৬ তাৰিখে উৰিয়ামঘাট আৰক্ষী থানা এজাহাৰ দিয়াৰ পিছত আজিলৈকে একো খবৰ নোপোৱাত হতাশ হৈ সাংবাদিক সকললৈ কাষ চাপি পিতৃয়ে কয় যে ৰাইজে কতো বা চালে ফোন যোগেদি ৭০৯৯৮২৪৯১৮ যোগাযোগ কৰিবলৈ আহ্বান জনায় ।1
- এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷3
- Post by Imdad hussain1
- ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বিশ্বনাথৰ ৰীমা উজলিল প্ৰথম বিভাগত শিক্ষাৰ প্ৰতি ধাউতি থকা বিশ্বনাথ বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী তথা অসম অৰুণাচল সিমান্তৰ মিছামাৰীৰ ৰীমা তেৰংপীয়ে প্ৰমাণ কৰি দেখুৱালে যে হেজাৰ বাধা থাকিলেও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি1
- সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৮৩ শতাংশ নম্বৰেৰে উজলিল লংকা নখুটিৰ নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজ্যোতি শইকীয়া।1
- assam higher secondary result news 2026 assam higher secondary result news today assam higher secondary result latest news assam higher secondary result news live assam higher secondary result new news assam higher secondary result 20261