Shuru
Apke Nagar Ki App…
Imdad hussain
More news from অসম and nearby areas
- গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।2
- সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত ৯২.২ শতাংশ নম্বৰেৰে বৃহত্তৰ নখুটি খৰাগৰিজান অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে হোজাই মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী ছোমাইয়া মেহবুব।1
- উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৯০ শতাংশ নম্বৰেৰে নখুটি অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰেছবিন চুলতানাৰ।1
- তোমার ভিডিওটা দেখে অনেক ভালো লাগলো 😊 একটা কমেন্ট রেখে গেলাম ✍️ আমার ফ্যামিলিতে একবার আসবেন 🤝 ফলো করে পাশে থাকলে ১০০% ব্যাক ফলো পাবেন 💯 একজন আরেকজনের পাশে থাকলে সবাই গ্রো করতে পারি ❤️” 👉 “ভিডিওটা সত্যিই ভালো লেগেছে 👍 Support করতে এসে গেলাম 🤝 Follow করলে Back Follow পাবেন ১০০% 🔥 চলুন একসাথে এগিয়ে যাই 💯🚀” 👉 “Nice video 👍 Follow করুন ➕ Back Follow 100% 💯 Salman life 24 🚀 Let’s Grow Together 🔥”1
- হোজাই স্থিত আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। এইবেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শিক্ষানুষ্ঠান খনিৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু এগৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাত স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।1
- ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বিশ্বনাথৰ ৰীমা উজলিল প্ৰথম বিভাগত শিক্ষাৰ প্ৰতি ধাউতি থকা বিশ্বনাথ বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী তথা অসম অৰুণাচল সিমান্তৰ মিছামাৰীৰ ৰীমা তেৰংপীয়ে প্ৰমাণ কৰি দেখুৱালে যে হেজাৰ বাধা থাকিলেও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি1
- আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ। কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ। কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 93950168531
- Post by KHABAR 24 BISWANATH1
- নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।1