logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।

3 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
3 hrs ago

39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।

More news from অসম and nearby areas
  • এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷
    3
    এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    1 hr ago
  • assam higher secondary result latest news assam higher secondary result news today assam higher secondary result news 2026 assam higher secondary result news live assam higher secondary result new news assam higher secondary result news
    1
    assam higher secondary result latest news 
assam higher secondary result news today
assam higher secondary result  news 2026
assam higher secondary result news live
assam higher secondary result new news
assam higher secondary result news
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    16 hrs ago
  • Post by Dhansiri Barta
    1
    Post by Dhansiri Barta
    user_Dhansiri Barta
    Dhansiri Barta
    সৰুপথাৰ, গোলাঘাট, অসম•
    20 hrs ago
  • * উৰিয়ামঘাট থানা এলেকাৰ অন্তৰ্গত ১ নং চেতিয়া গাঁৱৰ নিবাসী মিথুৱেল বাঘৱাৰৰ ছোৱালী আচিকা বাঘৱাৰ যোৱা ইংৰাজী ২৩/০৪/২০২৬ তাৰিখে ৰাতি প্ৰায় ৮:০০ মন বজাত আইতা ঘৰৰ পৰা পেছাপ কৰিবলৈ জাম বুলি কৈ ওলাই যোৱাৰ পিছত বিচাৰি নোপোৱাত যোৱা ইংৰাজী ২৫/০৪/২০২৬ তাৰিখে উৰিয়ামঘাট আৰক্ষী থানা এজাহাৰ দিয়াৰ পিছত আজিলৈকে একো খবৰ নোপোৱাত হতাশ হৈ সাংবাদিক সকললৈ কাষ চাপি পিতৃয়ে কয় যে ৰাইজে কতো বা চালে ফোন যোগেদি ৭০৯৯৮২৪৯১৮ যোগাযোগ কৰিবলৈ আহ্বান জনায় ।
    1
    *
উৰিয়ামঘাট থানা এলেকাৰ অন্তৰ্গত ১ নং চেতিয়া গাঁৱৰ নিবাসী মিথুৱেল বাঘৱাৰৰ ছোৱালী আচিকা বাঘৱাৰ যোৱা ইংৰাজী ২৩/০৪/২০২৬ তাৰিখে ৰাতি  প্ৰায় ৮:০০ মন বজাত আইতা ঘৰৰ পৰা পেছাপ কৰিবলৈ জাম বুলি কৈ ওলাই যোৱাৰ পিছত বিচাৰি নোপোৱাত যোৱা ইংৰাজী ২৫/০৪/২০২৬ তাৰিখে উৰিয়ামঘাট আৰক্ষী থানা এজাহাৰ দিয়াৰ পিছত আজিলৈকে একো খবৰ নোপোৱাত হতাশ হৈ সাংবাদিক সকললৈ  কাষ চাপি পিতৃয়ে কয় যে ৰাইজে কতো বা চালে  ফোন যোগেদি ৭০৯৯৮২৪৯১৮ যোগাযোগ কৰিবলৈ আহ্বান জনায় ।
    user_Nirmal Phuyel
    Nirmal Phuyel
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    23 hrs ago
  • ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বিশ্বনাথৰ ৰীমা উজলিল প্ৰথম বিভাগত শিক্ষাৰ প্ৰতি ধাউতি থকা বিশ্বনাথ বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী তথা অসম অৰুণাচল সিমান্তৰ মিছামাৰীৰ ৰীমা তেৰংপীয়ে প্ৰমাণ কৰি দেখুৱালে যে হেজাৰ বাধা থাকিলেও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি
    1
    ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বিশ্বনাথৰ ৰীমা উজলিল প্ৰথম বিভাগত
শিক্ষাৰ প্ৰতি ধাউতি থকা বিশ্বনাথ বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী তথা অসম অৰুণাচল সিমান্তৰ মিছামাৰীৰ ৰীমা তেৰংপীয়ে প্ৰমাণ কৰি দেখুৱালে যে হেজাৰ বাধা থাকিলেও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি
    user_Bubu_Biswanath
    Bubu_Biswanath
    Journalist বিশ্বনাথ, বিশ্বনাথ, অসম•
    26 min ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    5 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    23 hrs ago
  • গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।
    2
    গোলাঘাটৰ লুৰুকীহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন টেংকাৰে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। তেওঁক তৎক্ষণাত সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা বাইকৰ নম্বৰ হৈছে AS-05T-2781 আৰু  AS-05AC-0597 নম্বৰ টেংকাৰখনৰ । আহত বাইক আৰোহীজন মৰঙি চাৰিআলিৰ  "বিমান ঠাকুৰ" বুলি জানিব পৰা গৈছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.