logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পৱিত্ৰ জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

23 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
23 hrs ago

পৱিত্ৰ জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

More news from অসম and nearby areas
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    23 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • বিজ্ঞান শাখাত উজ্বলিল সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল।
    1
    বিজ্ঞান শাখাত উজ্বলিল সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    6 hrs ago
  • ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।
    1
    ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    15 hrs ago
  • mat panshing korisu
    1
    mat panshing korisu
    user_RINTULOHAR
    RINTULOHAR
    ডিমৌ, শিৱসাগৰ, অসম•
    17 hrs ago
  • এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷
    3
    এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    1 hr ago
  • Slug: Moran– Irregularities in school construction —--------------------------------------------
    1
    Slug: Moran– Irregularities in school construction
—--------------------------------------------
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.