Shuru
Apke Nagar Ki App…
বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ ## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
অঞ্জন শইকীয়া
বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ ## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
More news from অসম and nearby areas
- বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ ## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে4
- ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়। ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।1
- *News@Rupahi hat* ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱাত স্বামীৰ পৰিয়ালে বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই যদিও চচিয়েল মিডিয়াত আন যুৱকৰ সৈতে আক্তাৰা বেগমৰ ফটো দেখা পায়। অৱশেষত স্বামীৰ পৰিয়ালে আমবগান আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰে। ফটোত দেখা এই যুৱক আৰু বোৱাৰী গৰাকীৰ যদি কোনোবাই সন্ধান পায় তেন্তে 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়। ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱাত স্বামীৰ পৰিয়ালে বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই যদিও চচিয়েল মিডিয়াত আন যুৱকৰ সৈতে আক্তাৰা বেগমৰ ফটো দেখা পায়। অৱশেষত স্বামীৰ পৰিয়ালে আমবগান আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰে। ফটোত দেখা এই যুৱক আৰু বোৱাৰী গৰাকীৰ যদি কোনোবাই সন্ধান পায় তেন্তে 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।1
- ঢেকীয়াজুলিত শুভ উদ্বোধন কৰা হৈছে নৃত্যাঞ্জলি ডান্স এণ্ড আৰ্ট একাডেমিৰ ষ্টুডিঅ1
- লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷1
- বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ বিহপুৰীয়াস্থ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ঃ* #অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়। # ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে APSC ' NEET ' JEE ' ADRC আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে । #এই সম্বৰ্ধনা অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । নৱজ্যোতি শৰ্মা বিহপুৰীয়াৰ4
- মৰিগাঁও লাউভুৰুঙাত শোকাৱহ ঘটনা, পথাৰত কাম কৰি থাকোতে ব্ৰজপাত পৰি এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলা গৰাকী লাউভুৰুঙা গাঁৱৰে ৩৬ বছৰীয়া ৰিতু পাটৰ। ৰিতু পাটৰে অন্য কেইবাগৰাকীও মহিলাৰ সৈতে পথাৰত ভূঁই ৰুই আছিল। তেনেতে বিয়লি ৫ মান বজাত ব্ৰজপাত পৰি মহিলা গৰাকী অচেতন হৈ পৰে। পৰৱৰ্তী সময়ত মহিলা গৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।4