*News@Rupahi hat* ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱাত স্বামীৰ পৰিয়ালে বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই যদিও চচিয়েল মিডিয়াত আন যুৱকৰ সৈতে আক্তাৰা বেগমৰ ফটো দেখা পায়। অৱশেষত স্বামীৰ পৰিয়ালে আমবগান আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰে। ফটোত দেখা এই যুৱক আৰু বোৱাৰী গৰাকীৰ যদি কোনোবাই সন্ধান পায় তেন্তে 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়। ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱাত স্বামীৰ পৰিয়ালে বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই যদিও চচিয়েল মিডিয়াত আন যুৱকৰ সৈতে আক্তাৰা বেগমৰ ফটো দেখা পায়। অৱশেষত স্বামীৰ পৰিয়ালে আমবগান আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰে। ফটোত দেখা এই যুৱক আৰু বোৱাৰী গৰাকীৰ যদি কোনোবাই সন্ধান পায় তেন্তে 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।

- ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়। ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।1
- *News@Rupahi hat* ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱাত স্বামীৰ পৰিয়ালে বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই যদিও চচিয়েল মিডিয়াত আন যুৱকৰ সৈতে আক্তাৰা বেগমৰ ফটো দেখা পায়। অৱশেষত স্বামীৰ পৰিয়ালে আমবগান আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰে। ফটোত দেখা এই যুৱক আৰু বোৱাৰী গৰাকীৰ যদি কোনোবাই সন্ধান পায় তেন্তে 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়। ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ। যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী। স্বামী বিদেশত থকাৰ সুযোগ গ্ৰহণ কৰি পত্নী আক্তাৰা বেগম স্বামী ঘৰৰ পৰা পলাই যায় আন এক যুৱকৰ সৈতে। বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱাত স্বামীৰ পৰিয়ালে বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই যদিও চচিয়েল মিডিয়াত আন যুৱকৰ সৈতে আক্তাৰা বেগমৰ ফটো দেখা পায়। অৱশেষত স্বামীৰ পৰিয়ালে আমবগান আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰে। ফটোত দেখা এই যুৱক আৰু বোৱাৰী গৰাকীৰ যদি কোনোবাই সন্ধান পায় তেন্তে 60035 38639 অথবা 62328 08498 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।1
- ঢেকীয়াজুলিত শুভ উদ্বোধন কৰা হৈছে নৃত্যাঞ্জলি ডান্স এণ্ড আৰ্ট একাডেমিৰ ষ্টুডিঅ1
- মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয় চৰকাৰী নিৰ্দেশনা অনুসৰি মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰি, ACS মহোদয়াক অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। সেই উপলক্ষে আজি মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচন–২০২৬ৰ পূৰ্বে মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমতী অনামিকা তেৱাৰীয়ে অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষ নেতৃত্ব, নিষ্ঠা আৰু দায়িত্বশীলতাৰ জৰিয়তে জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে আৰু সফলতাৰে সম্পন্ন কৰি বিশেষ সুনাম অৰ্জন কৰে। চুটি কাৰ্যকালৰ মাজতো তেওঁ সাধাৰণ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগ আৰু জনস্বাৰ্থজড়িত বিষয়সমূহ সংবেদনশীলভাৱে গ্ৰহণ কৰি তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সকলোৰে আস্থা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, তেওঁ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰ্মাণকাৰ্য নিয়মীয়াভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ গুণগত মান, সময়মতে ৰূপায়ণ আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। বিদায় সম্ভাষণ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱা, দক্ষ নেতৃত্ব আৰু জনকল্যাণমূলক অৱদানৰ শলাগ লোৱা হয়। লগতে তেওঁৰ সুস্বাস্থ্য, দীঘায়ু আৰু অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে নতুন দায়িত্বত সফলতা কামনা কৰি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰা হয়।1
- মৰিগাঁও লাউভুৰুঙাত শোকাৱহ ঘটনা, পথাৰত কাম কৰি থাকোতে ব্ৰজপাত পৰি এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলা গৰাকী লাউভুৰুঙা গাঁৱৰে ৩৬ বছৰীয়া ৰিতু পাটৰ। ৰিতু পাটৰে অন্য কেইবাগৰাকীও মহিলাৰ সৈতে পথাৰত ভূঁই ৰুই আছিল। তেনেতে বিয়লি ৫ মান বজাত ব্ৰজপাত পৰি মহিলা গৰাকী অচেতন হৈ পৰে। পৰৱৰ্তী সময়ত মহিলা গৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।4