Shuru
Apke Nagar Ki App…
লক্ষীমপুৰ জিলাৰ নাওবৈছা আৰতিত এতিয়া লৈকে ৰাস্তা টিক হোৱা নাই
Baba doley
লক্ষীমপুৰ জিলাৰ নাওবৈছা আৰতিত এতিয়া লৈকে ৰাস্তা টিক হোৱা নাই
More news from মেঘালয় and nearby areas
- Post by Bimal Mandal1
- কাকা কি বলে1
- এফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, আনফালে জুবিন গাৰ্গৰ ন্যায়াৰ দাবীত ৰাজপথত জনতা।1
- আজি ধুবুৰী গোলকগঞ্জ ১৬১৫ নং মধ্য ৰায়পুৰ এল, পি, স্কুলৰ প্ৰাঙ্গণত এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠনৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় বজৰং দল, আন্ত ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলা আদি কৰি এখন সভাৰ আয়োজন কৰে উক্ত সভাত ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলাৰ কৰ্মকৰ্তাৰ প্ৰস্তাৱ মৰ্মে ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি হিচাপে হৰিশয় ৰায়ক সমৰ্থন কৰে আৰু সভাৰ সভাপতিয়ে হৰিশয় ৰায়ক ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে দীপাংকৰ ৰায়ক দায়িত্ব ভাৰ অৰ্পণ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ধুবুৰী জিলাৰ সভাপতি হিচাপে অৰ্পণ ৰায় আৰু সম্পাদক হিচাপে নন্দ ৰায় লগতে মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰাণী ৰায় আৰু সম্পাদিকা ৰিনা বৰ্মনক আৰু বাকী থকা পদ সমূহ কাৰ্য্যকৰ্তা সকলোৰ মাজত বিভিন্ন পদত দায়িত্ব ভাৰ অৰ্পণ কৰি পূৰ্ণাঙ্গ কমিটী গঠন কৰে। ৰাষ্ট্ৰীয় বজৰং দল ধুবৰী জিলা সভাপতি হৰিশয় ৰায় উপ সভাপতি কৃষ্ণ দাস সাধাৰণ সম্পাদক দীপাংকৰ ৰায় সহ সম্পাদক বাবুল ৰায় সহ সম্পাদক নিৰ্মল ৰায় সুৰক্ষা প্ৰমূখ প্ৰতিব ৰায় গো ৰক্ষা প্ৰমূখ অনুপ মালাকাৰ হিন্দু কেন্দ্ৰ প্ৰমুখ বিপুল মালাকাৰ বিত্ত সম্পাদক অপুৰ্ব কৰ্মকাৰ আৰু আন্তৰাষ্ট্ৰীয় হিন্দু ৰাষ্ট্ৰীয় পৰিষদ ধুবুৰী জিলাৰ সভাপতি অৰ্পণ ৰায় উপ সভাপতি ভোলানাথ কৰ্মকাৰ আৰু অনো কৰ্মকাৰ । সম্পাদক নন্দ ৰায় সহ: সম্পাদক নৰোত্তম ৰায় আৰু দুলাল ৰায়, কাৰ্যকাৰী সভাপতি প্ৰকাশ মালি মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰায় উপ সভানেত্ৰী কণিকা কৰ্মকাৰ আৰু ৰত্না ৰায়। সম্পাদিকা ৰীণা বৰ্মন সহ সম্পাদিকা সৰিতা চৌধুৰী ক দায়িত্ব অৰ্পন কৰে।4
- #kinnapper #saladora #viral #trending1
- আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।1
- ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আজি আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ যুৱক জনক তালাচি চলাই তিনিটা পেকেটত থকা নিষিদ্ধ হেৰ'ইন জব্দ কৰে। ধৃত যুৱকজনে ৰেলেৰে বদৰপুৰৰ পৰা বিহাৰলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ।জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।1
- অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাৰ সময়ত এজন জুবিন অনুৰাগীয়ে কলে। মামা জুবিন গাৰ্গৰ ন্যায় লাগিব। এই কথা শুনি খং উঠিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মানুহজন লৈ খঙেৰে চালে মুখ্যমন্ত্ৰী, দৃশ্য টো ভাইৰাল হ'ল সামাজিক মাধ্যমত1