logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আমছুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰক AIUDF দলৰ সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰদান। আপুনিও জনাওক শুভেচ্ছা- . . . . . #BreakingNews #AIUDF #RejaulKarimSarkar #ABCNewsAssam

5 hrs ago
user_Shakil Ahmed- ABC News Digital
Shakil Ahmed- ABC News Digital
News Anchor সৰুপেটা (পিটি), বজালী, অসম•
5 hrs ago
2c75ae81-43fa-4b86-ac1a-6b1171524dcc

আমছুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰক AIUDF দলৰ সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰদান। আপুনিও জনাওক শুভেচ্ছা- . . . . . #BreakingNews #AIUDF #RejaulKarimSarkar #ABCNewsAssam

More news from Assam and nearby areas
  • Post by Altaf Hussain
    1
    Post by Altaf Hussain
    user_Altaf Hussain
    Altaf Hussain
    Bajali (Pt), Assam•
    1 hr ago
  • ➡️হাগ্রামা মহিলাৰীৰ মিমিক্ৰিৰে প্রধানমন্ত্রীক আদৰণি মিমিক্ৰি শিল্পী কৃষ্ণ থাপাৰ ➡️অহা ১৩ মাৰ্চত কোকৰাঝাৰলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ➡️ৰাইজকো অংশগ্ৰহণৰ আহ্বান কৃষ্ণ থাপাৰ
    1
    ➡️হাগ্রামা মহিলাৰীৰ মিমিক্ৰিৰে প্রধানমন্ত্রীক আদৰণি মিমিক্ৰি শিল্পী কৃষ্ণ থাপাৰ
➡️অহা ১৩ মাৰ্চত কোকৰাঝাৰলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
➡️ৰাইজকো অংশগ্ৰহণৰ আহ্বান কৃষ্ণ থাপাৰ
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    12 hrs ago
  • #kinnapper #saladora #viral #trending
    1
    #kinnapper #saladora #viral #trending
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।
    1
    আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    12 hrs ago
  • अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं
    1
    अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं
    user_Passhim moinbari News 📰
    Passhim moinbari News 📰
    Police Officer কলগাছিয়া, বৰপেটা, অসম•
    17 hrs ago
  • ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আজি আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ যুৱক জনক তালাচি চলাই তিনিটা পেকেটত থকা নিষিদ্ধ হেৰ'ইন জব্দ কৰে। ধৃত যুৱকজনে ৰেলেৰে বদৰপুৰৰ পৰা বিহাৰলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ।জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।
    1
    ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আজি আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী।
গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ যুৱক জনক তালাচি চলাই  তিনিটা পেকেটত থকা নিষিদ্ধ হেৰ'ইন জব্দ কৰে।
ধৃত যুৱকজনে ৰেলেৰে বদৰপুৰৰ পৰা বিহাৰলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ।জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    14 hrs ago
  • GP-Hapachara, Nachanguri Market to 2 No Garugaon ,PO- Garugaon -Pin - 783383, Nachanguri Market to Garugaon Main Road Area-2 Km Distance
    3
    GP-Hapachara, Nachanguri Market to 2 No Garugaon ,PO- Garugaon -Pin - 783383, 
Nachanguri Market to Garugaon Main Road  Area-2 Km Distance
    user_Mahira Hussain
    Mahira Hussain
    বইটামাৰী, বঙাইগাঁও, অসম•
    20 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাৰ সময়ত এজন জুবিন অনুৰাগীয়ে কলে। মামা জুবিন গাৰ্গৰ ন্যায় লাগিব। এই কথা শুনি খং উঠিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মানুহজন লৈ খঙেৰে চালে মুখ্যমন্ত্ৰী, দৃশ্য টো ভাইৰাল হ'ল সামাজিক মাধ্যমত
    1
    অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাৰ সময়ত এজন জুবিন অনুৰাগীয়ে কলে। মামা জুবিন গাৰ্গৰ ন্যায় লাগিব। এই কথা শুনি খং উঠিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মানুহজন লৈ খঙেৰে চালে মুখ্যমন্ত্ৰী, দৃশ্য টো ভাইৰাল হ'ল সামাজিক মাধ্যমত
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.