Shuru
Apke Nagar Ki App…
अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं
Passhim moinbari News 📰
अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं, अंधेरी रात हो ओर रोड पर ट्रक खड़ा हो तो कुछ लोग उसका फायदा भी उठा लेते हैं
More news from অসম and nearby areas
- বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে। #Rejaul_Karim_Sarkar1
- 👉🏻 বিদ্যালয়ৰ বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ দাবীত বৰপেটা জিলা আয়ুক্তক আবেদন। 👉🏻 কলগাছিয়া হাইস্কুলৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ আবেদন। 👉🏻 উল্লেখ্য যে, পূৰ্বৰ কলগাছিয়া ছোৱালী হাই স্কুল বৰ্তমানৰ কলগাছিয়া হাই স্কুলৰ নামত চৰকাৰে ৫ বিঘা মাটি আবন্টন দিছিল। 👉🏻 ইয়াৰে, আধা বিঘা মাটিত বিদ্যালয় চলাৰ বিপৰীতে বাকী মাটি বেদখল হোৱাৰ অভিযোগ ৰাইজৰ। 👉🏻 ধনৰ বিনিময়ত একাংশক বিদ্যালয়ৰ মাটি গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। 👉🏻 বিদ্যালয়ৰ মাটি বেদখল কৰি গঢ়ি তুলিছে ব্যাক্তিগত বিদ্যালয়, বিল্ডিং, সীমাৰ দেৱাল। 👉🏻 ইয়াৰ পূৰ্বেও, বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। 👉🏻 যাৰ বাবে পুণৰ কলগাছিয়া হাই স্কুলৰ নামত থকা ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনায় ৰাইজে।1
- বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।1
- Post by Shariful Islam1
- मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता1
- 😭😭1
- Post by Altaf Hussain1
- আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ বেংক একাউণ্টত ৯ হাজাৰকৈ টকা প্ৰদান কৰিছে। ফলত ৯ হাজাৰকৈ টকা লাভ কৰি আনন্দত আত্মহাৰা হাজাৰ হাজাৰ মহিলা। তাপেশ্বৰা আৰু কলগাছিয়া গাওঁ পঞ্চায়তৰ অৰুনোদয় হিতাধীকাৰী মহিলাৰ মাজত উছাহৰ ঢল। ৮০ ৰ উৰ্ধৰ আইতাই চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দিলে ধন্যবাদ।1