logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলগাছিয়াত অৰুণোদয় আঁচনিৰ হিতাধীকাৰীয়ে টকা লাভ কৰি আনন্দিত আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ বেংক একাউণ্টত ৯ হাজাৰকৈ টকা প্ৰদান কৰিছে। ফলত ৯ হাজাৰকৈ টকা লাভ কৰি আনন্দত আত্মহাৰা হাজাৰ হাজাৰ মহিলা। তাপেশ্বৰা আৰু কলগাছিয়া গাওঁ পঞ্চায়তৰ অৰুনোদয় হিতাধীকাৰী মহিলাৰ মাজত উছাহৰ ঢল। ৮০ ৰ উৰ্ধৰ আইতাই চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দিলে ধন্যবাদ।

2 hrs ago
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
2 hrs ago

কলগাছিয়াত অৰুণোদয় আঁচনিৰ হিতাধীকাৰীয়ে টকা লাভ কৰি আনন্দিত আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ বেংক একাউণ্টত ৯ হাজাৰকৈ টকা প্ৰদান কৰিছে। ফলত ৯ হাজাৰকৈ টকা লাভ কৰি আনন্দত আত্মহাৰা হাজাৰ হাজাৰ মহিলা। তাপেশ্বৰা আৰু কলগাছিয়া গাওঁ পঞ্চায়তৰ অৰুনোদয় হিতাধীকাৰী মহিলাৰ মাজত উছাহৰ ঢল। ৮০ ৰ উৰ্ধৰ আইতাই চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দিলে ধন্যবাদ।

More news from অসম and nearby areas
  • এফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, আনফালে জুবিন গাৰ্গৰ ন্যায়াৰ দাবীত ৰাজপথত জনতা।
    1
    এফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, আনফালে জুবিন গাৰ্গৰ ন্যায়াৰ দাবীত ৰাজপথত জনতা।
    user_Sangbad365
    Sangbad365
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    22 hrs ago
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:৯ মাৰ্চ
ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলৰ সহযোগত ধুবুৰী নেতাই ধুবুনী হাই চেকেণ্ডাৰী স্কুলত বাল্যবিবাহ, লিংগ চিনাক্তকৰণ, বেটী বচাও, বেটি পঢ়াও সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    21 hrs ago
  • Post by Bimal Mandal
    1
    Post by Bimal Mandal
    user_Bimal Mandal
    Bimal Mandal
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    21 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    5 hrs ago
  • "মাল পানী ক'ত? মাত্ৰ এইটো নহ'ব" "ছাৰ এইটো এতিয়া লৈ লওঁক , কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত কালি যাব নহয় পাছত কালি লৈ ল'ব" মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য
    1
    "মাল পানী ক'ত? মাত্ৰ এইটো নহ'ব"
"ছাৰ এইটো এতিয়া লৈ লওঁক , কালি যাব নহয় পাছত কালি লৈ ল'ব"
মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত
কালি যাব নহয় পাছত কালি লৈ ল'ব" 
মুকলিকৈ ঘোচ খোৱা আৰক্ষী এই দৃশ্য
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    2 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    19 hrs ago
  • আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।
    1
    আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তুতি চলাই থকা সময়ত নিৰ্বাচনী প্ৰতিদ্বন্দি হিচাপে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক কটু মন্তব্য আগবঢ়ায়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    22 hrs ago
  • *পলাশবাৰীৰ মিৰ্জাৰ বিনয় ষ্টোন ক্ৰেচাৰত অবৈধভাৱে গঢ়ি উঠা বিটুমিন উদ্যোগ চিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই।* এয়া পলাশবাৰীৰ মিৰ্জা বটিয়াপাৰাস্থিত বিনয় ষ্টোন ক্ৰেচাৰ। বিনয় কলিতা মালিকাধিন ইয়াৰে বিটুমিন উদ্যোগটোৰ বিৰুদ্ধে দীৰ্ঘদিনে পৰিবেশ প্ৰদূষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কোনো ধৰণৰ অনুমতি আৰু তথ্য পাতি নোহোৱাকৈ সম্পূৰ্ণ অবৈধ ভাৱে চলাই আছিল এই উদ্যোগটো। পলাশবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ নেতা বিকাশ নাথ যোগীৰ অভিযোগৰ ভিত্তিত অৱশেষত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰদূষণ বোৰ্ডে চিল কৰিলে উক্ত উদ্যোগটো।
    1
    *পলাশবাৰীৰ মিৰ্জাৰ বিনয় ষ্টোন ক্ৰেচাৰত অবৈধভাৱে গঢ়ি উঠা বিটুমিন উদ্যোগ চিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই।* 
এয়া পলাশবাৰীৰ মিৰ্জা বটিয়াপাৰাস্থিত বিনয় ষ্টোন ক্ৰেচাৰ।
বিনয় কলিতা মালিকাধিন ইয়াৰে বিটুমিন উদ্যোগটোৰ বিৰুদ্ধে দীৰ্ঘদিনে পৰিবেশ প্ৰদূষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
কোনো ধৰণৰ অনুমতি আৰু তথ্য পাতি নোহোৱাকৈ সম্পূৰ্ণ অবৈধ ভাৱে চলাই আছিল এই উদ্যোগটো।
পলাশবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ নেতা বিকাশ নাথ যোগীৰ অভিযোগৰ ভিত্তিত অৱশেষত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰদূষণ বোৰ্ডে চিল কৰিলে উক্ত উদ্যোগটো।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    5 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত মণ্টুৰাম দৈমাৰী নামৰ এগৰাকী ৪৫ বছৰীয়া লোকৰ থিতাতে মৃত্যু ৷ উল্লেখ্য যে শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত অসমমালা পথত কোনো অজ্ঞাত বাহনে লোকজনক খুন্দিয়াই থৈ পলায়ন কৰে ৷ ফলত মণ্টুৰাম দৈমাৰী নামৰ লোকজনৰ থিতাতে মৃত্যু হয় ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত মণ্টুৰাম দৈমাৰী নামৰ এগৰাকী ৪৫ বছৰীয়া লোকৰ থিতাতে মৃত্যু ৷ উল্লেখ্য যে শিঙৰী আৰক্ষী চকী এলেকাৰ বালিজান কছাৰী গাঁৱত অসমমালা পথত কোনো অজ্ঞাত বাহনে লোকজনক খুন্দিয়াই থৈ পলায়ন কৰে ৷ ফলত মণ্টুৰাম দৈমাৰী নামৰ লোকজনৰ থিতাতে মৃত্যু হয় ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.