Shuru
Apke Nagar Ki App…
সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰক আদৰণি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে। #Rejaul_Karim_Sarkar
RECENT TIME
সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰক আদৰণি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে। #Rejaul_Karim_Sarkar
More news from অসম and nearby areas
- Post by Arshad Ali1
- Assam Bongaigaon Santoshpur Pt Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833843
- 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।1
- Post by Saiful islam1
- #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi1
- আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--1
- বিদ্যা জ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন ।উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যা জ্যোতি শিশু নিকেতনত আজি প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি উমেশ কলিতাই । উদ্বোধনী ভাষণত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে ৰঙালী বিহুক অভিহিত কৰি শিশু ছাত্ৰ -ছাত্ৰী সকলক পালনতে নহয় স্বকীয়তা ৰক্ষাৰ বাবেও সজাগ কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকক আহ্বান জনায়। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ -ছাত্ৰী, শিক্ষয়িত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহু ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।1
- শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।1