Shuru
Apke Nagar Ki App…
শিৱসাগৰৰ আমোলাপট্টিৰ ৪৮ বছৰীয়া এটি সামাজিক অনুষ্ঠান শিৱসাগৰ জ্যোতি সংঘই স্থানীয় ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীসৰস্বতী পূজাৰ লগত সংগতি ৰাখি শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যৰে আয়োজন কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত নিম্ন শাখাত কবি নৱকান্ত বৰুৱাৰ "ৰস আৰু ৰং" শীৰ্ষক কবিতাটো অতি সুন্দৰকৈ আবৃত্তি কৰি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা ইউকেজিত অধ্যয়নৰত শিশু শিল্পী ৰিপাঞ্চী শৰ্মা ভৰদ্বাজ ৷ লগতে কণমানি শিল্পীগৰাকীয়ে মিউজিক চেয়াৰ প্ৰতিযোগিতাত প্ৰথম আৰু সাধাৰণ জ্ঞানত দ্বিতীয় স্থান দখল কৰে ৷
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ

More news from অসম and nearby areas
- নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।1
- বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।1
- চৰাইদেউ জিলাৰ ৯৪ নং সোণাৰি বিধানসভা সমষ্টিৰ বাবে বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী হিছাবে দ্বিতীয় বাৰৰ বাবে টিকট লাভ কৰিলে ধৰ্মেশ্বৰ কোঁৱৰে । নিশা বিধায়ক আৱাসত শুভাকাংশী, সমৰ্থকে জনালে শুভেচ্ছা । আজি চৰাইদেউৰ চ্যূকাফা নগৰৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উস্ম আদৰণি জনোৱা হয় । এক বিশাল ৰেলীৰে আগুৱাই আনে । ইয়াৰ পাছত ধৰ্মেশ্বৰ কোঁৱৰ -চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হয় । পুৰ্বপুৰুষ তথা আৰাধ্য দেৱতাক স্মৰণ কৰি সেৱা লয়1
- naharkatiya sasoni park 🏞️1
- সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ1
- লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।1
- গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম প্ৰতিক্ৰিয়া। উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আমগুৰিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকাই এক বিশেষ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এজন 'ৰাজনৈতিক আৰ্কিটেক্ট' বুলি অভিহিত কৰি তেওঁৰ দূৰদৰ্শিতাৰ প্ৰশংসা কৰে। টিকট নিশ্চিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হাজৰিকাই সমষ্টিটোৰ উন্নয়ন আৰু মিত্ৰজোঁটৰ বিজয়ক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, অহা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অগপ-বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।1