logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

যদি পারো শুকন নামাজ পড়ে দরকার হয় কমেন্ট করতে পারেন এবং নাম্বারে মেসেজ দিতে পারেন ফোন করবেন না

3 hrs ago
user_Hamidul da
Hamidul da
কলগাছিয়া, বৰপেটা, অসম•
3 hrs ago
ac889603-0c4c-4fbf-ae46-637db662b2a2
ae48f3a5-c979-4934-ba94-9417351835c6
49a3c708-bc32-4c5b-b68b-84b952e0d5ab
d91fa0d5-42de-48a2-a952-7efc6d0f4a8f

যদি পারো শুকন নামাজ পড়ে দরকার হয় কমেন্ট করতে পারেন এবং নাম্বারে মেসেজ দিতে পারেন ফোন করবেন না

More news from অসম and nearby areas
  • নশা মুক্ত ভাৰত অভিযানৰ অংশস্বৰূপে এলানি কাৰ্যসূচীৰ আয়োজন। বাক্সাত আয়োজিত কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল । নশা মুক্ত ভাৰত অভিযানৰ অংশস্বৰূপে এলানি কাৰ্যসূচীৰ আয়োজন। বাক্সাত আয়োজিত কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল ।
    1
    নশা মুক্ত ভাৰত অভিযানৰ অংশস্বৰূপে এলানি কাৰ্যসূচীৰ আয়োজন।
বাক্সাত আয়োজিত কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল ।
নশা মুক্ত ভাৰত অভিযানৰ অংশস্বৰূপে এলানি কাৰ্যসূচীৰ আয়োজন।
বাক্সাত আয়োজিত কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল ।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    21 hrs ago
  • সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।
    1
    সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে 
সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    17 hrs ago
  • ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তগত সত্ৰশালত বিলাসী বাহনত পাচটাকৈ গোধন জব্দ । জব্দকৃত বিলাসী বাহন খনৰ নম্বৰ হল AS17C-7506 ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তগত সত্ৰশালত বিলাসী বাহনত পাচটাকৈ গোধন জব্দ । জব্দকৃত বিলাসী বাহন খনৰ নম্বৰ হল AS17C-7506
    1
    ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তগত সত্ৰশালত বিলাসী বাহনত পাচটাকৈ গোধন জব্দ । জব্দকৃত বিলাসী বাহন খনৰ নম্বৰ হল AS17C-7506


ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তগত সত্ৰশালত বিলাসী বাহনত পাচটাকৈ গোধন জব্দ । জব্দকৃত বিলাসী বাহন খনৰ নম্বৰ হল AS17C-7506
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    21 hrs ago
  • গোলকগঞ্জ ছাগলীয়াত ট্ৰাক ভৰ্ত্তি চোৰাং গৰু জব্দ :::: GOLAKGANJ BREAKING :::: 📌 অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ । 📌 আটক চালক হেণ্ডিমেন ৰূপী দুই গো-সৰবৰাহকাৰী । 📌 ধৃত চোৰাং গৰু সৰবৰাহকাৰী ৰফিকুল আলী আৰু মাজিদুল ইছলাম । 📌 পুষ্পা ষ্টাইলত আমৰ বাকচৰ তলত গোপন চেম্বাৰত আনিছিল গৰু সমূহ । 📌 পশ্চিমবংগৰ পৰা ছাগলীয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বঙাইগাঁও গৈ আছিল বাহনখন । 📌 গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে বাহনখন আটক কৰি তালাচী চলায় । 📌 আৰক্ষীৰ তালাচীত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৩৭ টাকৈ গো-ধন ওলাই পৰে । 📌 অধিক তথ্যৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । 📌 জব্দকৃত গো ভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-01 UC-2045 ।
    1
    গোলকগঞ্জ ছাগলীয়াত ট্ৰাক ভৰ্ত্তি চোৰাং গৰু জব্দ 
:::: GOLAKGANJ BREAKING ::::
📌 অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ ।
📌 আটক চালক হেণ্ডিমেন ৰূপী দুই গো-সৰবৰাহকাৰী । 
📌 ধৃত চোৰাং গৰু সৰবৰাহকাৰী ৰফিকুল আলী আৰু মাজিদুল ইছলাম । 
📌 পুষ্পা ষ্টাইলত আমৰ বাকচৰ তলত গোপন চেম্বাৰত আনিছিল  গৰু সমূহ । 
📌 পশ্চিমবংগৰ পৰা ছাগলীয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বঙাইগাঁও গৈ আছিল বাহনখন । 
📌 গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে বাহনখন আটক কৰি তালাচী চলায় । 
📌 আৰক্ষীৰ তালাচীত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৩৭ টাকৈ গো-ধন ওলাই পৰে । 
📌 অধিক তথ্যৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । 
📌 জব্দকৃত গো ভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-01 UC-2045 ।
    user_PRESS ANUP GOLAKGANJ
    PRESS ANUP GOLAKGANJ
    Local News Reporter গোলাকগঞ্জ অংশ, ধুবুৰী, অসম•
    22 hrs ago
  • বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে। এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।
    1
    বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে
বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে
উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে।
এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে।
তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    12 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    2 hrs ago
  • বানাক্ৰান্তৰ কাষত গুৱাহাটী প্ৰেছ ক্লাৱ || সাহাৰ্য্য আৰু চিকিৎসা শিবিৰৰ হ'ব আয়োজন
    1
    বানাক্ৰান্তৰ কাষত গুৱাহাটী প্ৰেছ ক্লাৱ || সাহাৰ্য্য আৰু চিকিৎসা শিবিৰৰ হ'ব আয়োজন
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    13 hrs ago
  • সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক #nonfollowers #assam #Nagaon #upperassam
    1
    সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক
যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক 
সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক
যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক
#nonfollowers #assam #Nagaon #upperassam
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ অন্তৰ্গত লাওখোৱাত শাখা গঠন। দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন। লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।
    1
    অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ  অন্তৰ্গত লাওখোৱাত শাখা গঠন।

দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন।
লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে।
কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।
অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.