Shuru
Apke Nagar Ki App…
ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট।তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এই ক্ষতিসাধন। স্থানীয় কৃষকৰ মাজত হাহাকাৰ।এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে। খেতিৰ পৰা ৮০/৯০ কুইন্টল সৰিয়হ ঘৰলৈ নিব পাৰিব বুলি ভাৱিছিল যদিও এতিয়া এক কিলোগ্ৰাম সৰিয়হো ঘৰলৈ নিব নোৱাৰাৰ দুখে নিদ্ৰা হৰণ কৰিছে ৰঙিয়াৰ এইসকল কৃষকৰ।কৃষি বিভাগ তথা চৰকাৰৰ ওচৰত কিছু হ'লেও ক্ষতিপূৰণ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে এইসকল কৃষকে।
BHASKAR KALITA

More news from অসম and nearby areas
- असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी1
- Post by Arshad Ali1
- Post by Mahesh kumar das1
- 🚨 Morigaiu big banking মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে বাইট::::::::::::::::::::::::::: মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন3
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবা গাঁৱত আজি সংঘটিত হ’ল জঘন্য ঘটনা ৷ আজি গো-ধনৰ ভৰি কাটিলে এটা নৰাধমে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য1
- Post by Eakupall1
- তামুলপুৰ জিলাৰ মটঙাচকত ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া ব’হাগী মেলা তথা বৈসাগু মেলাৰ আজি সফল সামৰণি পৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ জিলা গোটৰ উদ্যোগত আয়োজিত এই মেলাত জিলাখনৰ অন্তৰ্গত তামুলপুৰ, নাগ্ৰীজুলি আৰু গোৰেশ্বৰ উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই মেলাত তিনিওটা উন্নয়ন খণ্ডৰ গোটসমূহে তেওঁলোকৰ থলুৱা উৎপাদিত সামগ্ৰী, হস্তশিল্প আৰু পৰম্পৰাগত খাদ্যসম্ভাৰৰ প্ৰদৰ্শনী তথা বিক্ৰীৰে মেলাথলী জীপাল কৰি তোলে। বিশেষকৈ বিহু আৰু বৈসাগুক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সাংস্কৃতিক মিলনভূমিত স্থানীয় শিপিনী আৰু উদ্যমী মহিলাসকলৰ উৎপাদনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হয়। আজি সামৰণি অনুষ্ঠানত তিনিওটা খণ্ডৰ পৰা অহা শিল্পীসকলৰ বিহু আৰু বৈসাগু নৃত্যৰ নান্দনিক পৰিৱেশনে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত অনুষ্ঠিত এই মেলাই জিলাখনৰ গ্ৰামীণ অৰ্থনীতি সবল কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এক নতুন নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰিছে। বাইট-- জয়ন্ত বড়ো (খণ্ড প্ৰকল্প প্ৰবন্ধক)1
- दिसपुर प्रेस क्लब के प्रोग्राम में संगीत गाते हुए मौमिता मित्र1
- নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰগাও পাবলিক হাই স্কুলত উত্তপ্ত পৰিস্থিতি। সদ্য ঘোহিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সোচনীয় ফলাফল লাভ কৰাৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ্যালয় চৌহদৰ ভিতৰত শিক্ষাৰ-শিক্ষয়ত্ৰী সকলক জবাবদিহি কৰে।1