Shuru
Apke Nagar Ki App…
পানীজানত অংগনবাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ । চৰাইদেউ জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগ ২০২৪-২৫ বৰ্ষৰ পুজিৰে মাহমৰা সমষ্টিৰ পানীজান অংগনবাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে । এই কেন্দ্ৰটি নিৰ্মাণৰ বাবে দ'লবাগান পানীজান অংনবাড়ী কেন্দ্ৰটোৰ কৰ্মী ফাৰজিনা বেগমৰ পিতৃ প্ৰয়াত মতিউৰ ৰহমানে জীৱিত কালত দান কৰি থৈ গৈছিল ।
Charaideo news
পানীজানত অংগনবাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ । চৰাইদেউ জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগ ২০২৪-২৫ বৰ্ষৰ পুজিৰে মাহমৰা সমষ্টিৰ পানীজান অংগনবাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে । এই কেন্দ্ৰটি নিৰ্মাণৰ বাবে দ'লবাগান পানীজান অংনবাড়ী কেন্দ্ৰটোৰ কৰ্মী ফাৰজিনা বেগমৰ পিতৃ প্ৰয়াত মতিউৰ ৰহমানে জীৱিত কালত দান কৰি থৈ গৈছিল ।
More news from অসম and nearby areas
- বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক1
- MAJULI BREAKING @ ৰঙালী বিহুৰ আনন্দৰ উল্লাসৰ মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।। ফেৰী পৰা পানীত পৰা যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত। যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল। প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল। ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে। পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে। কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।. @ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল যুৱক জন । @ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।1
- Post by অঞ্জন শইকীয়া1
- Post by Arun Ali1
- ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।1
- 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi1
- এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।1
- ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে1